• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঋষভ নাই, কিন্তু কাৰ আকৰ্ষণত ভাৰত-পাক মেচত উপস্থিত উৰ্বশী? চৌদিশে প্ৰশ্নবান!

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2023 9:18 am
উৰ্বশী ৰাউটেলা।

উৰ্বশী ৰাউটেলা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে ভাৰত বনাম পাকিস্তানৰ ক্ৰিকেট খেল চলি আছে। আহমেদাবাদ ষ্টেডিয়াম কেৱল ভাৰতীয় জাতীয় পতাকাৰে ভৰি আছে। পাকিস্তানৰ পতাকা বিচাৰি পোৱাটো প্ৰায় কঠিন। সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি তাৰকালৈকে কোনোবাই টেলিভিছনৰ সন্মুখত বহিছে, কোনোবাই আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামলৈ গৈছে। সকলোৱে নিজৰ নিজৰ ছ’চিয়েল মিডিয়া পেজত কিবা নহয় কিবা পোষ্ট কৰি আছে।

উৰ্বশী ৰাউটেলাৰো এটা পোষ্ট দেখা গ’ল ইনষ্টাগ্ৰামত। নীলা ৰঙৰ পোছাক পৰিধান কৰি ষ্টেডিয়ামত উপস্থিত নায়িকাগৰাকী। তেওঁ লিখিছে, “ভাৰত বনাম পাকিস্তান। বিশ্বকাপ ২০২৩।”

লগতে পঢ়কঃ পাক খাই ঘুৰিল পাকিস্তান! দুৰ্দান্ত জয় ভাৰতৰ; কেনেকৈ স্নায়ু যুঁজত ঠাণ্ডা মগজুৰে খেলিলে ৰোহিত বাহিনীয়ে?

Apply Now

যোৱা বছৰৰ পৰা নায়িকাগৰাকীৰ ক্ৰিকেটৰ প্ৰতি থকা প্ৰেমে অধিক শিৰোনাম দখল কৰি আহিছে। ক্ৰিকেট তাৰকা ঋষভ পন্তৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ বহু আলোচনা চলিছিল। ইয়াৰ পিছতে ঋষভ ডাঙৰ দুৰ্ঘটনা পতিত হয়। সেই সময়ত অভিনেত্ৰীগৰাকীয়ে তেওঁক চাবলৈ চিকিৎসালয়লৈকো লৰালৰিকৈ গৈছিল।

আহমেদাবাদ ষ্টেডিয়ামত নায়িকাগৰাকীক দেখি বহুতে প্ৰশ্ন উত্থাপন কৰিলে, “ঋষভ খেলপথাৰত প্ৰৱেশ নকৰে, তেন্তে ষ্টেডিয়ামত উৰ্বশীয়ে কি কৰি আছে?” মাজতে শুনা গৈছিল যে অভিনেত্ৰীগৰাকীয়েও শুভমন গিলৰ ওপৰত চকু ৰাখিছে। যদিও এসময়ত ছাইফ-কন্যা চাৰা আলী খান আৰু শচীন তেণ্ডুলকাৰৰ কন্যা চাৰাৰ শুভমনৰ সৈতে সম্পৰ্ক থকাৰ বাতৰি প্ৰচাৰ হৈছিল। এই সকলোবোৰ আলোচনাৰ মাজতে অৱশ্যে শুভমনে উৰ্বশীৰ বিষয়ে মুখ খুলিছে।

লগতে পঢ়কঃ এইবোৰ কাৰণেই দিনে দিনে কমি আহিছে আজিৰ প্ৰজন্মৰ দৃষ্টিশক্তি

পাঞ্জাবী ৰিয়েলিটি শ্ব’ ‘দিল দিয়া গল্লা’ৰ ছিজন ২ত বিশেষ অতিথি হিচাপে উপস্থিত হৈছিল শুভমনে। ৰিয়েলিটি শ্বৰ এংকৰজনে শুভমনক সুধিলে, সেই অভিনেত্ৰীগৰাকীৰ সৈতে দলৰ ভিতৰত ঋষভক জোকোৱা হয় নেকি? এই প্ৰশ্নৰ উত্তৰত শুভমনে ক’লে, “উৰ্বশী আৰু ঋষভৰ মাজত একো নাই। এই সকলোবোৰ মূলতঃ ছ’চিয়েল মিডিয়াত দৃষ্টি আকৰ্ষণ কৰিবলৈকে কৰিছে অভিনেত্ৰীগৰাকীয়ে। তেওঁ লিখিছে, “সৰু ভাই, তুমি বেট-বল খেলা।”

Urvashi Rautela at the Narendra Modi Stadium. pic.twitter.com/9VsCZ37JaZ

— Mufaddal Vohra (@mufaddal_vohra) October 14, 2023

অভিনেত্ৰীগৰাকীয়ে ঋষভৰ নাম নোলোৱাকৈয়ে সম্পূৰ্ণ পোষ্টটো কৰিছিল যদিও  কিন্তু উৰ্বশীয়ে কাৰ কথা কৈছে সেইটো বুজিবলৈ কাৰো বাকী নাথাকিল।

সেয়া যি নহওক, উৰ্বশীৰ ক্ৰিকেট প্ৰীতিত বহুতেই ৰহস্যৰ গোন্ধ পায়। ইতিমধ্যে ক্ৰিকেটাৰ আৰু অভিনেত্ৰীৰ মাজত প্ৰেমৰ বহু উদাহৰণো আছে। সেয়াই নহয়, বহুতে সংসাৰো পাতিছে।  

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd