• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কেঞ্চাৰৰ প্ৰতিৰোধত আপোনাক সহায় কৰিব এনে কিছুমান খাদ্যইঃ জানিবলৈ চাওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2024 3:53 pm
Cancer-Fighting Foods
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাম্প্ৰতিক সময়ত কেঞ্চাৰ ৰোগৰ হাৰ ভয়াৱহ হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। কেঞ্চাৰৰ চিকিৎসা পদ্ধতি বৰ্তমান পূৰ্বৰ তুলনাত সুলভ হৈছে যদিও এই চিকিৎসা পদ্ধতি যথেষ্ট ব্যয়বহুল হোৱা দেখা যায়।

সেয়ে আক্ৰান্ত হোৱোৰ পূৰ্বেই কেঞ্চাৰ প্ৰতিৰোধৰ বাবে যথাসম্ভৱ সাৱধানতা অৱলম্বন কৰা উচিত। কেঞ্চাৰ প্ৰতিৰোধৰ কোনো নিশ্চিত পদ্ধতি নাই যদিও জীৱনশৈলী তথা খাদ্যৰ সজাগতাই কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

মূলতঃ ফল-মূল, শাক-পাচলি, প্ৰটিনযুক্ত সুষম খাদ্য গ্ৰহণ কৰিলে বিভিন্ন কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। সমান্তৰালভাৱে ৰেড মিট, চেনিযুক্ত খাদ্য আৰু পানীয় আৰু অত্যধিক মদ্যপান সীমিত কৰাটো বাঞ্ছনীয়।

অৱশ্যে কেৱল খাদ্যই কেঞ্চাৰৰ পৰা সুৰক্ষাৰ নিশ্চয়তা দিব নোৱাৰে। তথাপি কৰ্কট ৰোগ প্ৰতিৰোধৰ সম্ভাৱনা থকা বুলি গণ্য কৰা কিছু খাদ্যৰ বিষয়ে জানো আহকঃ

১/ জামু

ষ্ট্ৰ’বেৰী, ব্লুবেৰী, ৰাস্পবেৰী, ব্লেকবেৰী আদি প্ৰজাতিৰ জামুবোৰত এন্টিঅক্সিডেন্ট আৰু ফাইটোকেমিকেল থাকে, যি বিভিন্ন ধৰণৰ কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

২/ কবি জাতীয় পাচলি

ব্ৰকলি, ফুলকবি, বন্ধাকবি, ব্ৰাছেলছ স্প্ৰাউটৰ দৰে পাচলিত এনে কিছুমান যৌগ থাকে যি কেঞ্চাৰ কোষৰ বৃদ্ধি ৰোধ কৰাত সহায় কৰে বুলি প্ৰমাণিত হৈছে।

৩/ হালধি

হালধিত থকা সক্ৰিয় যৌগ কাৰকুমিনৰ যথেষ্ট এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যি কেঞ্চাৰ কোষৰ বৃদ্ধিত বাধা দিব পাৰে।

৪/ গ্ৰীণ টি

গ্ৰীণ টিত বিভিন্ন ধৰণৰ পলিফেনল, বিশেষকৈ কেটেচিন থাকে, যি প্ৰধানতঃ স্তন, প্ৰষ্টেট আৰু কলৰেক্টাল কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

৫/ নহৰু

নহৰুত চালফাৰ যৌগ থাকে, যি কেঞ্চাৰ কোষৰ বৃদ্ধিত বাধা দিয়ে বুলি বিশেষজ্ঞসকলে সদৰী কৰিছে।

৬/ বিলাহী

বিলাহীত প্ৰচুৰ পৰিমাণে লাইকোপেন নামৰ এক শক্তিশালী এন্টিঅক্সিডেন্ট থাকে, যি প্ৰষ্টেট কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস কৰে।

৭/ বাদাম

বাদামত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট, স্বাস্থ্যকৰ চৰ্বি, আৰু ফাইবাৰ থাকে, যি প্ৰদাহ আৰু অক্সিডেটিভ চাপৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব পাৰে, যাৰ ফলত কেঞ্চাৰৰ সম্ভাৱনা হ্ৰাস পায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

ৰাজ্যিক পৰ্যায়ৰ উদযাপনৰ জৰিয়তে সুধাকণ্ঠ ভূপেন হাজৰিকাক সন্মান জনাব অৰুণাচল প্ৰদেশে

August 28, 2025 7:22 pm
মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

মিজোৰামত নিষিদ্ধ কৰা হ’ল ভিক্ষা! বিৰোধীৰ আপত্তি সত্ত্বেও বিধানসভাত গৃহীত বিধেয়ক

August 28, 2025 6:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

অৰুণাচলত অসমৰ নৱম শ্ৰেণীৰ ছাত্ৰক হত্যাৰ অভিযোগ; আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কলেজীয়া ছাত্ৰক

August 28, 2025 9:30 pm
যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

যোৰাবাটত কৃত্ৰিম বানে উটুৱাই নিলে যুৱকক; সন্ধানত চলি আছে এছডিআৰএফৰ অভিযান

August 28, 2025 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd