• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেনেকৈ মৃত্যু ঘটিল? জিম্মাত অসামৰিক লোকৰ মৃত্যুক লৈ ‘ক’ৰ্ট অৱ ইনকুৱেৰী’ৰ নিৰ্দেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 25, 2023 1:50 pm
জম্মু-কাশ্মীৰৰ পুঞ্চত জিম্মাত অসামৰিক লোকৰ মৃ্ত্যুৰ প্ৰতিবাদ। ফটোঃ সংগ্ৰহীত।

জম্মু-কাশ্মীৰৰ পুঞ্চত জিম্মাত অসামৰিক লোকৰ মৃ্ত্যুৰ প্ৰতিবাদ। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত সেনাবাহিনীৰ এখন বাহনত উগ্ৰপন্থীয়ে আক্ৰমণ চলোৱাৰ পিছত কেইবাজনো লোকক আটক কৰি জেৰা কৰে। ইয়াৰে ৩ জনক পিছদিনা এনকাউণ্টাৰ ছাইটৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। এই ঘটনাক লৈ স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

ছ’চিয়েল মিডিয়াত সন্দেহযুক্ত লোকক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপন কৰা ভিডিঅ’ প্ৰকাশ পাইছে। ইয়াৰ পিছত ইণ্টাৰনেট সেৱা বন্ধ হৈ পৰে। এটা চৰকাৰী সূত্ৰই জনোৱা মতে, উৰাবাতৰি ৰোধ কৰিবলৈ ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

মৃত যুৱক তিনিজনৰ নাম ছাফিৰ হুছেইন (৪৩), মহম্মদ শ্বাউকাট (২৭) আৰু শ্বাব্বিৰ আহমেদ (৩২)। জম্মু-কাশ্মীৰ প্ৰশাসনে তেওঁলোকৰ পৰিয়ালক ক্ষতিপূৰণ আৰু চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি ঘোষণা কৰিছে।

Apply Now

লগতে পঢ়কঃ মঙলবাৰৰ পৰা ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত হ’ব থলুৱাভাৱে নিৰ্মিত ক্ষেপনাস্ত্ৰ ধ্বংসকাৰী জাহাজ INS Imphal

এই ঘটনাৰ তদন্ত অব্যাহত আছে। একে সময়তে ৰাজ্যৰ ৰাজনৈতিক দলসমূহেও এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে যিসকলক সেনাই সোধা-পোছাৰ বাবে আটক কৰি ৰাখিছিল, তাৰে সন্দেহজনক পৰিস্থিতিত তিনিজন লোকৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবী জনাইছে।

পিপলছ ডেম’ক্ৰেটিক পাৰ্টিৰ সভানেত্ৰী মেহবুবা মুফতিয়ে দাবী কৰিছে যে সেনাই ১৫ জন লোকক সোধা-পোছাৰ বাবে আটক কৰি ৰাখিছিল, ইয়াৰে তিনিজনৰ মৃত্যু হৈছে আৰু বাকীসকল গুৰুতৰভাৱে আহত হৈছে।

শনিবাৰে সাংবাদিকৰ আগত মেহবুবাই কয় যে, পুঞ্চ আক্ৰমণৰ পিছত সেনাই টোপা পিৰ গাঁৱৰ ১৫ জন লোকক সোধা-পোছাৰ বাবে আটক কৰি ৰাখিছিল, ইয়াৰে তিনিটা মৃতদেহ এনকাউণ্টাৰ ছাইটৰ সমীপত উদ্ধাৰ কৰা হৈছে। যিসকলৰ শৰীৰত গুৰুতৰভাৱে আঘাত আছে। বাকী ১২ জন লোকক বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আৰু তেওঁলোকৰ অৱস্থা সংকটজনক।

লগতে পঢ়কঃ ছত্তীশগড়ৰ বনাঞ্চলত সেনা-আৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত নিহত ৩ মাওবাদী

জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে মৃত তিনিজনৰ পৰিয়ালক ৫০ লাখ টকাৰ ক্ষতিপূৰণৰ অনুমোদন দিবলৈ প্ৰশাসনক দাবী জনাইছে। ৰাষ্ট্ৰীয় সন্মিলন (এন চি)য়েও শনিবাৰে এই বিষয়ত প্ৰতিবাদ সাব্যস্ত কৰে। ‘নিৰীহ লোকৰ ৰক্তক্ষৰণ বন্ধ কৰক’ বুলি দাবী জনাই কৰ্তৃপক্ষৰ আগত দলীয় কৰ্মীসকলে শ্লোগান উত্থাপন কৰে। দলৰ কার্যালয়ৰ পৰা ওলাই আহিবলৈ যাওঁতে আৰক্ষীয়ে তেওঁলোকক ৰখাই দিয়ে৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি, তিনিজন সাধাৰণ নাগৰিকৰ মৃত্যুৰ তদন্তৰ বাবে সেনাই ‘ক’ৰ্ট অৱ ইনকুৱেৰী’ৰ নিৰ্দেশ দিছে।

পুঞ্চৰ সুৰানকোট আৰক্ষী থানাত এই ঘটনাৰ এফআইআৰ ৰুজু কৰিছে জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে। সেনাই ব্যাপক অনুসন্ধান চলোৱাৰ পাছতো এই পৰ্যন্ত উগ্ৰপন্থীৰ কোনো সন্ধান পোৱা নাই।

লগতে পঢ়কঃ Merry Christmas 2023: ‘মেৰী খ্ৰীষ্টমাছ’ বুলি কিয় কোৱা হয়? ‘হেপী খ্ৰীষ্টমাছ’ বুলি কিয় কোৱা নহয়?

আকস্মিক আক্ৰমণৰ সন্দৰ্ভত শুকুৰবাৰে পুৱা নিৰাপত্তা বাহিনীয়ে ৮ জন সাধাৰণ নাগৰিকক সোধা-পোছাৰ বাবে আটক কৰে, ইয়াৰে তিনিজনক নিশাৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ইয়াৰ পিছতে স্থানীয় ৰাইজৰ ক্ষোভ বিয়পি পৰে।

বাকী ৫ জন আঘাতপ্ৰাপ্ত নাগৰিকক ৰাজৌৰীৰ এখন চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জেৰাৰ সময়ত নিৰ্যাতন চলোৱাৰ অভিযোগ তুলিছে পৰিয়ালে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

নিমিষা ঠাকুৰীয়াৰ মৃত্যুৰ তদন্তৰ মাজতে নাটকীয় মোৰ: আৰক্ষীৰ গুলীত আহত অভিযুক্ত আশিক আলী

October 6, 2026 9:51 pm
প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd