• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ কয়লা খনিৰ পৰা নিঃখোজ ১০ জন শ্ৰমিক : আলফা, এনএছচিএন-এ অপহৰণ কৰাৰ সন্দেহ

by
February 18, 2024 5:27 pm
অৰুণাচলৰ কয়লা খনিৰ পৰা নিঃখোজ ১০ জন শ্ৰমিক :  আলফা, এনএছচিএন-এ অপহৰণ কৰাৰ সন্দেহ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ১৪ নম্বৰ কয়লা খনিৰ পৰা নিৰুদ্দিষ্ট হৈছে ১০ জনকৈ শ্ৰমিক। 

সূত্ৰই জনোৱা মতে, নগালেণ্ডৰ নেশ্যনেল ছ’চিয়েলিষ্ট কাউন্সিল (এন এছ চি এন) আৰু সংযুক্ত মুক্তি বাহিনী অসম(স্বাধীন)–এ শ্ৰমিক কেইজনক অপহৰণ কৰিছে।

তিনিচুকীয়া আৰক্ষী অধীক্ষক অভিজিৎ গুৰাভে কয়, ‘আমি অপহৃত ব্যক্তিৰ সঠিক সংখ্যা আৰু তেওঁলোকৰ পৰিচয়ৰ নিশ্চিতকৰণৰ বাবে অপেক্ষা কৰি আছো।

গৌৰৱে লগতে কয়, ‘প্ৰাথমিক প্ৰতিবেদন অনুসৰি তেওঁলোকে ফিনব’ৰ’ খনিত কাম কৰি আছিল, কিন্তু তেওঁলোক অসমৰ নে নহয় সেয়া স্পষ্ট নহয়।

সূত্ৰৰ মতে, সাতজনীয়া সশস্ত্ৰ উগ্ৰপন্থীৰ এটা দলে শ্ৰমিককেইজনক জব্দ কৰি ডাম্পাৰ ট্ৰাকত অৰুণাচল প্ৰদেশৰ ভিতৰৰ দুৰ্গম স্থান ওল্ড লংটয়ৰ ফালে লৈ যায়। 

অপহৃতসকলৰ ভিতৰত জ্ঞান থাপা একমাত্ৰ নিশ্চিত নাম। 

নিৰুদ্দেশ হোৱা শ্ৰমিকক বিচাৰি উলিয়াবলৈ নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে। অপহৰণৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই। 

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

১২ দিন ধৰি নিৰুদ্দিষ্ট হৈ থকা ‘ভাবী’ ন্যায়াধীশক অৱশেষত উদ্ধাৰ!

August 19, 2025 5:15 pm
নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

নেহৰুৱে সিন্ধু জল সন্ধিৰ বাবে পাকিস্তানক ৮৫ কোটি দিছিল : কেন্দ্ৰীয় মন্ত্ৰীৰ দাবী

August 19, 2025 5:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

পদক জয়ৰ দৌৰ অব্যাহত, এছিয়ান চেম্পিয়নশ্বিপত ১০ মিটাৰ এয়াৰ পিষ্টল শ্বুটিঙত ব্ৰঞ্জ জয় মনু ভাকৰৰ

August 19, 2025 6:47 pm
বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

বিকল গাড়ী! নিশা গভীৰ অৰণ্যৰ মাজত পৰ্যটকৰ দলক এৰি পলায়ন গাইডৰ

August 19, 2025 6:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd