• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৯ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’ব ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক; আসন ভাগ-বতৰাক লৈ চৰ্চাৰ সম্ভাৱনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2023 11:18 am
297
VIEWS
Share on FacebookShare on Twitter

বৈঠকৰ তাৰিখ আৰু পিছুৱালে। ইণ্ডিয়া মিত্ৰজোঁটৰ চতুৰ্থখন বৈঠক ১৭ ডিচেম্বৰত নহয়, ১৯ ডিচেম্বৰতহে অনুষ্ঠিত হ’ব। দেওবাৰে এই কথা ঘোষণা কৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে।

বৈঠকত কিয় বিলম্ব হ’ল সেই কথা অৱশ্যে তেওঁ নক’লে। সূত্ৰসমূহৰ মতে লোকসভা নিৰ্বাচনৰ পূৰ্বে এই বৈঠকত বিজেপি বিৰোধী দলসমূহে আসন ভাগ-বতৰা সম্পৰ্কে আলোচনা কৰিব।

লগতে পঢ়কঃ এইবাৰ ওড়িশাৰ মুখ্যমন্ত্ৰীৰ ফটোৰ সৈতে ‘চেলফি পইণ্ট’ৰ নিৰ্দেশনা; কি হ’ব প্ৰধানমন্ত্ৰীৰ ‘চেলফি পইণ্ট’ৰ?

মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ত কংগ্ৰেছৰ পতনৰ পিছত মল্লিকাৰ্জুন খাৰ্গে খৰখেদাকৈ নতুন দিল্লীত ৬ ডিচেম্বৰত এখন বৈঠক আহ্বান কৰিছিল।

কিন্তু সেই বৈঠকৰ প্ৰাকক্ষণত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, সমাজবাদী পাৰ্টিৰ নেতা অখিলেশ যাদৱ উপস্থিত থাকিব নোৱাৰিব বুলি জনাই দিছিল।

লগতে পঢ়কঃইৰাণৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী নাৰ্গিছ মহম্মদীৰ হৈ বঁটা গ্ৰহণ কৰিলে দুই যমজ সন্তানে

সেই বৈঠক স্থগিত ৰখাৰ পিছত আৰজেডিৰ মুৰব্বী মন্ত্ৰী লালু যাদৱে ঘোষণা কৰে যে মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক ১৭ ডিচেম্বৰত হ’ব। কিন্তু সেয়াও নহ’ল। এইবাৰ ১৯ ডিচেম্বৰ চূড়ান্ত কৰা হৈছে।

Recent News

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

এসপ্তাহৰ বাবে বন্ধ হ’ল আইপিএলঃ ইংলেণ্ডত আইপিএল অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ ইংলেণ্ড ক্ৰিকেট বৰ্ডৰ

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

অৰ্থলোভী বণিয়াক সন্তুষ্ট কৰিবলৈ Eco Sensitive Zone আঁতৰোৱাৰ প্ৰস্তাৱ দিয়া হৈছে নেকি?

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

পাকিস্তানৰ সৈতে উত্তেজনাৰ মাজতে প্ৰতিৰক্ষা বিষয়াৰ সৈতে বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

সাপৰ বিষেই নিচা! এই পৰ্যন্ত ৬০০ বিষাক্ত সৰ্পৰ বিষ সহ্য কৰিছে এইজন ব্যক্তিয়ে : কেনেকৈ সম্ভৱ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd