• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

৩৭০ অনুচ্ছেদ কেতিয়াও স্থায়ী নাছিল; ৰায় দিলে দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 11, 2023 11:51 am
339
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে ৩৭০ অনুচ্ছেদ বাতিলৰ গোচৰত ৰায়দান কৰাৰ সময়তে সংসদত আহি উপস্থিত হয় নেশ্যনেল কনফাৰেন্সৰ সভাপতি তথা শ্ৰীনগৰৰ সাংসদ ফাৰুক আব্দুল্লা। জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রীগৰাকীক এই গোচৰৰ সন্দর্ভত সোধাত তেওঁ কয় যে, “সমগ্র ৰায়দান হৈ যাওক, তাৰপিছতহে মই এই সন্দর্ভত মন্তব্য দিম৷”

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে নিজৰ ৰায়দানত কয় যে, ‘জম্মু-কাশ্মীৰৰ সংবিধানৰ উদ্দেশ্য আছিল ভাৰতৰ সৈতে ইয়াৰ সম্পৰ্ক আৰু অধিক সংজ্ঞায়িত কৰা। জম্মু-কাশ্মীৰৰো কোনো আভ্যন্তৰীণ সাৰ্বভৌমত্ব নাছিল। ইয়াৰ সংবিধান ভাৰতৰ সংবিধানৰ অধীন আছিল। ৩৭০ ধাৰা আছিল অস্থায়ী ব্যৱস্থা। ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ আছিল। ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ পূৰ্বে জম্মু-কাশ্মীৰ সংবিধান সভাৰ পৰামৰ্শৰ প্ৰয়োজন নাছিল।’

ৰায়দানৰ সময়ত ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে, ‘ভাৰতত অন্তৰ্ভুক্ত কৰাৰ সময়ত জম্মু-কাশ্মীৰে স্বাধীনতা বা সাৰ্বভৌমত্ব বজাই ৰখা নাছিল।’

অভিযোগকাৰীসকলৰ আবেদন খাৰিজ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয় যে, ‘কেন্দ্ৰৰ সকলো সিদ্ধান্তক প্ৰত্যাহ্বান জনাব নোৱাৰি। ই অৰাজকতাৰ সৃষ্টি কৰিব।”

ন্যায়াধীশ চন্দ্ৰচুড়ে লগতে কয়, ‘আমি ৩৭০ নং অনুচ্ছেদক ​​অস্থায়ী আইন হিচাপে গণ্য কৰোঁ।’

ভাৰতত যোগদান কৰাৰ পিছত জম্মু-কাশ্মীৰৰ পৃথক সাৰ্বভৌমত্বৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই। আজি এই কথা পৰ্যবেক্ষণ কৰে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে।

Recent News

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

বন্ধ হ’ল জনপ্ৰিয় নিউজ পৰ্টেল ‘দ্য ৱায়াৰ’ : সাংবিধানিক স্বাধীনতা ভংগ কৰাৰ অভিযোগ

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd