• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰিয়হৰ ডুলিত ভূত! উৎকোচ লৈ গ্ৰেপ্তাৰ হ’ল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2023 3:29 pm
ED Official Arrested
1.1k
VIEWS
Share on FacebookShare on Twitter

অবৈধ ধনৰ লেনদেনৰ গোচৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় তদন্ত সংস্থা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে চলায় অনুসন্ধান। পিছে এইবাৰ সৰিয়হৰ ডুলিতে ভূত ওলাইছে। বিত্তীয় কেলেংকাৰীৰ তদন্ত কৰা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ খোদ এগৰাকী বিষয়াই গ্ৰেপ্তাৰ হৈছে উৎকোচ লোৱাৰ অভিযোগত।

উৎকোচ গ্ৰহণৰ অভিযোগত ৰাজস্থানত গ্ৰেপ্তাৰ হৈছে এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ বিষয়াগৰাকী। অভিযোগ অনুসৰি, চিট ফাণ্ডৰ বিষয়ত ৰুজু হোৱা এক গোচৰ বন্ধ কৰিবলৈ বিষয়াগৰাকীয়ে ১৫ লাখ টকাৰ উৎকোচ দাবী কৰিছিল।

এগৰাকী মধ্যভোগীৰ জৰিয়তে ১৫ লাখ টকাৰ এই উৎকোচ দাবী কৰিছিল বিষয়াগৰাকীয়ে। ইয়াৰ পিছতে ৰাজস্থানৰ দুৰ্নীতি বিৰোধী ইউনিটে বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰে।

ধৃত বিষয়াগৰাকীৰ নাম নৱল কিশোৰ মীনা বুলি জানিব পৰা গৈছে। এক বিবৃতিত দুৰ্নীতি বিৰোধী ইউনিটে এই বিষয়ে সদৰী কৰি বিষয়াগৰাকীৰ চৌহদৰ লগতে তেওঁৰ সৈতে জড়িত ৰাজস্থানৰ কেইবাটাও স্থানত তালাচী চলোৱা হৈছে বুলি উল্লেখ কৰে।

লক্ষণীয়ভাৱে, বিদেশী মুদ্ৰাৰ নিয়ম উলংঘা কৰাৰ অভিযোগত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ পুত্ৰ বৈভৱক ৩০ অক্টোবৰত ইডিয়ে ৯ ঘণ্টা ধৰি জেৰা কৰিছিল। সেয়ে ইডি বিষয়াগৰাকীৰ গ্ৰেপ্তাৰ এইসময়ত যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd