• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিচি টিভিত বন্দী হত্যাৰ দৃশ্য : আততায়ীৰ গুলীত নিহত ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 5, 2023 6:26 pm
16.6k
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে আততায়ীৰ গুলীত নিহত হয় সোঁপন্থী গোট ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ মুৰব্বী সুখদেৱ সিং গগামেডি। গগামেডি নিজৰ ঘৰত থকাৰ অৱস্থাতে দৃষ্কৃতিকাৰীয়ে শীতল মস্তিষ্কৰে নেতাগৰাকীক হত্যা কৰে।

ইতিমধ্যেই ভাইৰেল হি পৰিছে এই ঘটনাৰ চিচিটিভি ফুটেজ। চিচি টিভিত বন্দী হোৱা ভিডিঅ’ত দেখা গৈছে যে অভিযুক্তই গগামেডি আৰু তেওঁৰ সহযোগীসকলৰ লগত বহি প্ৰায় ১০ মিনিট সময় কথা পাতি গুলীচালনা আৰম্ভ কৰে। 

ভিডিঅ’টোত দেখা গৈছে যে গোগামেডীয়ে তেওঁৰ ফোনটোলৈ চাই থকাৰ সময়তে তেওঁৰ ওচৰতে বহি থকা লোকসকলে হঠাতে থিয় হৈ ওচৰৰ পৰা কমেও পাঁচটা গুলী নিক্ষেপ কৰে। 

গগামেডিৰ এজন গাৰ্ডে গুলীয়াগুলীয়ত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল যদিও আততায়ীৰ গুলীত গাৰ্ডজনো আহত হয়। 

আৰক্ষীয়ে জনোৱা মতে, ‘আক্ৰমণকাৰীয়ে সুখদেৱ সিং গগামেডিক গুলীয়াই হত্যা কৰাৰ পূৰ্বে কমেও ১০ মিনিটৰ সৈতে তেওঁৰ সৈতে বহিছিল।

২০ ছেকেণ্ডৰ এই ক্লিপটোত দেখা গৈছে যে গোগামেডি নিশ্চল হৈ পৰাৰ পিছতো বাৰে বাৰে গুলীচালনা কৰে লোককেইজনে।

খবৰ অনুসৰি আজি নিশা প্ৰায় ১২.৩০ বজাত সংঘটিত হয় এই ঘটনা। ততাতৈয়াকৈ গগামেডি আৰু তেওঁৰ দুই সহযোগীক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে মৃত ঘোষণা কৰা হয়।

আনহাতে, ক্ৰছ ফায়াৰত এজন আক্ৰমণকাৰীও নিহত হোৱা বুলি জানিব পৰা গৈছে। 

এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে গোল্ডি ব্ৰাৰ গেঙৰ এজন সদস্যই। ৰোহিত গোদাৰা কাপুৰিছৰে ফেচবুক পোষ্টত লিখিছে, ‘সুখদেৱ গগামেদীৰ হত্যাকাণ্ডৰ সম্পূৰ্ণ দায়িত্ব আমি লৈছোঁ।’

তেওঁ দাবী কৰে যে গগামেডিয়ে গোল্ডি ব্ৰাৰ গেঙৰ শত্ৰুক সমৰ্থন কৰিছিল আৰু সেইবাবেই তেওঁক হত্যা কৰা হৈছে।

Recent News

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

সাংস্কৃতিক সম্পৰ্কও বিচ্ছিন্ন! ভাৰতৰ অ’টিটি প্লেটফৰ্মসমূহক পাকিস্তানী কন্টেন্ট আঁতৰোৱাৰ নিৰ্দেশ

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

‘অপাৰেচন সিন্দুৰ’ৰ বাবে ট্ৰেডমাৰ্কৰ আবেদন প্ৰত্যাহাৰ ৰিলায়েন্সৰ; কি ক’লে আম্বানিৰ সংস্থাই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd