• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

`গৰ্ভত তেওঁৰ সন্তান’! অভিনেতা দৰ্শন জাৰিৱালাৰ বিৰুদ্ধে অভিযোগ দাখিল মহিলা সংবাদ কৰ্মীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 15, 2023 3:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবাদ মাধ্যমৰ মহিলা কৰ্মীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক! বলীউডৰ অভিনেতা দৰ্শন জাৰিৱালাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী সংবাদ মাধ্যমৰ কৰ্মীয়ে। আৰু তেওঁ কৰা ভয়ংকৰ অভিযোগত স্তম্ভিত সকলো।

তেওঁ কলকাতাৰ বাসিন্দা হয়নে নহয় সেয়া নিশ্চিত হোৱা নাই যদিও মহিলাগৰাকীয়ে হস্তক্ষেপ বিচাৰি কলকাতা আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। তদন্তৰ স্বাৰ্থত তেওঁ নিজৰ নাম প্ৰকাশ কৰা নাই।

অৱশ্যে সেই সংবাদ মাধ্যমৰ বিশেষ কৰ্মীয়ে দাবী কৰা মতে তেওঁ দৰ্শনৰ সৈতে গান্ধৰ্ব্য মতে বিবাহপাশত আবদ্ধ হৈছিল। আনকি, তেওঁ দৰ্শনৰ সন্তানৰ মাক হ’বলৈ আগবাঢ়িছে।

Apply Now

লগতে পঢ়কঃ যৌন নিৰ্যাতনৰ বলি স্বয়ং বিচাৰক! দেশৰ মুখ্য ন্যায়াধীশলৈ ইচ্ছামৃত্যুৰ আবেদন মহিলা ন্যায়াধীশৰ

সম্প্ৰতি অভিনেতাজনে নিজৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে। কেৱল সেয়াই নহয়, এই গৰ্ভৰ সন্তানটোও তেওঁৰ নহয়। আনকি অভিনেতাজনে জনায় যে বিয়াৰ বিষয়টো সম্পূৰ্ণ মিছা। অৱশ্যে সংবাদ মাধ্যমৰ কৰ্মীগৰাকীয়ে কয় যে তেওঁ চিনে আৰ্টিষ্ট এছ’চিয়েশ্যনৰ ওচৰতো অভিযোগ কৰিছে।

জানিব পৰা মতে, এইজন মিডিয়া কৰ্মীয়ে সমগ্ৰ ঘটনাটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। পিছত ইয়াক ডিলিট কৰা হয়।

তেওঁৰ হৈ চিনে আৰ্টিষ্ট এছ’চিয়েচনত দাখিল হোৱা অভিযোগত কোৱা হৈছে যে তেওঁক CINTAA ৰ সকলো আনুষ্ঠানিক পদৰ পৰা অপসাৰণ কৰা উচিত। আনকি অভিনেতাগৰাকীৰ সদস্যপদ বাতিল কৰিবলৈও আহ্বান জনোৱা হৈছে।

লগতে পঢ়কঃবয়স মাত্ৰ ৪৭ বছৰ! হঠাতে হৃদৰোগত আক্ৰান্ত অভিনেতা শ্ৰেয়াছ তালপাড়ে! এতিয়া কেনে আছে?

মহিলা সংবাদ কৰ্মীয়ে সকলো ঘটনাৰ কথা কলকাতা আৰক্ষীক অৱগত কৰিছে। তেওঁৰ অভিযোগৰ বিৰুদ্ধে আৰক্ষীক বিভিন্ন প্ৰমাণ দিছে। কিন্তু, অভিনেতাজনে বেলেগ কথাহে কৈছে।

তেওঁৰ অধিবক্তাই কয় যে এইবোৰ ঘটনা সম্পূৰ্ণ মিছা। অভিনেতাজন নিৰ্দোষী। সকলো তথ্য প্ৰমাণিত নোহোৱালৈকে তেওঁৰ কোনো অপৰাধ প্ৰযোজ্য নহ’ব, আনকি সদস্যপদো কৰ্তন নহ’ব।

লগতে পঢ়কঃ কৃষ্ণাংগ হোৱাৰ বাবেই! ৰাজহুৱা স্থানত প্ৰস্ৰাৱ কৰাৰ অপৰাধত ১০ বছৰীয়া শিশুক তিনি মাহৰ পৰীক্ষামূলক শাস্তি

উল্লেখ্য যে অভিনেতাজনে চলচ্চিত্ৰত বিভিন্ন চৰিত্ৰত কাম কৰিছে। গান্ধী মাই ফাদাৰ, ক্যা কূল হায় হম ৩, কাহানী, গুৰু, আজব প্ৰেম কি গজব কাহানীকে ধৰি বিভিন্ন চলচ্চিত্ৰ আৰু ধাৰাবাহিকত কাম কৰিছে। অৱশ্যে সম্প্ৰতি নীৰৱ হৈ ৰৈছে অভিনেতাগৰাকী। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd