• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘৰ এখনৰ উন্নতিৰ বাহক ঘৰৰ মুৰব্বীৰ এনে গুণঃ আঙুলিয়াই দিছে চাণক্যই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2024 7:03 am
Chanakya Niti
582
VIEWS
Share on FacebookShare on Twitter

এখন ঘৰৰ উন্নতি ঘৰখনৰ মূৰব্বীগৰাকীৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল। ঘৰৰ মুৰব্বীগৰাকী বুদ্ধিমান হ’লে প্ৰতিটো পৰিস্থিতিত পৰিয়ালটোক সুৰক্ষিত কৰি ৰাখিব পাৰে। সেইবাবেই ঘৰৰ মুৰব্বীগৰাকীৰ কিছুমান গুণ থাকিব লাগে বুলি আৰ্চায চাণক্যই উল্লেখ কৰিছে।

ভাৰতীয় সমাজ জীৱনত আচাৰ্য চাণক্যই এক বিশেষ স্থান দখল কৰি আহিছে। চাণক্যৰ ধ্যান-ধাৰণা তথা তেওঁৰ পৰামৰ্শ ভাৰতীয় সমাজত বৰ্তমানপৰ্যন্ত প্ৰাসংগিক হৈ আছে। তেওঁৰ এই চিন্তা-চৰ্চাৰে পৰিচালিত হৈ যিকোনো ব্যক্তিয়ে নিজ জীৱনক সফলতাৰ শিখৰলৈ লৈ যাব পাৰে।

আচাৰ্য চাণক্যৰ মতে যদি ঘৰৰ মুৰব্বীৰ এই বিশেষ গুণ নাথাকে, তেন্তে সেই ঘৰখনত কেতিয়াও উন্নতি নহয়। আচাৰ্য চাণক্যই উল্লেখ কৰা এনে কিছু গুণৰ বিষয়ে জানো আহক:

অৰ্থ সঞ্চয়

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে ধন সঞ্চয় কৰিব লাগে। ধন সঞ্চয় কৰাটো ঘৰখনৰ মুৰব্বীৰ দায়িত্ব, যাতে ভৱিষ্যতে তেওঁ আন কোনো ব্যক্তিৰ ওচৰলৈ সহায় বিচাৰি হাত আগবঢ়াব নালাগে।

পাৰিবাৰিক বিবাদৰ সময়ত সকলোৰে মত শুনা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে প্ৰমাণ অবিহনে কোনো কথাত বিশ্বাস কৰিব নালাগে। যদি ঘৰখনত কোনো বিবাদ চলি থাকে, তেতিয়া তেওঁ সকলোৰে মত শুনি তাৰ পিছতহে কথাটো নিশ্চিত কৰিহে বিষয়টো সমাধানৰ চেষ্টা কৰিব লাগে।

সাৱধানে সিদ্ধান্ত গ্ৰহণ কৰা

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীয়ে যেতিয়াই কোনো সিদ্ধান্ত লয়, তেতিয়াই তেওঁ নিশ্চিত হ’ব লাগে যাতে তেওঁৰ সিদ্ধান্তই পৰিয়ালৰ কোনো সদস্যৰ ক্ষতি নকৰে।

সিদ্ধান্তত দৃঢ় হৈ থাকিব লাগে

আচাৰ্য চাণক্যৰ মতে, ঘৰৰ মুৰব্বীগৰাকীয়ে যি সিদ্ধান্ত লয়, সেই সিদ্ধান্তত দৃঢ় হৈ থাকিব লাগে। মুৰব্বীগৰাকীয়ে এক অনুশাসনমূলক পৰিবেশ বজাই ৰাখিব লাগে। এনে কৰিলেহে ঘৰৰ সদস্যসকল আগবাঢ়িব পাৰে।

Recent News

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

বুকাৰ আন্তর্জাতিক বঁটা বিজয়ী: বানু মুস্তাকৰ ‘হাৰ্ট ল্যাম্প’ আৰু উপেক্ষিত কণ্ঠৰ প্রতিবাদ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

আন্তৰ্জাতিক মঞ্চত উজ্জ্বলিল অসমৰ বিনিতা চেত্ৰীঃ ব্ৰিটেইন গট টেলেণ্টত তৃতীয় স্থান দখল অসমকন্যাৰ

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

সাৱধান হওক, সতৰ্ক থাকক! দৈনন্দিন এই পাঁচটা কামে ৰক্তচাপ বৃদ্ধি কৰে; সময় থাকোতেই বন্ধ কৰক

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

২ দিনৰ প্ৰচণ্ড বৰষুণৰ অন্তত উত্তৰ-পূবত বান, ভূমিস্খলনৰ ফলত ২৫ জন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd