• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুতিনে কাৰ কথা শুনে? ইউক্ৰেইনৰ আৰু এখন গুৰুত্বপূৰ্ণ চহৰ দখল কৰাৰ পথত ৰাছিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2024 1:20 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়াৰ সৈন্যই পূব ইউক্ৰেইনৰ এখন গুৰুত্বপূৰ্ণ চহৰ দখল কৰাৰ দিশে আগবাঢ়িছে। নগৰখনৰ নাম আৱডিভকা। যোৱা কেইমাহমানৰ পৰা মহানগৰীখনত দুয়োখন দেশৰ সেনাবাহিনীৰ মাজত তীব্ৰ যুদ্ধ চলি আহিছে। ইফালে ইউক্ৰেইনে চহৰখনৰ পৰা নিজৰ সৈন্য প্ৰত্যাহাৰ কৰিছে।

আমেৰিকাই কয় যে যিকোনো মুহূৰ্ততে চহৰখন ৰাছিয়াৰ নিয়ন্ত্ৰণত যাব। আমেৰিকাৰ নিৰাপত্তা উপদেষ্টা জেক চুলিভানে বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি ইউক্ৰেইনৰ চোৰাংচোৱা সংস্থাৰ উদ্ধৃতিৰে এই তথ্য প্ৰদান কৰে।

তেওঁ কয় যে আৱডিভকা ৰাছিয়াৰ নিয়ন্ত্ৰণত পৰাৰ আশংকা আছে। তেওঁ দাবী কৰে যে পৰ্যাপ্ত অস্ত্ৰ-শস্ত্ৰৰ অভাৱত ইউক্ৰেইনে চহৰখন হেৰুৱাবলৈ ওলাইছে।

Apply Now

লগতে পঢ়কঃ ডোনাল্ড ট্ৰাম্পৰ দশা! জালিয়াতিৰ গোচৰত ৩৫৫ মিলিয়ন ডলাৰ জৰিমনা বিহিলে আদালতে

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কয় যে তেওঁ “যিমান সম্ভৱ ইউক্ৰেইনৰ লোকৰ জীৱন ৰক্ষা” কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব।

ৰাছিয়াৰ সৈন্যই আৱডিভকাৰ দিশে বহু আগবাঢ়িছে। এতিয়া তেওঁলোকে যিকোনো মুহূৰ্ততে চহৰখন ঘেৰি ধৰিব পাৰে।

দুয়োটা বাহিনীৰ যুদ্ধত এতিয়া ধ্বংসস্তূপত পৰিণত হৈছে আৱডিভকা চহৰ। এই চহৰখনক ইউক্ৰেইনৰ ডনেটস্কৰ প্ৰৱেশদ্বাৰ হিচাপে গণ্য কৰা হয়। ২০১৪ চনত ৰাছিয়াৰ সমৰ্থিত বিদ্ৰোহীয়ে ডনেটস্কৰ এক বৃহৎ অংশ জব্দ কৰিছিল। ইয়াৰ পিছত ২০২২ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইয়াক অধিগ্ৰহণ কৰে।

লগতে পঢ়কঃ চিনো চিনো লাগে, চিনিবই নোৱাৰি! মোহময়ী আয়েশা টাকিয়াৰ এই ৰূপ দেখি হতবাক অনুৰাগী

২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত পুটিনে ইউক্ৰেইনত পূৰ্ণাংগ সামৰিক অভিযান আৰম্ভ কৰে। ইয়াৰ পিছত ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ বহু অঞ্চল দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

সাৱধান! নামী কোম্পানীৰ লেবেল লগাই বিক্ৰী কৰিছে ভুৱা ঔষধ; আৰক্ষীৰ জালত বৃহৎ প্ৰৱঞ্চক চক্ৰ

August 19, 2026 12:52 pm
কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

যোৰহাটৰ যুৱতীৰ ৰহস্যজনক মৃত্যু: গোলাঘাটৰ পৰা গ্ৰেপ্তাৰ মূল অভিযুক্ত আৰিয়ান গোস্বামী

August 19, 2026 4:45 pm
গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

গুৱাহাটীৰ হেঙেৰাবাৰীত ৰহস্যজনকভাৱে মহিলাৰ মৃতদেহ উদ্ধাৰ, আত্মহত্যাৰ সন্দেহ

August 19, 2026 3:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd