• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মহিলাক মদ কিনি দিয়াৰ বিনিময়ত বিচাৰিছিল যৌন সুখ, প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবে কৰিলে এই কাৰ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2024 6:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী অকলশৰীয়া মহিলাক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছেৰ এজন যুৱক। যোৱা মাহত এটা জোপোহাত উদ্ধাৰ হৈছিল ভুক্তভোগী মহিলাৰ মৃতদেহ।

অভিযুক্তক শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। শনিবাৰে মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হত্যাকাৰী যুৱকজনক। 

Apply Now

আাৰক্ষীয়ে জনোৱা মতে এই হত্যাকাণ্ড মুম্বাইত সংঘটিত হৈছিল। অভিযুক্তই এগৰাকী গৃহহীন মহিলাৰ সৈতে যৌন সম্ভোগ কৰিব বিচাৰিছিল বুলি জনা গৈছে। 

মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তজনক ৰমজান শ্বেখ (৩৭) বুলি চিনাক্ত কৰা হৈছে। অভিযুক্ত ভাৰত পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেডৰ ঠিকাভিত্তিক কৰ্মচাৰী। 

মৃত মহিলাগৰাকী স্বপ্না সতীশ বাথাম (৪০) বুলি চিনাক্ত কৰা হৈছে। তেওঁ গৃহহীন। তেওঁ মধ্য মুম্বাইৰ চেৱৰী অঞ্চলত ৰাস্তাৰ কাষত বাস কৰিছিল। 

ৰমজানে অঞ্চলটোৰ মাজেৰে প্ৰায়ে ভ্ৰমণ কৰিছিল। জানুৱাৰী মাহত ৰমজানে মহিলাগৰাকীক সুৰাৰ প্ৰলোভন দেখুৱাইছিল। ৰমজানে স্বপ্নাক কৈছিল যে যদি তাই তাৰ সৈতে যৌন সম্ভোগ কৰে তেন্তে সি তাইৰ সুৰা কিনি দিব। কিন্তু এই প্ৰস্তাৱত সন্মত হোৱা নাছিল মহিলাগৰাকী। যাৰ বাবে সি সেই ঠাইতে মহিলাগৰাকীক হত্যা কৰি এটা জোপোহাত ওলমাই থৈ যায় মহিলা গৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে অঞ্চলটোৰ চিচিটিভি কেমেৰাৰ জৰিয়তে অভিযুক্তজনৰ পৰিচয় জানিব পাৰিছিল। তাৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল।

উল্লেখ্য যে ৰমজান মহিলাগৰাকীৰ পূৰ্বৰে চিনাকী আছিল। ৰমজানৰ বিৰুদ্ধে ২০১৮ চনত মহিলাগৰাকীৰ কন্যাক অপহৰণ কৰাৰ অভিযোগ আছিল। তাৰ পিছত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

৪০ অভিযোগৰ ‘ফেক্ট চেক’! ২৯টা মিছা, ১১টা বিভ্ৰান্তিকৰ; ৰাহুলক লৈ তীব্ৰ বাক্‌যুদ্ধ

August 28, 2026 4:45 pm
গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

নেপালত ভয়ংকৰ বান! ৫ মাহ পূৰ্বেই আহিছিল বিপদৰ আগজাননী, তথাপি কিয় অবলম্বন কৰা নহ’ল সতৰ্কতা?

August 28, 2026 7:17 pm
জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ আতংক! নাহৰ গছ উভালি আহত ৩ মহিলা, ক্ষতিগ্ৰস্ত জুবিন গাৰ্গৰ কাটআউট

August 28, 2026 6:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd