• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কথমপি বাচিল হিমন্ত বিশ্বৰ চৰকাৰ : সক্ৰিয়কৰ্মী  পিণ্টু গগৈৰ এটা ফেচবুক পোষ্ট

আজি অসমৰ ৰাজনৈতিক জগতৰ বাবে ঐতিহাসিক দিন তথা অসমৰ সংসদীয় ইতিহাসত নজিৰবিহীন ঘটনাঃ বিধানসভাত অখিল গগৈয়ে সংকল্প প্ৰস্তাৱ দিছিল, অসমৰ সকলো পথাৰত বাৰ মাহে খেতি কৰিব পৰা ব্যৱস্থা কৰিব লাগে।

পিন্টু গগৈ by পিন্টু গগৈ
February 23, 2024 4:23 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অখিল গগৈয়ে সদনত অনা এই সংকল্প প্ৰস্তাৱ অধ্যক্ষজনে যদিও পোনচাটেই নাকচ কৰিবলৈ লৈছিল কিন্তু বিৰোধী সদনে এই প্ৰস্তাৱৰ পক্ষত থিয় দিলে আৰু এই সংকল্প প্ৰস্তাৱৰ বাবে ভোট ল’বলৈ দাবী তুলিলে।

অধ্যক্ষগৰাকীৰ অমনোযোগিতাৰ স্বত্বেও ভোটিঙৰ ব্যৱস্থা ল’বলৈ বাধ্য হ’ল কিয়নো সেই সময়ত সদনত শাসকীয় বিধায়কৰ সংখ্যা কম আছিল যাৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষজনে কৌশলেৰে দহ মিনিটৰ বাবে সদন স্থগিত কৰিলে আৰু সেই সময়তে বিজেপিৰ মন্ত্ৰীয়ে এজনে গালি শপনি পাৰি গুৱাহাটীত থকা বিজেপিৰ বিধায়কসকলক কোবাকোবিকৈ মাতি পঠালে।

Apply Now

ভোটত অখিল গগৈৰ সংকল্প প্ৰস্তাৱৰ বাবে বিৰোধীয়ে ৩০ টা ভোট পালে আৰু চৰকাৰে ৩৯টা। ব্যৱধান মাত্ৰ ৯ টা ভোট। সদন স্থগিত নকৰি লগে লগেই ভোটিঙৰ ব্যৱস্থা কৰা হ’লে  হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰৰ পতন নিশ্চিত হ’ল হেতেন বুলি বিৰোধীয়ে দাবী তুলিছে কাৰণ সেই সময়ত সদনত শাসকতকৈ বিৰোধীৰ বিধায়ক বেছি আছিল।

নম্বৰ ১)

শাসকীয় পক্ষত প্ৰায় ৯০ জন মান বিধায়ক আছে কিন্তু তাৰে অধিকাংশই সদনত উপস্থিত নাথাকি দলীয় কামত ব্যস্ত দেখা গৈছে। সদনৰ গৰিমাক যে বিজেপিৰ বিধায়কে সন্মান নকৰে এই ঘটনাৰ জৰিয়তে তাৰ পূৰ্ণ প্ৰতিচ্ছৱি প্ৰতিফলিত হৈছে।

নম্বৰ ২)

সদনত এনে ঘটনা বহু বছৰৰ পাছত হৈছে বুলি সকলোৱে কৈছে অৰ্থাৎ অসমৰ সংসদীয় ইতিহাসত ই নজিৰবিহীন ঘটনা। অখিল গগৈয়ে অনা সংকল্প প্ৰস্তাৱ অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা বিষয় য’ত অসমৰ কৃষকসকলৰ উপৰিও অসমৰ স্বতন্ত্ৰ অৰ্থনীতিৰ দিশটো জড়িত হৈ আছে। দুটা দশকজুৰি অখিল গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জৰিয়তে কৰা মূল সংগ্ৰামখনক আজি তেওঁ বিধানসভাত ইতিহাস ৰচনা কৰিলে। অখিল গগৈ ডাঙৰীয়ালৈ বৈপ্লৱিক অভিবাদন জনালোঁ আৰু বিৰোধী সকলৰ স্থিতিকো চেলুট জনালোঁ।

নম্বৰ ৩)

যদিও চৰকাৰী পক্ষ মাত্ৰ ৯ টা ভোটৰ ব্যৱধানত জয়ী হ’ল তাৰ মানে বিজেপি চৰকাৰ কৃষকৰ বিৰোধী চৰকাৰ! হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰে বাৰ মাহে অসমত খেতি কৰাটো নিবিচাৰে ! মাত্ৰ খেতিয়ক সকলক হিতাধিকাৰী কৰি টোপ দিয়াহে হয়। কিয়নো আচঁনি এখন দিলে ভুৱা হিতাধিকাৰি পস্তুত কৰি ভোটাৰ বেংক বনাবলৈ সক্ষম হয়।

পুনৰ  অখিল গগৈ ডাঙৰীয়ালৈ বৈপ্লৱিক অভিবাদন জনাইছোঁ,

সাধাৰণ খেতিয়কৰ পক্ষতযে এই চৰকাৰ নাই সেইটো প্ৰমাণ হ’ল!

সময়ত অঁকা থাকিব এই সময়……

পিন্টু গগৈ

পিন্টু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd