• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছবিৰ বাজেট ১৫০০ কোটি! নায়ক মহেশ বাবু, পৰিচালক `বাহুবলী’, `RRR’ৰ খ্যাত ৰাজামৌলি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 3, 2024 3:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুক্তিৰ বাবে সাজু হৈছে মহেশ বাবুৰ আগন্তুক ছবি ‘গুন্তুৰ কাৰম’। ছবিখন অহা ১২ জানুৱাৰীত সংক্ৰান্তিৰ দিনা মুক্তি পাবলৈ গৈ আছে। এই ছবিখনৰ জৰিয়তে ত্ৰিবিক্ৰম শ্ৰীনিবাস আৰু মহেশ বাবুৱে বহুদিনৰ মূৰত পুনৰ একত্ৰিত হৈছে। সেয়ে সকলোৰে আগ্ৰহ ‘গুন্তুৰ কাৰম’ ছবিখনৰ প্ৰতি।

মহেশ বাবুৰ পৰৱৰ্তী ছবিক কেন্দ্ৰ কৰি চৰ্চা তীব্ৰতৰ হৈ পৰিছে। নাথাকিবই বা কিয়। এই ছবিখনত এছ এছ ৰাজামৌলিৰ লগত অভিনয় কৰিবলৈ ওলাইছে মহেশ বাবুৱে। কিন্তু আটাইতকৈ আচৰিত কথাটো হ’ল ৰাজামৌলিৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ বাজেট।

Apply Now

ৰাজামৌলিৰ ছবি মানেই দৰ্শকৰ প্ৰত্যাশা আৰু বাঢ়ি যায়। কাৰণ, ইয়াৰ পূৰ্বে এই পৰিচালক তথা চলচ্চিত্ৰ নিৰ্মাতাই ‘বাহুবলী’ ফ্ৰেঞ্চাইজি, ‘আৰ আৰ আৰ’ৰ দৰে ব্লকবাষ্টাৰ প্যান ইণ্ডিয়া ছবি দিছে। এইবাৰ আকৌ ৰাজামৌলী আৰু মহেশ বাবু একেলগে একেখন ছবিত।

গতিকে এই প্ৰকল্পক কেন্দ্ৰ কৰি সকলোৰে আশা তুংগত। ইফালে ৰাজামৌলিৰ ছবিখনৰ বাজেট আশাৰ লগত খাপ খুৱাই আকাশলংঘী হ’বলৈ গৈ আছে বুলি শুনা গৈছে। তেলেগু ৩৬০ পৰ্টেলৰ এক প্ৰতিবেদন অনুসৰি ৰাজামৌলীৰ প্ৰকল্পৰ বাজেট ১৫০০ কোটি ধাৰ্য কৰা হৈছে।

দক্ষিণৰ বিখ্যাত প্ৰযোজকগৰাকীয়ে সংবাদমেলত কয় যে ছবিখনৰ বাজেট অবাস্তৱ যেন লাগে যদিও কিছুমান ছবিত ই বাস্তৱ। অৱশ্যে ছবিখনৰ বাজেট সন্দৰ্ভত কোনো কথা প্ৰকাশ নকৰিলে ৰাজামৌলিয়ে। এই জংঘলকেন্দ্ৰিক দুঃসাহসিক ছবিখনত মহেশ বাবুক সম্পূৰ্ণ বেলেগ ৰূপত দেখা যাব।

এতিয়া এই ছবিখনৰ প্ৰডাকচনৰ কাম চলি আছে। বিশ্বৰ তিনিখন দেশত ছবিখনৰ দৃশ্যগ্ৰহণ হৈছে। জনা যায় যে এই দুঃসাহসিক ছবিখনৰ কিছু অংশ আমাজনৰ গভীৰ জংঘলত শ্বুটিং কৰা হৈছে।

আফ্ৰিকাতো শ্বুটিং কৰা হৈছে। দক্ষিণৰ তাৰকাগৰাকীক কেইবাটাও ৰোমাঞ্চকৰ একচন দৃশ্যত দেখা যাব। তাৰ বাবে মহেশ বাবুৱে তিনিমাহ প্ৰশিক্ষণ লৈছে। হলিউডৰ এটা আগশাৰীৰ ষ্টুডিঅ’ই প্ৰযোজক কে এল নাৰায়ণৰ সৈতে সহ-প্ৰযোজক হিচাপে ছবিখনৰ সৈতে যুক্ত হৈছে। ছবিখনৰ সংগীত পৰিচালনা এম এম কিৰবানীৰ।

ৰাজমৌলিৰ প্ৰজেক্ট সন্দৰ্ভত মহেশ বাবুৱে কয়, ‘মোৰ বাবে এই ছবিখন সপোন পূৰণৰ দৰেই। ৰাজমৌলি আৰু মই বহুদিনৰ পৰা একেলগে কাম কৰিবলৈ চেষ্টা কৰি আছিলো। অৱশেষত হ’ল। প্ৰজেক্টটোক লৈ মই সঁচাকৈয়ে উৎসাহিত হৈছো।‘

ছবিখন সৰ্বভাৰতীয় পৰ্যায়ত মুক্তি পাব। গতিকে সকলোৱে অপেক্ষা কৰি আছে ৰাজামৌলিৰ প্যান ইণ্ডিয়া ছবিৰ মুক্তিৰ বাবে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

ভাৰতৰ ক্ৰীড়া ইতিহাসত নতুন সংযোজন! প্ৰথমবাৰৰ বাবে ভাৰতত অনুষ্ঠিত হ’ব ২০২৯ৰ বিশ্ব ভাৰোত্তোলন চেম্পিয়নশ্বিপ

October 25, 2026 9:26 pm
অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

অৰুণাচল প্ৰদেশত নদীবান্ধ বিৰোধী প্ৰতিবাদৰ ভয়ংকৰ ৰূপ! নিশাৰ ভিতৰতে ২৫০ জনীয়া ‘ৰেপিড একচন ফৰ্চ’ প্ৰেৰণ কেন্দ্ৰৰ

October 25, 2026 8:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd