• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

ইটানগৰত ১ মেগাৱাট-পীক সৌৰশক্তি প্ৰকল্প উদ্বোধন মুখ্য মন্ত্ৰী খাণ্ডুৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
May 10, 2018 8:07 pm
Khandu inaugurated the 1-MWp grid connected solar photovoltaic power plant here at Energy Awareness Park in Itanagar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি বৃহস্পতিবাৰে অৰুণাচলৰ মুখ্য মন্ত্রী পেমা খাণ্ডুৱে ইটানগৰত অৱস্থিত এনাৰ্জি এৱেৰনেছ পাৰ্কত ৰাজ্যখনৰ শক্তি মন্ত্ৰী তামিয়া তাগা আৰু অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণৰ চেয়াৰমেন ৱাংলাম ছাৱিনৰ উপস্থিতিত এটা ১ মেগাৱাট-পীক গ্ৰীড (1-MWp grid) সংলগ্ন  সৌৰ আলোক-বিদ্যুৎ প্ৰকল্প এটা উদ্বোধন কৰিছে।

ত্ৰয়োদশ বিত্ত আয়োগৰ অনুদানেৰে ৰাজ্যখনৰ ভিতৰতে এতিয়ালৈকে বৃহত্তম সৌৰশক্তি প্ৰকল্প হিচাপে অভিহিত এই প্ৰকল্পটো ৮.৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিয়াইছে অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণে (Arunachal Pradesh Energy Development Agency)।

Apply Now

মুখ্য মন্ত্রীগৰাকীয়ে বিজুলী শক্তি উৎপাদন কৰাৰ বাবে অৰুণাচল প্ৰদেশ শক্তি উন্নয়ন অভিকৰণে সৌৰশক্তি ব্যৱহাৰ কৰা প্ৰচেষ্টাৰ শলাগ লয় আৰু কয় যে ইয়ে ৰাজ্যখনৰ বিজুলী শক্তিৰ খৰচ কম কৰিব।

তেওঁ আৰু কয় যে বিশ্বক গোলোকীয় উষ্ণতাই গ্ৰাস কৰি অনাৰ সময়তে পৰিৱেশ বন্ধু পুনৰ নবীকৰণযোগ্য এই শক্তিৰ উৎস হৈছে গোলোকীয় উষ্ণতা হ্ৰাস কৰাৰ সৰ্বোত্তম উপায়।

তেওঁ আৰু কয় যে প্ৰধান মন্ত্ৰী মোদীৰ নেতৃত্বত দেশখনে সেউজ শক্তিৰ সন্ধানত আছে আৰু পৰ্যায়ক্ৰমে পুনৰ-নবীকৰণ অযোগ্য শক্তিৰ উৎসসমূহৰ ব্যৱহাৰ কমাই আনি আছে।

মুখ্য মন্ত্ৰী খাণ্ডুৱে চৰকাৰী বিভাগসমূহত সৌৰশক্তি ব্যৱহাৰ কৰাত উদগনি যোগায় আৰু পৰিৱেশ বন্ধু পদক্ষেপত ৰাজ্য চৰকাৰে সহায়তা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।

ইয়াৰ পূৰ্বে তেওঁ ইয়াৰ এটা বৌদ্ধ গোম্পা চৌহদত কাৰ্মিক আৰু আধ্যাত্মিক পৰিক্ৰমা বিভাগৰ কাৰ্যালয় উদ্বোধন কৰে।

এই অনুষ্ঠানত উপস্থিত আছিল বিধানসভাৰ অধ্যক্ষ টি এন থংদোক, বিধায়ক ছেৰিং তাছি, কাৰ্মিক আৰু আধ্যাত্মিক পৰিক্ৰমা বিভাগৰ চেয়াৰমেন জাম্বে ৱাংদি, মুখ্য সচিব সত্যগোপাল আৰু অন্যন্য চৰকাৰী উচ্চপদস্থ বিষয়াসকল।

তাৰ পাছত মুখ্য মন্ত্ৰীয়ে কাৰ্যালয় ভৱনটোৰ সা-সুবিধাসমূহ পৰিদৰ্শ: কৰে।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

স্বামীৰ অমানুষিক অত্যাচাৰ: পত্নীক বান্ধি মাৰধৰ, কাটি পেলালে চুলি, খাবলৈ বাধ্য কৰালে প্ৰস্ৰাৱ

June 19, 2026 3:07 pm
দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ: নীট পৰীক্ষাৰ পূৰ্বে টেলিগ্ৰাম এপত বাহাল থাকিব কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা

June 19, 2026 1:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

চাহ জনজাতিৰ ভূমি দখল কৰি অবৈধ ইটা ভাটা স্থাপনৰ অভিযোগ! লিডু মাউলাঙত তীব্ৰ প্ৰতিবাদ আটছাৰ

June 19, 2026 3:39 pm
প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

প্ৰশ্নকাকত ফাদিলৰ বাবে ১১ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু, শিক্ষামন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবীত প্ৰধানমন্ত্ৰীলৈ চিঠি অভিজিৎ দীপকেৰ

June 19, 2026 3:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd