• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাকৰি দিয়াৰ নামত ধৰ্ষণ ৫৬ বছৰীয়া মহিলাক; গ্ৰেপ্তাৰ অভিযুক্ত

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 17, 2023 6:48 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1.7k
VIEWS
Share on FacebookShare on Twitter

চাকৰিৰ প্ৰতিশ্ৰুতিৰে ধৰ্ষণ কৰিলে ৫৬ বছৰীয়া এগৰাকী মহিলাক। অভিযোগৰ ভিত্তিত অভিযুক্ত ফিৰদৌছ আলীক গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যোৱা ১৩ ডিচেম্বৰত কেৰালাৰ এৰ্নাকুলামত এই ঘটনা সংঘটিত হৈছিল।

মহিলাগৰাকীয়ে চাকৰি বিচাৰি ওলাই আহিছিল। কোচিৰ পৰা উভতি আহিছিল। সেই সময়ত অভিযুক্তই মহিলাগৰাকীক মেট্ৰ’ ষ্টেচনলৈ নিয়াৰ অজুহাতত এখন অ’ট’ৰে এক নিৰ্জন অঞ্চললৈ লৈ গৈছিল। তাতে তেওঁক ধৰ্ষণ কৰি পলাই যায়।

লগতে পঢ়কঃ ১০০ কোটিৰ বিত্তীয় কেলেংকাৰীৰ গোচৰত অভিনেতা প্ৰকাশ ৰাজক ক্লীন চিট ইডিৰ

আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তেওঁৰ ভাষ্য ৰেকৰ্ডিং কৰা হৈছে।

জানিব পৰা মতে, অভিযুক্তই পূর্বে তেওঁক চাকৰি দিয়াৰ প্রতিশ্রুতি দিছিল৷ সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে অভিযুক্ত। ঘটনাৰ তদন্ত অব্যাহত আছে। 

Recent News

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

মালেগাঁও বিস্ফোৰণ গোচৰত মোহন ভাগৱতক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল! প্ৰাক্তন তদন্তকাৰী বিষয়াৰ দাবী

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd