• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ ফিটনেছৰ আঁৰৰ ৰহস্য : ব্ৰহ্ম পুৱাতেই উঠি কৰে যোগাসন, লোভ নাই মাছ-মঙহৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 23, 2024 3:42 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৬৪ বছৰ বয়সতো চফল ডেকাৰ দৰে হৈ আছে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। প্ৰতিদিনে আইন-আদালতৰ জটিল চাপ আৰু অত্যধিক ব্যস্ততাপূৰ্ণ জীৱনৰ লগত মোকাবিলা কৰাৰ পিছতো আচৰিতভাবে মুখমণ্ডল আৰু শৰীৰত বয়সৰ চাপ পৰা নাই ন্যায়াধীশ গৰাকীৰ।

কেনেকৈ ইমান ফিট হৈ আছে ডি ৱাই চন্দ্ৰচূড়! মুখ্য ন্যায়াধীশে নিজেই উদঙাই দিছে তেওঁৰ সুস্থ স্বাস্থ্য আৰু সুস্থ মনৰ ৰহস্য।

Apply Now

সময়ৰ কাম সময়ত কৰি ভাল পায় চন্দ্ৰচূড়ে। মুখ্য ন্যায়াধীশগৰাকীয়ে একেবাৰে ভাল নাপায় এলাহ। ৰাতিপুৱা ঠিক ৩:৩০ বজাতে বিচনা ত্যাগ কৰে তেওঁ।  তাৰ পিছত যোগাসন আৰু ধ্যানত বহে।

ব্যায়ামৰ পিছত নিয়ম অনুসৰি খাদ্য গ্ৰহণ কৰে চন্দ্ৰচূড়ে। যোৱা পাঁচ মাহ ধৰি আমিষ খাদ্য মুখত দিয়া নাই ন্যায়াধীশগৰাকীয়ে। সাত্ত্বিক জীৱন যাপনৰ লগতে সাত্ত্বিক খাদ্য গ্ৰহণ কৰিছে তেওঁ। এই নিয়ম মানি চলি তেওঁ মানসিক চাপ নিয়ন্ত্ৰণত ৰাখিছে।

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয়, “মই কভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা মোৰ জীৱনশৈলী সলনি কৰিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক আয়ুষ আৰু আয়ুৰ্বেদৰ উপকাৰিতাৰ বিষয়ে কোৱাৰে পৰা মই আয়ুৰ্বেদ, যোগ, প্ৰাকৃতিক চিকিৎসা, ইউনানি, সিদ্ধ আৰু হোমিঅ’পেথীৰ ওপৰত নিৰ্ভৰ কৰি আহিছো। নিয়মিতভাৱে ৰাতিপুৱা সোনকালে উঠি ব্যায়াম কৰো। সাত্ত্বিক জীৱন যাপন কৰোঁ।” 

মুখ্য ন্যায়াধীশ চন্দ্ৰচুদে কয়, আপুনি কি খায় আৰু কিমান খায় সেয়া অতি গুৰুত্বপূৰ্ণ। আপোনাৰ শৰীৰৰ স্বাস্থ্য আপুনি খোৱা খাদ্যৰ ওপৰত নিৰ্ভৰ কৰে। 

উল্লেখ্য যে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে আয়ুছ হোলিষ্টিক ৱেলনেছ চেণ্টাৰ সৃষ্টিত উদ্যোগ লৈছে। তেওঁ কয় যে ঘৰৰ বাহিৰত মানসিক চাপ কমোৱাৰ বাবে সুস্থ আৰু সুন্দৰ জীৱনশৈলীৰ লগত অভ্যস্ত হোৱাটো প্ৰয়োজনীয়। জীয়াই থকাৰ ক্ষেত্ৰত নিয়ম থাকিব লাগে। তেতিয়াহে বৰ্তমানৰ প্ৰতিযোগিতাত জীয়াই থকাটো সম্ভৱ হ’ব।

আদালতৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত প্ৰতিদিনে গান শুনাটো চন্দ্ৰচূড়ৰ অভ্যাসত পৰিণত হৈছে। বহু গুৰুত্বপূৰ্ণ গোচৰ প্ৰায় প্ৰতিদিনে চম্ভালিবলগীয়া হয়। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যোগ, ধ্যান আৰু সংগীতএ তেওঁক সদায় মানসিক শান্তি দিয়ে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd