• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভূতে কি বগা পিন্ধি ভাল পায়? চিৰিয়েল-চিনেমাত দেখা ভূতে সদায় বগা কাপোৰেই পিন্ধে কিয়?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 30, 2023 5:35 pm
1.4k
VIEWS
Share on FacebookShare on Twitter

ভূত মানেই হৈছে ভয়ায়ক ৰস। কিন্তু এই ভয়ক উপভোগ্য কৰি তোলে গল্প, উপন্যাস, চিনেমা আদি শিল্পই।

কিন্তু এটা কথা আমি প্ৰায়ে লক্ষ্য কৰোঁ যে চিৰিয়েলেই হওক বা চিনেমাই হওক, ভূতৰ চৰিত্ৰই সাধাৰণতে বগা কাপোৰ পৰিধান কৰা দেখা যায়।

কিন্তু কিয় চিনেমা বা চিৰিয়েলত দেখা ভূতে সদায় বগা কাপোৰ পিন্ধে? কি কাৰণ আছে ইয়াৰ অন্তৰালত? 

ভূতৰ চিনেমাত ছবি নিৰ্মাতাই বগা কাপোৰ ব্যৱহাৰ কৰাৰ বিশেষ কাৰণ আছে। 

তাৰ আগতে পেৰানাৰ্মেল বিশেষজ্ঞসকলে ভূতৰ বিষয়ে কি কয় জানো আহক। তেওঁলোকৰ মতে যদি কোনো কৰুণ পৰিঘটনাৰ বাবে কোনো ব্যক্তিৰ মৃত্যু হয় আৰু পৰিয়ালৰ লোকে তেওঁক অতিশয় সন্মান কৰে তেন্তে ব্যক্তিজনৰ আত্মা এই পৃথিৱীত থকাৰ সম্ভাৱনা অতি বেছি।

কাৰোবাৰ মৃত্যু হ’লে তেওঁক সাধাৰণতে বগা কাপোৰ পিন্ধাই বিদায় দিয়া হয় আৰু সেই দৃশ্য মানুহৰ স্মৃতিত ৰৈ যায়। 

হত্যা বা দুৰ্ঘটনাৰ ফলত যদি কোনোবাই মৃত্যুবৰণ কৰে তেন্তে তেওঁৰ অতৃপ্ত আত্মা এই পৃথিৱীতে থাকে বুলি বিশ্বাস কৰা হয়। চিনেমাতো একে কাহিনীকে এনেদৰে চিত্ৰিত কৰা হয়। 

যিহেতু শেষবাৰৰ বাবে মৃত ব্যক্তিজনক বগা কাপোৰৰ সৈতে দেখা যায় , সেয়েহে বিশ্বাস কৰা হয় যে তেওঁ পুনৰ একে কাপোৰ পিন্ধি আহিছে। 

লগতে ভূতক আন্ধাৰত দেখুওৱা হয়, গতিকে এন্ধাৰত জিলিকাই তুলিবলৈ বগা কাপোৰেই সুবিধাজনক হয়। বগা কাপোৰ পিন্ধা কোনোবাই আন্ধাৰত অস্বাভাৱিক আচৰণ কৰা দেখি আৰু অধিক ভয় লাগে। হয়তো এই কাৰণেই ভূতৰ চিনেমাত ছবি নিৰ্মাতাসকলে বগা কাপোৰ ব্যৱহাৰ কৰে।

Recent News

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

ক’ত গ’ল পুৰুষাংগ! অস্ত্ৰোপচাৰৰ পিছত জ্ঞান পাই হাহাকাৰ ৰোগীৰ; অসমৰ হাস্পাতালতে ঘটিল এই কাণ্ড

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

‘মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই গুৱাহাটীত নিৰ্মাণ কৰিছে পত্নীৰ নামত তিনি তাৰকাযুক্ত বিশাল হোটেল’-অখিল গগৈ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

মৰ্মান্তিক! বিয়া কৰাবলৈ যোৱাৰ পথত দুৰ্ঘটনাত মৃত্যু দৰাসহ পৰিয়ালৰ আঠজন সদস্যৰ

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

পাটনাত নৃশংস হত্যাকাণ্ড: ঘৰৰ সন্মুখতে বিশিষ্ট ব্যৱসায়ী তথা বিজেপি নেতাক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd