• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শীতত তুলিছে উষ্ণতা! ‘ইস্ক জেইছা কুচ’ গীতৰ টিজাৰ মুকলি; হৃতিক-দীপিকাৰ ৰসায়নে দৃষ্টি কাঢ়িছে সকলোৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2023 3:51 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হৃতিক-দীপিকাৰ বাতৰিয়ে শিৰোনামা দখল কৰা আজি যথেষ্ট দিন হ’ল। ২০২৪ ত আহি আছে তেওঁলোকৰ নতুন ছবি ফাইটাৰ। তাৰ আভাস পোহৰলৈ আহিছে।

ছবিখনৰ ফাৰ্ষ্ট লুকত দীপিকা আৰু হৃতিকক বায়ুসেনাৰ ইউনিফৰ্মত দেখা গৈছে। একেদৰে অনিল কাপুৰেও বায়ুসেনাৰ সাজ-পোছাক পৰিধান কৰি দেখা দিছে। তাৰ পিছত মুক্তি পালে ছবিখনৰ টিজাৰ। ছবিখনৰ দুটা গীত এটাৰ পিছত এটাকৈ মুক্তি পাইছে।

ছবিখনত হৃতিক ৰোশন আৰু দীপিকাই যে যাদু দেখুৱাব সেয়া কোৱা বাহুল্য। ‘শ্বেৰ খুল গায়’ গীতটোত তাৰ আভাস পোৱা গৈছে। এই গীতটোত তেওঁলোকক বেছ হট দেখা গৈছে। গীতটি নিমিষতে ভাইৰেল হৈ পৰে। আৰু এতিয়া ছবিখনৰ নতুন গীতটোতো তাৰেই আভাস ওলাইছে।

Apply Now

মুক্তি পালে ‘ইস্ক জেইছা কুচ’ গীতটোৰ টিজাৰ। দীপিকা আৰু হৃতিক দুয়োকে বৰ আকৰ্ষণীয় দেখা গৈছে। টিজাৰৰ আৰম্ভণিতে হৃতিক সাগৰৰ পৰা ওলাই অহা দেখা যায়। বিচত আকৰ্ষণীয়ভাৱে পোজ দিয়া দেখা গ’ল দীপিকাক। লগতে ‘ইস্ক জেইছা কুচ’ গীতটোৰ কিছু ঝলক।

এই ছবিখনৰ লগতে এই গীতটোতো দীপিকা আৰু হৃতিক ৰোমাঞ্চত ডুব যাব। দুয়োকে গীতটোত বৰ হট দেখা গৈছে। গানটোত তেওঁলোকক হট লুক নিমিষতে ভাইৰেল হৈ পৰিছে।

অহা জানুৱাৰী মাহত আহি আছে ছবিখন। হৃতিকে সিদ্ধাৰ্থ আনন্দৰ লগত কাম কৰিছে। এয়া তেওঁলোকৰ তৃতীয়টো কাম। ২০১৪ চনত মুক্তি পাইছিল সিদ্ধাৰ্থ আনন্দ আৰু হৃতিকৰ বেং বেং। তাৰ পিছত ২০১৯ চনত পুনৰ হৃতিকে সিদ্ধাৰ্থৰ সৈতে কাম কৰে। মুক্তি পায় ৱায়াৰ। এইবাৰ পুনৰ মুক্তি পাবলৈ গৈ আছে ফাইটাৰ।

Hone laga hai.. #IshqJaisaKuch! Song out on Friday, 22nd December.#Fighter #FighterOn25thJan #FighterMovie pic.twitter.com/LWbPjMMnI9

— Hrithik Roshan (@iHrithik) December 20, 2023

এই ফাইটাৰ ছবিখনত হৃতিকে স্কোৱাড্ৰন লীডাৰ শামশেৰ পাঠানিয়াৰ চৰিত্ৰত অভিনয় কৰিছে। পেটীৰ চৰিত্ৰত তেওঁক দেখা যাব। একেদৰে অনিল কাপুৰে ৰকিৰ চৰিত্ৰত অভিনয় কৰিছিল। মিনিৰ চৰিত্ৰত দেখা যাব দীপিকাক। মুঠতে বিভিন্ন বিষয়ক লৈ বাতৰিৰ শিৰোনাম দখল কৰিছে ফাইটাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd