• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতক পৰাস্ত কৰিব পাৰিলেই যাব ডেটিঙত! বাংলাদেশী ক্ৰিকেটাৰলৈ লোভনীয় প্ৰস্তাৱ পাকিস্তানী সুন্দৰীৰ

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 19, 2023 11:50 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানে নোৱাৰিলে। ভাৰতৰ মাটিত বিশ্বকাপত ভাৰতক পৰাস্ত কৰি ইতিহাস সলনি কৰিব নোৱাৰিলে। আহমেদাবাদত এক লাখ দৰ্শকৰ সন্মুখত ভাৰতৰ ওচৰত অসহায় হৈ আত্মসমৰ্পণ কৰে শ্বাহীন আফ্ৰিদী, বাবৰ আজমহঁতে। পাক দলে কোনো যুঁজ আগবঢ়াব নোৱাৰিলে। সেয়ে, পাকিস্তানী মডেল অভিনেত্ৰী শ্বেহৰ শ্বিনৱাৰীয়ে ভাৰতক পৰাস্ত কৰিবলৈ বাংলাদেশৰ ওপৰতে নিৰ্ভৰ কৰিছে।

বৃহস্পতিবাৰে বাংলাদেশৰ বিৰুদ্ধে খেলিব ভাৰতে। পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট সংস্থাৰ খেলপথাৰত হ’বলগীয়া সেই মেচত বাংলাদেশৰ হৈ বাজি মাৰিব পাক মডেল সুন্দৰী শ্বেহৰ শ্বিনৱাৰীয়ে।

এই মহাৰণৰ আগতে তেওঁ বাংলাদেশ দলক এটা লোভনীয় অফাৰ দিছে। তেওঁ কয়, যদি বাংলাদেশে ভাৰতক পৰাস্ত কৰিব পাৰে, তেন্তে তেওঁ বাংলাদেশী ক্ৰিকেটাৰৰ লগত ডেটত যাব।

Apply Now
পাকিস্তানী মডেল-অভিনেত্ৰী শ্বেহৰ শ্বিনৱাৰী।ফটোঃ সংগ্ৰহীত।

পাক সুন্দৰীয়ে এক্স যোগে লিখিছে, ‘ইনশ্বাল্লাহ মোৰ বাঙালী বন্দুৰা (বন্ধু)য়ে পৰৱৰ্তী মেচত আমাৰ পৰাজয়ৰ প্ৰতিশোধ ল’ব। বাংলাদেশে যদি ভাৰতক পৰাস্ত কৰিব পাৰে তেন্তে মই ঢাকালৈ গৈ এজন বাঙালী ডেকাৰ লগত মাছৰ ডিনাৰ-ডেটত যাম।”

পাক মডেল সুন্দৰীৰ ছ’চিয়েল মিডিয়াত উপস্থিতি চকুত লগা। কেৱল ইনষ্টাগ্ৰামতে নহয়, ইউটিউবতো তেওঁৰ অনুগামীৰ সংখ্যা ইৰ্ষণীয়। তেওঁ সদায় চৰ্চাত থাকি ভাল পায়। কিছু সপ্তাহ পূৰ্বে এছিয়া কাপত কলম্বোত ভাৰতৰ হাতত পাকিস্তান পৰাস্ত হোৱাৰ পিছত বাবৰ আজমহঁতক তীব্ৰ সমালোচনা কৰা হৈছিল। হতাশ হৈ শ্বেহৰ শ্বিনৱাৰীয়ে পাকিস্তানৰ থানাত পাক দলৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰাৰো ভাবুকিও দিছিল।

তেওঁ নিজকে সমাজকৰ্মী বুলি ক’বলৈ ভাল পায়। ভাৰতীয় ৰাজনৈতিক নেতাৰ মাজত ৰাহুল গান্ধীক তেওঁৰ ভাল লাগে। নৰেন্দ্ৰ মোদীৰ তেওঁ তীব্ৰ সমালোচক। মুকলিকৈ পেলেষ্টাইন, কাশ্মীৰৰ ওপৰত ‘অত্যাচাৰ’ৰ প্ৰতিবাদত ছ’চিয়েল মিডিয়াত একাধিকবাৰ পোষ্ট কৰিছে।

পাকিস্তানী মডেল-অভিনেত্ৰী শ্বেহৰ শ্বিনৱাৰী।ফটোঃ সংগ্ৰহীত।

কিন্তু ক্ৰিকেট বিশ্বকাপৰ সময়ত তেওঁ নৈশ আহাৰ গ্ৰহণৰ প্ৰস্তাৱ দি নতুনকৈ চৰ্চালৈ আহিছে। শেহতীয়াকৈ ক্ৰিকেট খেলপথাৰত ভাৰতৰ বিৰুদ্ধে বাংলাদেশে যথেষ্ট সফলতা লাভ কৰিছে। যোৱা চাৰিখন মেচত তিনিবাৰকৈ জয়লাভ কৰিছে। এছিয়া কাপত ভাৰতক কোনো দলে পৰাস্ত কৰিব নোৱাৰিলেও বাংলাদেশে ভাৰতক পৰাস্ত কৰে।

InshAllah my Bangali Bandu will avenge us in the next match. I will go to dhaka and have a fish dinner date with Bangali boy if their team managed to beat India ✌️❤️ 🇧🇩

— Sehar Shinwari (@SeharShinwari) October 15, 2023

কিন্তু শেহতীয়া ফলাফল যিয়েই নহওক কিয়, ভাৰত বৰ্তমান আগ্ৰাসী ৰূপত আছে। বিশ্বকাপৰ প্ৰথম তিনিখন খেলত ভাৰতে একপক্ষীয়ভাৱে অষ্ট্ৰেলিয়া, আফগানিস্তান আৰু পাকিস্তানক পৰাস্ত কৰিছে। আনহাতে, আফগানিস্তানক পৰাস্ত কৰাৰ পাছতো বাংলাদেশে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে একেৰাহে দুখন খেলত পৰাস্ত হয়।

বাংলাদেশী ক্ৰিকেটাৰসকলে ভাৰতৰ বিৰুদ্ধে অসম্ভৱ জয় সাৱ্যস্ত কৰি শ্বিনৱাৰীৰ সৈতে ডিনাৰ-ডেটলৈ যাব নে নাই সেয়া অৱশ্যে সময়েহে ক’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

মাতৃৰ অবৈধ সম্পৰ্কৰ বিৰোধিতা কৰাৰ বাবেই ১৬ বছৰীয়া কিশোৰীক হত্যা, মৃতদেহ চুটকেচত ভৰাই হাবিত জ্বলাই দিলে মাতৃৰ প্ৰেমিকে

June 6, 2026 6:54 pm
কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

কে এল ৰাহুলৰ দ্বাদশ টেষ্ট শতক, ১০ বা তাতোধিক শতৰান কৰা চতুৰ্থ ভাৰতীয় অপেনাৰ হিচাপে ৰচিলে ইতিহাস

June 6, 2026 6:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd