• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কিদৰে বঞ্চিত হৈছিল ছামি! অতীতৰ অকথিত কাহিনী সোঁৱৰণ মহম্মদ ছামিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2023 8:16 pm
Mohammed Shami
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰন্ত প্ৰদৰ্শনেৰে সদ্যসমাপ্ত ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ অভিযানৰ অন্যতম বঠাধাৰী আছিল অভিজ্ঞ তাৰকা পেচাৰ মহম্মদ ছামি। ধাৰাবাহিক চমকেৰে তাৰকাগৰাকী ২৪টা উইকেটৰে বিশ্বকাপৰ সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয়।

বিশ্বকাপৰ প্ৰথম চাৰিখন মেচত মূল একাদশত স্থান লাভ নকৰা ছামিয়ে এই চমৎকাৰ প্ৰত্যাৱৰ্তনেৰে ক্ৰিকেট প্ৰেমীৰ মাজত লাভ কৰিছে বিশেষ সমাদৰ তথা চৰ্চা। তাৰ মাজতে তাৰকাগৰাকীয়ে শেহতীয়াকৈ প্ৰকাশ কৰিছে ক্ৰিকেট কেৰিয়াৰৰ এক চাঞ্চল্যকৰ অতীত।

Apply Now

জন্মগতভাৱে মহম্মদ ছামি উত্তৰ প্ৰদেশৰ হ’লেও ঘৰুৱা ক্ৰিকেটত বংগক প্ৰতিনিধিত্ব কৰে মহম্মদ ছামিয়ে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত মহম্মদ ছামিয়ে প্ৰকাশ কৰিছে ইয়াৰ আঁৰৰ ৰহস্য, কিদৰে যোগ্যতা থকাৰ পিছতো তেওঁ বঞ্চিত হৈছিল গৃহৰাজ্যৰ হৈ খেলাৰ পৰা।

ছামিয়ে উল্লেখ কৰা মতে, উত্তৰ প্ৰদেশৰ বাবে দল বাছনি পৰীক্ষাৰ সময়ত তেওঁৰ ভাতৃয়ে মুখ্য নিৰ্বাচকৰ সৈতে কথা পাতিছিল। কিন্তু মুখ্য নিৰ্বাচকৰ ভাষ্যই স্তম্ভিত কৰি তুলিছিল তেওঁলোকক। তেওঁ তাৎক্ষণিকভাৱে নাকচ কৰিছিল ছামিৰ স্থানৰ সম্ভাৱনা।

সাক্ষাৎকাৰটোত ছামিয়ে দিয়া ভাষ্য মতে, মুখ্য নিৰ্বাচকজনে ছামিৰ ভাতৃক জনাই দিছিল যে যদি তেওঁৰ পদবীৰ চকী লৰচৰ কৰিব পাৰে, তেতিয়াহে ছামি নিৰ্বাচিত হ’ব। অন্যথা নাই কোনো সুযোগ। ইয়াৰ প্ৰত্যুত্তৰত ছামিৰ ভাতৃয়ে নিৰ্বাচকৰ চকী লৰচৰ কৰা বাদেই, ঘূৰাই পেলাই দিয়াৰ শক্তি আছে বুলি মন্তব্য কৰে।

অৱশ্যে এনে শক্তি থাকিলেও সামৰ্থ্যৰ ভিত্তিত দলত স্থান পাব লাগে বুলি যুক্তি দৰ্শায় ছামিৰ ভাতৃয়ে। কিন্তু মুখ্য নিৰ্বাচকজনে সামৰ্থ্য থকা মানুহৰ তাত কোনো কাম নাই বুলিহে কটাক্ষ কৰ।লগে লগে ছামিৰ ভাতৃয়ে নিৰ্বাচনৰ বাবে পূৰণ কৰা পত্ৰ ফালি উত্তৰ প্ৰদেশ ক্ৰিকেটৰ সৈতে কেতিয়াও জড়িত নহয় বুলি শপত লয়।

এই দিনটোৱেই আছিল ছামিৰ উত্তৰ প্ৰদেশৰ ক্ৰিকেটৰ সৈতে অন্তিমটো দিন। ইয়াৰ পাছতে তেওঁ ১৪-১৫ বছৰ বয়সত কলকাতালৈ যায় আৰু প্ৰশিক্ষকৰ সৈতে মিলিত হয়। এনে বাধাৰ পিছতো ক্ৰিকেট খেলিবই লাগিব বুলি নিজ স্থিতিত অটল হৈ থকা বুলি ছামিয়ে কৰে অতীত সোঁৱৰণ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

স্বাধীনতা দিৱসৰ লালকিল্লাত ইতিহাস : প্ৰথমবাৰলৈ অনুৰণিত হ’ব ‘বন্দে মাতৰম’, ছাত্ৰ আন্দোলনৰ পটভূমিত এইবাৰৰ থীম ‘যুৱ শক্তি’

August 10, 2026 9:02 pm
ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

ভুৱা আইএএছ বিষয়া, অজিত দোভালৰ ‘আণ্ডাৰকভাৰ এজেণ্ট’ পৰিচয়েৰে প্ৰতাৰণা! বিহাৰত প্ৰৱঞ্চকৰ ঘৰত উদ্ধাৰ প্ৰচুৰ সম্পত্তি

August 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

অসম-অৰুণাচল সীমান্তত উত্তপ্ত পৰিস্থিতি: গুলীচালনাৰ ঘটনাক ‘স্থানীয় সংঘাত’ আখ্যা মুখ্যমন্ত্ৰীৰ

August 10, 2026 10:00 pm
বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

বৰষুণ দিলেই আকাশলংঘী অটো ভাড়া! ৭ কিলোমিটাৰ যাত্ৰাৰ বাবদ মহিলাৰ পৰা ৮০০ টকা দাবী

August 10, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd