• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পঞ্জাৱ-হাৰিয়ান সীমান্তত কৃষক-আৰক্ষীৰ সংঘৰ্ষ, কন্দুৱা গেছ নিক্ষেপ

by
February 21, 2024 4:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শস্যৰ নূন্যতম সমৰ্থন মূল্য বা এম এছ পি সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱ নাকচ কৰিছে কৃষকসকলে। বুধবাৰে পুৱাৰে পৰা পঞ্জাৱ, হাৰিয়ানাকে ধৰি বিভিন্ন ৰাজ্যৰ কৃষকসকলে পুনৰ ‘দিল্লী চালো’ অভিযানত নামি পৰে। ১৪ হাজাৰ কৃষক আগবাঢ়িছে দিল্লী অভিমুখে।

আজিৰ দিনটোতে পঞ্জাৱ-হাৰিয়ানাৰ শম্ভূ সীমান্ত অতিক্ৰম কৰি আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছে কৃষকসকল। আন্দোলন বন্ধ কৰিবলৈ কৃষকৰ ওপৰত জঁপয়াই পৰিছে আৰক্ষী। কৃষকসকললৈ আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ। 

Apply Now

কোনো কাৰণতে কৃষকক দেশৰ ৰাজধানীত প্ৰৱেশ কৰিবলৈ দিবলৈ ইচ্ছুক নহয় আৰক্ষী। প্ৰতিবাদ দমন কৰিবলৈ মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনী । 

অৱশ্যে কৃষকসকলো হাৰ মানিবলৈ ইচ্ছুক নহয়। কৃষক সংগঠনসমূহে ট্ৰেক্টৰক ‘অস্থায়ী টেংক’ হিচাপে ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে। আৰক্ষীয়ে নিক্ষেপ কৰা কন্দুৱা গেছৰ গুলীৰ পৰা সাৰিবলৈ তাত আশ্ৰয় লৈছে কৃষকসকলে। কন্দুৱা গেছৰ পৰা হাত সাৰিবলৈ মৰাপাটৰ বস্তা তিয়াই সাজু আহিছে কৃষকসকল।

বুধবাৰে আন্দোলনৰ তীব্ৰতা বৃদ্ধি পাব বুলি ইতিমধ্যে আৰক্ষীয়ে ভৱিষ্যদ্বাণী কৰিছিল। গতিকে এই প্ৰতিবাদ বন্ধ কৰিবলৈ আৰক্ষীয়ে বিভিন্ন পন্থা অৱলম্বন কৰিছে। চিমেণ্টৰ বেৰিকেড স্থাপন কৰা হৈছে। সমগ্ৰ পথটো কাঁইটীয়া তাঁৰ আৰু শিপিং কণ্টেইনাৰেৰে বন্ধ হৈ কৰি দিয়া হৈছে। 

ইফালে কেন্দ্রই কৃষকৰ সৈতে আলোচনা কৰিব বিচাৰিছে৷ ইয়াৰ পূৰ্বে প্ৰতিবাদকাৰীৰ সৈতে বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰাৰ পিছতো কৃষক কৃষকসকলে মানি লোৱা নাছিল চৰকাৰী প্ৰলোভন।

যোৱা দেওবাৰে গভীৰ নিশালৈকে কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কৃষকৰ সৈতে বৈঠকত মিলিত হয়। চতুৰ্থ পৰ্যায়ৰ বৈঠকত কেন্দ্ৰই আন্দোলনকাৰী কৃষকসকলক আগন্তুক পাঁচ বছৰৰ বাবে শস্যৰ সমৰ্থন মূল্য (MSP) সম্পৰ্কে প্ৰস্তাৱ আগবঢ়ায়। কৃষকসকলে এই প্ৰস্তাৱটো পঢ়ি নিজৰ মাজতে আলোচনা কৰিবলৈ ১৯ আৰু ২০ ফেব্ৰুৱাৰীৰ দিন দুটা সময় বিচাৰে । অৱশ্যে তেওঁলোকে লগতে কয় যে যদিহে সমস্যাৰ সমাধান নহয় আৰু দাবী পূৰণ নহয় তেন্তে ২১ ফেব্ৰুৱাৰীৰ পৰা পুনৰ প্ৰচাৰ আৰম্ভ হ’ব।

ইয়াৰ পিছত আন্দোলনকাৰী কৃষক সংগঠনসমূহে কেন্দ্ৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অনিচ্ছুক বুলি কয়। তেওঁলোকৰ বক্তব্য, “চৰকাৰৰ পৰা যি প্ৰস্তাৱ আহিছে সেয়া তেওঁলোকৰ বাবে লাভজনক নহয়” একেদৰে বুধবাৰৰ পৰা কৃষকসকলে অধিক তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

পুনৰ ৰক্তাক্ত হ’ল অশান্ত মণিপুৰ; বিদ্যালয়ৰ প্ৰধান শিক্ষককে ধৰি ৫ জনক হত্যা!

August 28, 2026 9:11 am
নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

নেপালৰ প্ৰলয়ংকাৰী বানত মৃত্যুৰ সংখ্যা ৩৯২ লৈ বৃদ্ধি, ১৪৬৮জন সন্ধানহীন; এতিয়া কি পৰিস্থিতি?

August 28, 2026 8:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

আমন্ত্ৰণ বিতৰ্কৰ বাবে বাতিল কৰা হ’ল বেংগালুৰুৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন

August 28, 2026 10:51 am
আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

আমেৰিকাত হত্যা হায়দৰাবাদৰ যুৱতী নিকিতাক; আগ্ৰাৰ পৰা গ্ৰেপ্তাৰ অভিযুক্ত অৰ্জুন

August 28, 2026 10:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd