• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কিদৰে দেহৰ পৰা নিৰ্গত কৰিব ক্ষতিকাৰক পদাৰ্থ? এনে খাদ্যই দিব সুফল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2024 7:20 pm
Detoxify Your Body Naturally
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেহ নিৰোগী কৰি ৰাখিবলৈ সকলো ব্যক্তিয়েই যথাসাধ্য সকলো চেষ্টা কৰে। দেহ সবল-নিৰোগী কৰি তুলিবলৈ শাৰীৰিক শ্ৰমৰ সমানে খাদ্যৰ ওপৰতো দিয়া হয় গুৰুত্ব।

কিন্তু কিছুমান খাদ্যৰ জৰিয়তে আমাৰ দেহৰ ভিতৰত শৰীৰৰ বাবে ক্ষতিকাৰক পদাৰ্থ জমা হয়। এনে ক্ষতিকাৰক পদাৰ্থসমূহে আমাৰ দেহ ৰুগীয়া কৰি তোলে।

Apply Now

গতিকে দেহ নিৰোগী কৰি তুলিবলৈ হ’লে এনে ক্ষতিকাৰক পদাৰ্থসমূহ দেহৰ পৰা নিৰ্গত হোৱাটো অত্যন্ত প্ৰয়োজনীয়। কিছুমান খাদ্যই এইক্ষেত্ৰত আমাক সহায় কৰিব পাৰে।

এনে কিছুমান খাদ্যৰ বিষয়ে জানো আহকঃ

১/ নেমু

নেমুত ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি, যি যকৃতক অধিক কাৰ্যক্ষম কৰাত সহায় কৰে আৰু ক্ষতিকাৰক পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে। ৰাতিপুৱা নেমুৰ পানী সেৱন কৰিলে হজম শক্তিত সহায়ক হয় আৰু শৰীৰৰ পৰা ক্ষতিকাৰক পদাৰ্থ আঁতৰি যায়।

২/ নহৰু

হালধিত চালফাৰ থাকে, যি ক্ষতিকাৰক পদাৰ্থ বাহিৰলৈ উলিওৱাত মুখ্য ভূমিকা লোৱা যকৃতৰ এনজাইম সক্ৰিয় কৰাত সহায় কৰে। ইয়াৰ এন্টিবেক্টেৰিয়েল আৰু এন্টিভাইৰেল গুণো আছে, যি ৰোগ প্ৰতিৰোধ ক্ষমতাক সহায় কৰে।

৩/ আদা

আদাত প্ৰদাহ নিবাৰণকাৰী গুণ আছে। আদাই হজম শক্তি আৰু ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। ইয়াৰ দ্বাৰা দেহৰ ক্ষতিকাৰক পদাৰ্থ সহজে নিৰ্গত হয়।

৪/ সেউজীয়া শাক-পাচলি

সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ক্ল’ৰ’ফিল থাকে, যি শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত থকা আঁহ, ভিটামিন, খনিজ পদাৰ্থই দেহৰ আভ্যন্তৰত নিষ্কাশণ প্ৰক্ৰিয়াত সহায় কৰে।

৫/ বীট

বীটত থকা বিটেইন নামৰ যৌগই যকৃতৰ কাৰ্যক্ষমতা আৰু ক্ষতিকাৰক পদাৰ্থ নিৰ্গতকৰণক সহায় কৰে। ইয়াৰ উপৰিও বিটেইনে তেজ বিশুদ্ধ কৰাত সহায় কৰে আৰু হজম শক্তি বৃদ্ধি কৰে।

৬/ কবি

কবিত থকা চালফাৰে যকৃতৰ এনজাইমক সক্ৰিয় কৰি তোলে। ইয়াৰ উপৰিও ইয়াত থকা আঁহে পাচনত সহায় কৰে।

৭/ হালধী

হালধী কাৰকুমিন নামৰ এক শক্তিশালী এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী যৌগ থাকে। ই যকৃতৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰৰ প্ৰদাহ হ্ৰাস কৰি ক্ষতিকাৰক পদাৰ্থ নিৰ্গত কৰাত সহায় কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

নাৰীৰ তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে কেতিয়াবা বিপাঙত পৰে পুৰুষ, কেনেকৈ মনত ৰাখে সকলো কথা? কাৰণ দৰ্শালে বিশেষজ্ঞই

June 18, 2026 6:45 am
ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

ধন দাবী আৰু হত্যাৰ ভাবুকি দি হাজোত গ্ৰেপ্তাৰ বিজেপি নেতা

June 17, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি চুক্তি! মধ্যপ্ৰাচ্যত যুদ্ধৰ অৱসান, হৰমুজ প্ৰণালী মুকলি কৰাৰ সিদ্ধান্ত

June 18, 2026 10:22 am
আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

আটলান্টিক মহাসাগৰৰ গভীৰতাত চলি থকা লেহেমীয়া সোঁতৰ দুৰ্বলতাই আনিব পাৰে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী

June 18, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd