• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘দ্য নিউয়ৰ্ক ক্ৰাইমছ’! গাজাৰ বাতৰিত পক্ষপাতিত্বৰ অভিযোগ; নিউয়ৰ্ক টাইমছৰ কাৰ্যালয়ত প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2023 1:20 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছৰ কাৰ্যালয়ৰ সন্মুখত সহস্ৰাধিক লোকে প্ৰতিবাদ সাৱ্যস্ত কৰিছে। প্ৰতিবাদকাৰীসকলে দাবী কৰে যে গাজাত ইজৰাইলৰ আক্ৰমণৰ বাতৰি প্ৰকাশ কৰাত সংবাদ মাধ্যমটোৱে পক্ষপাতদুষ্ট ভূমিকা লৈছে।প্ৰতিবাদকাৰীসকলে নিউয়ৰ্কৰ মানহাটানৰ সংবাদ মাধ্যমটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আৰু লবীত ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

বাতৰি মতে, ‘ৰাইটাৰ্ছ ব্লক’ নামৰ এটা সংগঠনে এই প্ৰতিবাদৰ আয়োজন কৰে। বিভিন্ন সংবাদ মাধ্যমত কাম কৰা লোকসকল এই সংগঠনৰ কৰ্মী।

বৃহস্পতিবাৰে মানহাটানৰ নিউয়ৰ্ক টাইমছৰ কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ কেইবাশ কৰ্মীয়ে সমবেত হৈ এঘণ্টা ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। পিছত বহু লোকে প্ৰতিষ্ঠানটোৰ লবীত প্ৰৱেশ কৰি শ্লোগান দিয়ে।

Apply Now

লগতে পঢ়কঃ উচ্চ ন্যায়ালয়সমূহক জনপ্ৰতিনিধিৰ বিৰুদ্ধে থকা গোচৰ দ্ৰুত নিষ্পত্তি কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা ভিডিঅ’ত প্ৰতিবাদকাৰীসকলে তেওঁলোকে নিজে প্ৰস্তুত কৰা নিউয়ৰ্ক টাইমছৰ কপি এটা হাতত লৈ থকা দেখা গৈছে। সেই কপিটোৰ শিৰোনাম আছিল ‘দ্য নিউয়ৰ্ক ক্ৰাইমছ’। ইয়াত গাজাত নিহত হাজাৰ সংখ্যক লোকৰ নাম আছিল।

পিছত প্ৰতিবাদকাৰীসকলে গাজাত নিহতসকলৰ নাম পাঠ কৰে। আটাইতকৈ কম বয়সীটোৰ নাম পঢ়াৰ মাজেৰে এই পাঠ আৰম্ভ কৰে। কিন্তু এই প্ৰতিবাদত কোনো অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা হোৱা নাই।

যোৱা ৭ অক্টোবৰত ইজৰাইলক আক্ৰমণ কৰিছিল পেলেষ্টাইনৰ স্বাধীনতাকামী সংগঠন হামাছে। এই আক্ৰমণত দেশখনৰ ১ হাজাৰ ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছিল। সেইদিনাৰ পৰাই ইজৰাইলৰ বাহিনীয়ে নিৰ্বিচাৰে ওলোটা আক্ৰমণ আৰম্ভ কৰে।

লগতে পঢ়কঃ পাকিস্তানৰ ছেমি ফাইনেলৰ আশা! ইংলেণ্ডৰ সকলোকে টাইম আউট কৰাই একমাত্ৰ উপায়; বাবৰ বাহিনীক কটাক্ষ আক্ৰামৰ

এমাহতকৈও অধিক সময়ত গাজাত মহিলা আৰু শিশুসহ ১০,৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে। প্ৰায় ১৫ লাখ লোক গৃহহীন হৈছে। স্কুল, চিকিৎসালয়, শৰণাৰ্থী শিবিৰ—ইজৰাইলৰ আক্ৰমণৰ পৰা একোৱেই ৰক্ষা পৰা নাই।

ইয়াৰ পৰিপ্ৰেক্ষিতত বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুক যুদ্ধবিৰতি কাৰ্যকৰী কৰাৰ দাবী জনাইছে। হামাছেও যুদ্ধবিৰতিৰ দাবী জনাইছে। কিন্তু নেতানিয়াহুৱে এই দাবী অস্বীকাৰ কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd