• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত ন্যায় যাত্ৰাৰ সময়ত কামাখ্যা, বৰপেটা সত্ৰ কিয় ভ্ৰমণ নকৰিলে ৰাহুল গান্ধীয়ে, প্ৰশ্ন হিমন্ত বিশ্বৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2024 4:18 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলৰ বিৰুদ্ধে এক অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলে ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ দিনা বটাদ্ৰৱ থান ভ্ৰমণ কৰিবলৈ অনুমতি নিদিয়াত অশান্তিৰ সৃষ্টি কৰিছে। 

লগতে অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ভাৰত জোডো ন্যায় যাত্ৰাৰ সময়ত মা কামাখ্যা মন্দিৰ, ড° ভূপেন হাজৰিকা সমাধিক্ষেত্ৰ, শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰ, পোৱামক্কা দৰগাহ চৰিফ, বৰপেটা সত্ৰ আদি ঠাই ভ্ৰমণ নকৰিলে ৰাহুল গান্ধীয়ে।

Apply Now

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘ৰাহুল গান্ধীয়ে যদি সঁচা অৰ্থত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক শ্ৰদ্ধা কৰে তেন্তে বৰপেটা সত্ৰখন ভ্ৰমণ কৰিব পাৰিলেহেঁতেন। তেওঁ সম্ভৱতঃ বৰপেটাৰ পাটবাউসী সত্ৰলৈ যাব পাৰিলেহেঁতেন। ৰাহুল গান্ধীয়ে কিয় এমুহূৰ্তৰ বাবে ৰৈ জালুকবাৰীত থকা ড° ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰলৈ গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা নাছিল? যদি তেওঁ প্ৰকৃততে হিন্দু সংস্কৃতিক ভাল পায় তেন্তে গুৱাহাটীৰ নীলাচল পাহাৰৰ মা কামাখ্যা মন্দিৰ তেওঁ কিয় দৰ্শন নকৰিলে? কংগ্ৰেছ দলৰ প্ৰধান লক্ষ্য আছিল তেওঁলোকৰ ভাৰত জোডো ন্যায় যাত্ৰাৰে অসমত অস্থিৰতা সৃষ্টি কৰা।”

কংগ্রেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱা বুলিও নিশ্চিত কৰে হিমন্ত বিশ্ব শৰ্মাই। লগতে লোকসভা নির্বাচনৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰা হ’ব বু্লিও সদৰী কৰে৷

‘‘আমি এই সময়ত ৰাহুল গান্ধীক গ্ৰেপ্তাৰ নকৰো কাৰণ কিছুমানে ইয়াক ৰাজনৈতিক পদক্ষেপ বুলি অভিহিত কৰিব। গোচৰ ৰুজু কৰা হৈছে। এটা বিশেষ তদন্তকাৰী দলে (SIT) গোচৰটো চাব, আৰু ৰাহুল গান্ধী আৰু তেওঁৰ ব্ৰিগেডে কেনেকৈ আৰক্ষীৰ বেৰিকেড ভাঙি ৰাজ্যৰ আৰক্ষী বাহিনীক আক্ৰমণ কৰিবলৈ উচটনি দিছিল সেয়া দেখুৱাবলৈ আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে। কালি তেওঁলোকে মহানগৰীত বিশৃংখলতা সৃষ্টিৰ চেষ্টা চলাইছিল যদিও আমি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিলো। লোকসভা নিৰ্বাচনৰ পিছত উপযুক্ত সময়ত আমি ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰিম” – মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়।

ইয়াৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী শৰ্মাই কয় যে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ লগতে দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপাল, ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাৰ সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ প্ৰভাৰী কানহাইয়া কুমাৰকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে আনুষ্ঠানিকভাৱে এফআইআৰ ৰুজু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd