• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধানমন্ত্ৰীক অমংগলীয়া বুলি কৈ বিজেপিৰ গোৱালগালিৰ সন্মুখীন ৰাহুল গান্ধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 12:07 pm
3.1k
VIEWS
Share on FacebookShare on Twitter

ক্ৰিকেট বিশ্বকাপত একেৰাহে ১০ খন মেচত বীৰদৰ্পে বিজয় সাব্যস্ত কৰিছিল টীম ইণ্ডিয়াই।  সেই অভিলেখ ভংগ হৈছিল ফাইনেল মেচত। আই চি চি বিশ্বকাপৰ অন্তিমখন খেলত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত হয় ভাৰত। 

টীম ইণ্ডিয়াৰ পৰাজয়ত ধূলিসাৎ হ’ল কোটি কোটি ভাৰতীয়ৰ সপোন। ফাইনেলত কিয় পৰাস্ত হ’ল ভাৰত – চুবুৰীৰ চাহ দোকানৰ পৰা অফিচ বা বাছ-মেট্ৰ’লৈকে, সকলোতে এই বিশ্লেষণ চলি আছে। 

কোনোৱে দলটোৰ অতি আত্মবিশ্বাসক দোষাৰোপ কৰাৰ বিপৰীতে কোনোৱে দাবী কৰিছে যে এই জয়ৰ কাৰণ হৈছে বেয়া পিটচ আৰু অষ্ট্ৰেলিয়াৰ অভিজ্ঞতা তথা দুৰ্দান্ত প্ৰদৰ্শন।

কেৱল এয়াই নহয়, ৰাজনীতিতো পৰিছে বিশ্বকাপৰ প্ৰভাৱ। বিশ্বকাপৰ ফাইনেলত ভাৰতৰ পৰাজয়ৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে জগৰীয়া কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। 

মঙলবাৰে তেওঁ প্ৰধানমন্ত্ৰীক ‘অমংগলীয়া’ বুলি আখ্যা দি দাবী কৰে যে প্ৰধানমন্ত্ৰীয়ে খেল চাবলৈ ষ্টেডিয়ামলৈ অহাৰ বাবেই ভাৰত পৰাস্ত হৈছে। 

ৰাজস্থানৰ জালৌৰত নিৰ্বাচনৰ প্ৰচাৰ চলাই ৰাহুল গান্ধীয়ে কয় যে টীম ইণ্ডিয়াই বিশ্বকাপ জিকিবলৈয়ে লৈছিলে, কিন্তু অমংগলে তেওঁলোকক পৰাস্ত কৰিলে।

এতিয়া ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছত বিজেপি সমৰ্থক সকলে তীব্ৰ সমালোচনা কৰিছে ৰাহুল গান্ধীক।

Recent News

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

বিচাৰ ব্যৱস্থাৰ সংস্কাৰৰ অতি প্ৰয়োজন; ন্যায়িক ব্যৱস্থাৰ তীব্ৰ সমালোচনা মুখ্য ন্যায়াধীশ গাভাইৰ

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd