• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাত ভূগিছে নেকি? চাওক নিৰাময়ৰ কিছু ঘৰুৱা নিদান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2024 7:08 am
Urinary burning
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনিও ভূগিছে নেকি প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাত? যদি আপুনি প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা অনুভৱ কৰে তেন্তে ই প্ৰস্ৰাৱৰ সংক্ৰমণৰ (UTI) লক্ষণ হ’ব পাৰে। ইয়াৰ বাহিৰেও জ্বৰ, পানীলগা আদি উপসৰ্গইও দেখা দিব পাৰে। গতিকে প্ৰস্ৰাৱৰ জ্বলাপোৰা হ’লে তাক সহজভাবে নলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 

ইয়াৰ মাজতে, কিছুমান সাধাৰণ বিধান দিয়া হ’ল যিয়ে প্ৰাথমিকভাবে প্ৰস্ৰাৱৰ জ্বলাপোৰা উপশম ঘটোৱাত সহায় কৰিব পাৰে।

Apply Now

১/ প্ৰচুৰ পৰিমাণে পানী খাব: ভালদৰে হাইড্ৰেট হৈ থাকিলে প্ৰস্ৰাৱ পাতল হোৱাত সহায়ক হয় আৰু জ্বলা-পোৰা কমি আহে। সেয়ে দিনটোত কমেও ৮-১০ গিলাচ পানী সেৱন কৰক।

২/ প্ৰস্ৰাৱ ধৰি নাৰাখিব: প্ৰস্ৰাৱ কেতিয়াও বেছি সময় ধৰি ৰাখিব নালাগে। শৰীৰৰ পৰা যাতে যিকোনো বেক্টেৰিয়া বা অপকাৰী পদাৰ্থ বাহিৰ হ’ব পাৰে তাৰবাবে মূত্ৰাশয় নিয়মিতভাৱে খালী কৰক।

৩/ ক্ষতিকাৰক খাদ্য পৰিহাৰ কৰক: আপোনাৰ প্ৰস্ৰাৱৰ সমস্যা হ’ব পৰা খাদ্য যেনে কেফেইন, মদ, টেঙা খাদ্য, আৰু ছাইট্ৰাছযুক্ত ফল খোৱাৰ পৰা বিৰত থাকক। 

৪/ ক্ৰেনবেৰীৰ ৰস: ক্ৰেনবেৰীৰ ৰস খালে বা ক্ৰেনবেৰীৰ পৰিপূৰক সেৱন কৰিলে ইউটিআই প্ৰতিৰোধ কৰাত সহায়ক হ’ব পাৰে আৰু লক্ষণসমূহ উপশম হ’ব পাৰে।

৫) কেমিকেল আৰু সুগন্ধিযুক্ত চাবোন পৰিহাৰ কৰক: যৌনাংগ পৰিষ্কাৰ কৰাৰ সময়ত মৃদু, সুগন্ধিহীন চাবোন ব্যৱহাৰ কৰক আৰু সেই অংশত সমস্যাৰ সৃষ্টি কৰিব পৰা কঠোৰ ৰাসায়নিক বা সুগন্ধিযুক্ত সামগ্ৰী পৰিহাৰ কৰক।

৬/ তাপ প্ৰয়োগ : প্ৰস্ৰাৱ জ্বলাপোৰা কৰিলে তল পেটত কুহুমীয়া গৰম পানীৰ সেক দিব পাৰে। 

৭) যৌন সম্ভোগ পৰিহাৰ কৰক: যদি আপোনাৰ লক্ষণসমূহ ইউটিআই বা প্ৰস্ৰাৱৰ জ্বলাপোৰাৰ সৈতে জড়িত তেন্তে সমস্যাটো সমাধান নোহোৱালৈকে যৌন কাৰ্য্যকলাপৰ পৰা বিৰত থাকক।

৮/  চিকিৎসকৰ পৰামৰ্শ লওক: যদি জ্বলা-পোৰাটো স্থায়ী হয়, জ্বৰ হয় বা প্ৰস্ৰাৱত তেজ নিৰ্গত হয় নাইবা কঁকালৰ বিষৰ দৰে আন লক্ষণে দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm
বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

বিশ্বকাপৰ আৰম্ভণিতেই উজুটি খালে পৰ্তুগালে! কংগোৰ বিৰুদ্ধে ১-১ গ’লত ড্ৰ, খেলপথাৰত ব্যৰ্থ অধিনায়ক ৰোনাল্ডো

June 18, 2026 11:05 am
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মালদাৰ মোথাবাৰী কাণ্ড: মাত্ৰ দুমাহৰ ভিতৰত এন আই এক তদন্ত শেষ কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

৬৯ লোকৰ প্ৰাণ কাঢ়ি নিয়া বোৱাবজাৰ বিস্ফোৰণৰ দোষীক মুক্তিঃ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ বংগ চৰকাৰ

June 18, 2026 12:36 pm
গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

গণেশগুৰিত মচি পেলোৱা হ’ল ‘কমৰেড নেভাৰ ডাই’! জুবিনৰ দেৱাল চিত্ৰ আঁতৰোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অনুৰাগীৰ

June 18, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd