• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ নতুন ছবি; কলমেৰে বেলট পেপাৰত কটাকটি প্ৰিজাইডিং অফিচাৰৰ!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
February 6, 2024 3:05 pm
ফটো সৌজন্যঃ এক্স (টুইটাৰ)।

ফটো সৌজন্যঃ এক্স (টুইটাৰ)।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চণ্ডীগড় পৌৰনিগমৰ মেয়ৰ নিৰ্বাচনত প্ৰিজাইডিং অফিচাৰৰ ভূমিকাক লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছিল। সোমবাৰে উচ্চতম ন্যায়ালয়েও এই বিষয়ত উদ্বেগ প্ৰকাশ কৰে। উচ্চতম ন্যায়ালয়ে কয় যে আপ-কংগ্ৰেছৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক তাৰ প্ৰশাসনে যি পদ্ধতিৰে পৰাস্ত কৰিছে সেয়া ‘গণতন্ত্ৰৰ হত্যা’।

অৰবিন্দ কেজৰিৱালৰ দল আপে এই আদালতৰ পৰ্যবেক্ষণৰ পিছত সোমবাৰে এক নতুন ভিডিঅ’ প্ৰকাশ কৰে। ভিডিঅ’টোত দেখা গৈছে যে নিৰ্বাচনত ৰিগিং কৰাৰ অভিযোগত অভিযুক্ত প্ৰিজাইডিং অফিচাৰে হাতত কলম লৈ বেলট পেপাৰত লিখি আছে। আপে এই চিচিটিভি ফুটেজ প্ৰকাশ কৰি ‘বিজেপিৰ স্বৈৰাচাৰ’ৰ প্ৰমাণ বুলি দাবী কৰিছে। অৱশ্যে এই ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা হোৱা নাই।

লগতে পঢ়কঃ গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত পুনেৰ যুৱকক হত্যা

Apply Now

যোৱা ৩০ জানুৱাৰীত চণ্ডীগড়ত অনুষ্ঠিত হৈছিল মেয়ৰ নিৰ্বাচন। সেই নিৰ্বাচনত বিজেপিক বাধা দি কংগ্ৰেছ আৰু আপে যৌথভাৱে যুঁজিছিল। পৌৰনিগমৰ প্ৰতিনিধিৰ ভোটৰ হিচাপত আগবাঢ়ি আছিল আপ-কংগ্ৰেছ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ সিঙে। মুঠ ৩৬টা বৈধ ভোটৰ ভিতৰত মিত্ৰজোঁটে ২০টা লাভ কৰে।

আনহাতে, বিজেপিৰ মেয়ৰ পদৰ প্ৰাৰ্থী মনোজ সোণকাৰে ১৬টা ভোট লাভ কৰে। কিন্তু পিছত প্ৰিজাইডিং অফিচাৰ অনিল মাছিহাই ঘোষণা কৰে যে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুলদীপ সিঙে লাভ কৰা ৮টা ভোট বাতিল কৰা হৈছে।

আপ-কংগ্ৰেছ মিত্ৰজোঁটে অভিযোগ উত্থাপন কৰে যে অনিলে নিজেই কিছুমান বেলট গণনাৰ ঠিক আগতে কলমেৰে ‘দাগ’ দিছিল। পিছত তেওঁ সেইবোৰ বাতিল কৰিলে। উল্লেখ্য যে নিৰপেক্ষ আৰু ন্যায্যভাৱে নিৰ্বাচনী প্ৰক্ৰিয়া চলাবলৈ প্ৰিজাইডিং অফিচাৰক নিযুক্তি দিয়া হয়। কিন্তু চণ্ডীগড়ত সেই বিষয়াৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়কঃকেন্সাৰত আক্ৰান্ত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছ; পিতৃক চাবলৈ ঘৰলৈ উভতিছে পুত্ৰ প্ৰিন্স হেৰী

ভিডিঅ’টোত অনিলে বেলট পেপাৰত কলমেৰে কিবা এটা লিখা দেখা গৈছে। তাৰ পিছত ইয়াক কাটিছে। ভিডিঅ’টো ৰাজহুৱা কৰি আপে তেওঁলোকৰ এক্স (এক্স-টুইটাৰ) হেণ্ডেলত লিখিছে, বিজেপিয়ে এইবাৰ মানি লওক। ইয়াতকৈ ডাঙৰ প্ৰমাণ কি হ’ব পাৰে? চাওক বিজেপিৰ প্ৰিজাইডিং অফিচাৰে কেনেদৰে নিৰ্বাচন বাতিল কৰি গণতন্ত্ৰ ধ্বংস কৰিছে। ই বিজেপিৰ স্বৈৰাচাৰৰ জীৱন্ত উদাহৰণ।”

ਹੁਣ ਤਾਂ ਮੰਨ ਜਾਓ @BJP4India ਵਾਲਿਓ!

ਇਸਤੋਂ ਵੱਡਾ ਸਬੂਤ ਹੋਰ ਕੀ ਹੋ ਸਕਦੈ। ਦੇਖੋ ਕਿਵੇਂ BJP ਦੇ Presiding Officer ਨੇ ਸ਼ਰੇਆਮ ਖ਼ੁਦ ਹੀ ਵੋਟਾਂ ਕੈਂਸਲ ਕਰਕੇ ਉਡਾਈਆਂ ਲੋਕਤੰਤਰ ਦੀਆਂ ਧੱਜੀਆਂ।

ਇਹ ਭਾਜਪਾ ਦੀ ਤਾਨਾਸ਼ਾਹੀ ਦਾ ਜਿਉਂਦਾ ਜਾਗਦਾ ਸਬੂਤ ਹੈ।#ChandigarhMayor pic.twitter.com/BIxIhrwRv6

— AAP Punjab (@AAPPunjab) February 5, 2024

পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত কংগ্ৰেছ আৰু আপে ভোটৰ ৰিগিঙৰ অভিযোগ উত্থাপন কৰি আবেদন দাখিল কৰিছিল যদিও সেই আবেদন খাৰিজ কৰা হয়। ইয়াৰ পিছত দুয়োটা দলৰ বিৰোধী মিত্ৰজোঁট উচ্চতম ন্যায়ালয়লৈ যায়।

সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে, ‘মেয়ৰ নিৰ্বাচনৰ সময়ত প্ৰিজাইডিং অফিচাৰ অনিল মাছিহাই বেলট পেপাৰত বিকৃত কৰাটো স্পষ্ট। এইটো শাস্তিযোগ্য অপৰাধ।” অহা ৭ ফেব্ৰুৱাৰীত পৌৰ নিগমৰ প্ৰতিনিধিৰ নিৰ্ধাৰিত বৈঠকতো স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd