• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কেনেদৰে সম্ভৱ! ৯ বৰ্ষীয় শিশুৰ হাওঁফাওঁত ওলাল বেজী, সফলতাৰে উলিয়ালে এইমছৰ চিকিৎসকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 10, 2024 5:55 pm
AIIMS Bhubaneswar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাওঁফাওঁত এটা চিলাইৰ বেজী লৈ বিপজ্জনকভাৱে জীয়াই আছিল এটি ৯ বৰ্ষীয় শিশু। অৱশেষত চিকিৎসকৰ প্ৰচেষ্টাত বিপদমুক্ত হৈ পৰিছে শিশুটি। শিশুটিৰ জীৱন ৰক্ষা কৰিছে ভুৱনেশ্বৰৰ এইমছৰ শিশু চিকিৎসা বিভাগে।

শুকুৰবাৰে চিকিৎসালয়খনে এক আনুষ্ঠানিক বিবৃতিৰ জৰিয়তে সদৰী কৰা মতে, শিশু চিকিৎসা বিভাগে যুগান্তকাৰী ব্ৰংকোস্কপিক পদ্ধতিৰ জৰিয়তে হাওঁফাওঁত সোমাই থকা চিলাইৰ বেজীটো উলিয়াই ৯ বৰ্ষীয় শিশুটিৰ জীৱন ৰক্ষা কৰে।

চিকিৎসালয়খনে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা তথ্য অনুসৰি, উৰিষ্যাৰ কোনো শিশু চিকিৎসা কেন্দ্ৰত অস্ত্ৰোপচাৰৰ আশ্ৰয় নোলোৱাকৈ এনে সফল চিকিৎসা পদ্ধতি ব্যৱহাৰৰ এয়াই প্ৰথম উদাহৰণ।

প্ৰকাশিত খবৰ অনুসৰি, হাওঁফাওঁত বেজী সোমাই থকা শিশুটি পশ্চিম বংগৰ বাসিন্দা। শিশুটিৰ হাঁওফাঁওৰ বাওঁ ফালে লোব ব্ৰংকাছ পাৰ্শ্বীয় অংশত সোমাই আছিল প্ৰায় ৪চেমি দৈৰ্ঘ্যৰ চিলাই বেজীটো।

ইয়াৰ পিছতে চিকিৎসাৰ বাবে শিশুটিক ভুৱনেশ্বৰৰ এইমছলৈ নিয়া হৈছিল। শিশু চিকিৎসকৰ এটা বিশেষজ্ঞ দলে কোনো ধৰণৰ জটিলতাৰ সন্মুখীন নোহোৱাকৈয়ে ব্ৰংকোস্কপিক পদ্ধতিৰে চিকিৎসা সম্পন্ন কৰে।

শিশু চিকিৎসকৰ দলটোত ডাঃ ৰশ্মি ৰঞ্জন দাস, ডাঃ কৃষ্ণ এম গুল্লা, ডাঃ কেতন, আৰু ডাঃ ৰামকৃষ্ণ নামৰ চিকিৎসক কেইগৰাকী জড়িত আছিল বুলি এইমছ ভুৱনেশ্বৰে বিবৃতিটোত উল্লেখ কৰিছে।

কৰ্তৃপক্ষই সদৰী কৰা মতে, অস্ত্ৰোপচাৰে শিশুটিৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা আছিল। লগতে শিশুটিৰ হাওঁফাওঁৰ এটা অংশ আঁতৰোৱাৰ প্ৰয়োজন হ’লহেঁতেন বুলিও শংকা প্ৰকাশ কৰে কৰ্তৃপক্ষই।

চিকিৎসালয়খনে লগতে জানিবলৈ দিয়া মতে, চিকিৎসাৰ পিছত চাৰিদিন ভৰ্তি হৈ থকা শিশুটিৰ অৱস্থা সম্প্ৰতি সুস্থিৰ আৰু শীঘ্ৰেই তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

ভূমি হস্তান্তৰ নীতি আৰু ৯৬৯ কোটি টকাৰ প্ৰকল্পত অনুমোদন অসম কেবিনেটৰ

August 28, 2025 9:17 am
গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

গুজৰাট মডেলক লৈ প্ৰশ্ন: কৰ ফাঁকিনে অন্য কিবা, ধনী কৰদাতাৰ ক্ষেত্ৰতো পিছপৰা গুজৰাট

August 28, 2025 7:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

NITI আয়োগৰ প্ৰতিবেদনত উন্মোচিত হ’ল উন্নয়ৰ আচল ৰূপ!  অসম চৰকাৰক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ

August 28, 2025 11:17 am
নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

নয়ডাত ডিজিটেল গ্ৰেপ্তাৰ এটা পৰিয়ালক! ৩ কোটি টকা সৰকালে প্ৰৱঞ্চকে

August 28, 2025 10:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd