• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰকৃতিৰ বিনন্দীয়া ৰূপঃ টাৱাঙে পিন্ধিলে শুভ্ৰ আভৰণ, চাওক কিছু মনোমোহা দৃশ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2024 1:00 pm
Tawang Arunachal Pradesh
946
VIEWS
Share on FacebookShare on Twitter

প্ৰাকৃতিক সৌন্দৰ্যৰ অবৰ্ণনীয়, আটকধুনীয়া পৰিৱেশেৰে সমৃদ্ধিশালী উত্তৰ পূবৰ পাহাৰীয়া ৰাজ্য অৰুণাচল।

বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশৰ বাবে অৰুণাচল প্ৰদেশ সদায়ে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে।

বিশেষকৈ শীতকালত অধিক মনমোহা ৰূপেৰে উদ্ভাসিত হৈ উঠে এই পাহাৰীয়া ৰাজ্যখন।

অৰুণাচল প্ৰদেশৰ এনে মনোমোহা সৌন্দৰ্যৰ এক উল্লেখনীয়া চহৰ হৈছে টাৱাং।

শীতৰ পোচাকেৰে আজি এই চহৰখন হৈ পৰিছে চালে চকুৰোৱা।

প্ৰচুৰ তুষাৰপাতৰ বাবে সমগ্ৰ টাৱাং চহৰখনেই আজি প্ৰায় শুকুলা হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ পাহাৰীয়া চহৰ টাৱাঙৰ তাপমাত্ৰা আৰু হ্ৰাস পাইছিল যিহেতু ইয়াত প্ৰচুৰ তুষাৰপাত হৈছিল।

শুভ্ৰ আভৰণেৰে আজি সজ্জিত হৈ পৰা টাৱাঙৰ কিছু দৃশ্য চাওকঃ

 

 

Recent News

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

নিৱনুৱা পুত্ৰৰ চিন্তা! ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাপ দিলে এজন লোকে; মুখ্যমন্ত্ৰীলৈ লিখি থৈ গ’ল পত্ৰ

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

ইউনুছক সেনা প্ৰধানৰ সকীয়নি! কোন দিশে অশান্ত-অস্থিৰ বাংলাদেশ?

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

এনেকুৱাও ঘটে! ২৫ বাৰ বিয়া, শহুৰেকৰ ঘৰৰ পৰা লাখ লাখ টকা-গহনা লুট! গ্ৰেপ্তাৰ ‘চুৰুণী কইনা’

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

‘ফ্ৰী পেলেষ্টাইন’ শ্লোগান! ৱাশ্বিংটনত দুই ইজৰাইলী দূতাবাসৰ কৰ্মীক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd