• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বীৰেণ সিং এতিয়াও মণিপুৰৰ মুখ্যমন্ত্ৰী কিয়? প্ৰশ্ন কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2023 7:45 pm
2.5k
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এন বীৰেণ সিঙক সংঘাতপূৰ্ণ মণিপুৰৰ মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰখাক লৈও প্ৰশ্ন কৰিছে নেতাগৰাকীয়ে।

ইয়াৰ উপৰিও চৰকাৰক আন চাৰিটা প্ৰশ্ন কৰিছে জয়ৰাম ৰমেশে। বাকী চাৰিটা প্ৰশ্ন হ’ল-

  • প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ নিৰ্বাচিত বিধায়কসকলৰ সৈতে কিয় সাক্ষাৎ কৰা নাই? 
  • লোকসভাত মণিপুৰক প্ৰতিনিধিত্ব কৰা কেন্দ্ৰীয় বিদেশ মন্ত্ৰীগৰাকীয়ে কিয় প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব পৰা নাই?
  • সকলো বিষয়তে মতামত ৰখা  প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ বিষয়ত ৰাজহুৱাভাৱে সৰ্বাধিক ৪-৫ মিনিটতকৈ অধিক সময় কথা কোৱাটো কিয় উপযুক্ত বুলি নাভাবিলে?
  • দেশ বিদেশ ভ্ৰমণ কৰি ভাল পোৱা প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰত কেইঘণ্টামানো কটোৱাতো কিয় উপযুক্ত বুলি নাভাবিলে?

‘সংকটক সম্পূৰ্ণৰূপে আওকাণ কৰি তেওঁ জবাবদিহিতা আৰু দায়িত্বৰ পৰা সাৰি যাব নোৱাৰে।’- লগতে জয়ৰাম ৰমেশে কয়।

 

Recent News

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

৩৭০ নং অনুচ্ছেদ আম্বেদকাৰৰ এক ভাৰতৰ বাবে এক সংবিধানৰ মতাদৰ্শৰ বিৰোধী আছিল: মুখ্য ন্যায়াধীশ বি আৰ গাভাই

কেন্দ্ৰৰ নতুন নিয়মঃ মটৰবাইক ক্ৰয়ত বিনামূলীয়াকৈ দিব লাগিব দুটাকৈ হেলমেট আৰু ২০২৬ৰ পৰা বাধ্যতামূলক হ’ব ABS

কেন্দ্ৰৰ নতুন নিয়মঃ মটৰবাইক ক্ৰয়ত বিনামূলীয়াকৈ দিব লাগিব দুটাকৈ হেলমেট আৰু ২০২৬ৰ পৰা বাধ্যতামূলক হ’ব ABS

GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

GT আৰু PGT নিযুক্তিক লৈ বৃহৎ ঘোষণা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

সংবিধানৰ প্ৰস্তাৱনাৰ ৪২ সংখ্যক সংশোধনীৰ পুনৰ মূল্যায়নৰ বিতৰ্ক: সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দক লৈ RSS আৰু কংগ্ৰেছৰ সংঘাত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd