• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুকলিকৈ বিক্ৰী কৰিব নোৱাৰিব মাংস আৰু কণী; মোহন চৰকাৰে ল’লে ডাঙৰ সিদ্ধান্ত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 14, 2023 10:51 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ ডাঙৰ ঘোষণা। খোৱাৰ পাতত আৰু মাংস নাথাকিব, আনকি পুষ্টিৰ বাবে কণীও পোৱা নাযাব! নতুন চৰকাৰে শপত লোৱাৰ পাছতে মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে ডাঙৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিলে।

বুধবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত তেওঁ ইটোৰ পিছত সিটো ডাঙৰ ঘোষণা কৰে। মুখ্যমন্ত্ৰী মোহন যাদৱে ৰাজ্যৰ ধৰ্মীয় আৰু ৰাজহুৱা স্থানত মাইক্ৰ’ফোন ব্যৱহাৰ কৰাতো নিষেধাজ্ঞা আৰোপ কৰিছে।

মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত গ্ৰহণ কৰে মোহন যাদৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰা আৰম্ভ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সৰ্বভাৰতীয় সভাপতি জে পি নাড্ডা আৰু ১১খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল মঞ্চত উপস্থিত থাকে। মোহন যাদৱৰ সৈতে শপত গ্ৰহণ কৰে দুই উপ-মুখ্যমন্ত্ৰী জগদীশ দৌদা আৰু ৰাজেন্দ্ৰ শুক্লাই।

Apply Now

লগতে পঢ়কঃ প্ৰেমত ব্যৰ্থ হৈ যদি প্ৰেমিকে চৰম পন্থা গ্ৰহণ কৰে, তাৰ বাবে দায়ী নহয় প্ৰেমিকা; ক’লে উচ্চ ন্যায়ালয়ে

মোহন যাদৱে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছত প্ৰথমখন কেবিনেট বৈঠকত বহিছিল। আৰু তাতেই তেওঁ এটা অতি গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে।

তেওঁ জনায়, এতিয়াৰে পৰা মাংস আৰু কণী বিক্ৰীৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। কণী আৰু মাংস ৰাজহুৱাভাৱে বিক্ৰী কৰিব নোৱাৰিব। এই নিষেধাজ্ঞাৰ আঁৰৰ কাৰণো উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। খাদ্য সুৰক্ষাৰ নিয়ম অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি কয়।

मुख्यमंत्री डॉ.@DrMohanYadav51 की अध्यक्षता में हुई मंत्री परिषद की प्रथम बैठक में हुए महत्वपूर्ण निर्णय।

फूड सेफ्टी नियम लागू होने के बाद खुले में मांस-मछली की बिक्री पर भारत सरकार द्वारा दिशा-निर्देश जारी किए गए हैं। उनका कड़ाई से पालन किया जाएगा। pic.twitter.com/1YDOLZcfKt

— Chief Minister, MP (@CMMadhyaPradesh) December 13, 2023

এই পদক্ষেপেৰে ৰাইজৰ মাজত সজাগতা অভিযান চলোৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। তেতিয়াহে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত কাৰ্যকৰী হ’ব। এই প্ৰচাৰ খাদ্য বিভাগৰ পৰা অনুষ্ঠিত হ’ব। সদ্যহতে ১৫ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ মাছ-মাংস মুকলিকৈ বিক্ৰী কৰা নিষেধাজ্ঞা বলবৎ কৰাৰ দায়িত্ব আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ দায়িত্বত থাকিব।

অযোধ্যালৈ তীৰ্থযাত্ৰীক আদৰণি জনোৱাৰ বাবেও নতুন মধ্যপ্ৰদেশ চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। তদুপৰি, তেণ্ডু পাত সংগ্ৰহ কৰা সকলক প্ৰতিটো বেগত ৪ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am
গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd