• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মনত ৰাখিব, ইউৰিক এছিডৰ সমস্যা থাকিব কেতিয়াও নাখাব এনে খাদ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 18, 2024 8:05 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইউৰিক এচিডৰ সমস্যা এটা ডাঙৰ সমস্যা। যদি ইউৰিক এচিড শৰীৰত জমা হয় তেন্তে ই অতি বিপদজনক হৈ পৰে। তেজত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি হ’লে গাঁঠিৰ বিষ আৰম্ভ হয়। তাৰ লগতে হাত-ভৰি ফুলিবলৈ আৰম্ভ কৰে। 

যিসকলে দীৰ্ঘদিন ধৰি ইউৰিক এচিডৰ সমস্যাত ভুগি থাকে তেওঁলোকৰ বৃক্কৰ ৰোগ আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

Apply Now

শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বৃদ্ধি হোৱাটো একেবাৰেই ভাল নহয়। গতিকে আগতীয়াকৈ সাৱধান হওক। তদুপৰি শীতকালত ইউৰিক এচিডৰ ফলত হোৱা বিষো বাঢ়ি যায়। শীতকালৰ এনে বহু খাদ্য আছে যিবোৰ দৈনিক খালে ইউৰিক এচিডৰ সমস্যা অধিক বৃদ্ধি পাব পাৰে।

মাংস

শীতকালত মাংস খাবলৈ সকলোৱেই ভাল পায়। কিন্তু এই শীতকালত ইউৰিক এচিডৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিবলৈ মাংস পৰিহাৰ কৰা উচিত। যদি শীত কালত মাংস খায় তেন্তে খুব কমকৈ খাব।

সাগৰীয় খাদ্য

শীতকালত ইউৰিক এচিডৰ বিষ কম কৰিবলৈ খাদ্যৰ তালিকাৰ পৰা যিকোনো সাগৰীয় খাদ্য পৰিহাৰ কৰিব লাগে। চিকিৎসকে সদায় এইবোৰ নাখাবলৈ পৰামৰ্শ দিয়ে।

কিচমিচ

কিচমিচ খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিচমিচ খোৱাটো হৃদযন্ত্ৰৰ বাবে উপকাৰী। কিন্তু ইউৰিক এচিডৰ সমস্যাত ভুগি থকাসকলৰ বাবে কিচমিচ খোৱাটো অতি বিপদজনক।

ওলকবি

শীতকালত ওলকবিৰে বজাৰ উভৈনদী হৈ থাকে। কিন্তু যিসকলৰ শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বেছি থাকে তেওঁলোকে ওলকবি একেবাৰে খাব নালাগে।

ওলকবি খোৱাটো ইউৰিক এচিডত ভোগা সকলৰ স্বাস্থ্যৰ বাবে অতি বেয়া।  ইউৰিক এচিড থকা ব্যক্তিয়ে ওলকবি খালে হাত-ভৰি ফুলি উঠাৰ লগতে বিষৰ মাত্ৰ বাঢ়িব পাৰে।

খেজুৰ 

খেজুৰত পিউৰিন প্ৰচুৰ পৰিমাণে থাকে। ইয়াত ফ্ৰুক্ট’জও থাকে। গতিকে ইউৰিক এচিডৰ সমস্যাত ভোগাসকলে খেজুৰ বেছিকৈ খোৱাটোও ভাল নহয়। বেছিকৈ খালে তেজত ফ্ৰুক্ট’জৰ মাত্ৰা বৃদ্ধি পাব পাৰে।

বীট

বহুতে শীতকালত বীট আৰু বিলাহী প্ৰচুৰ পৰিমাণে খায়। কিন্তু ইয়াক সেৱন কৰিলে শৰীৰত ইউৰিক এচিডৰ মাত্ৰা বহু পৰিমাণে বৃদ্ধি পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

কলকাতাৰ দুৰ্গাপূজা মণ্ডপত পদপিষ্টৰ ঘটনা, ১৯জনৰ মৃত্যু, ৩৫জন আহত

October 18, 2026 7:59 am
N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

N95 মাস্ক পিন্ধিলেই হাওফাও সুৰক্ষিত নহয়! বায়ুদূষণৰ পৰা বাচিবলৈ কি কি ভুল এৰাই চলিব?

October 18, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am
দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

দিল্লীত প্ৰতিবাদৰ মাজতে অভিজিৎ দীপকেৰ চৰ্তসাপেক্ষে মুক্তি, তিহাৰ কাৰাগাৰত সৌৰভ-আশুতোষ

October 18, 2026 9:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd