• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষ : ছত্তীশগড়ত সেনাৰ গুলীত নিহত ৩ মাওবাদী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
February 26, 2024 8:28 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সেনাৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে ৩ টাকৈ দুধৰ্ষ মাওবাদী। দেওবাৰে ছত্তীশগড়ৰ কাংকেৰ জিলাত সংঘটিত হয় এই ঘটনা। 

জিলাখনৰ জংঘল লাগোয়া অঞ্চলত যৌথ বাহিনীয়ে মাওবাদী দমন অভিযান আৰম্ভ কৰে। সীমান্ত সুৰক্ষা বাহিনী আৰু জিলা সংৰক্ষিত ৰক্ষী বাহিনীয়ে এই অভিযান আৰম্ভ কৰে। জিলাখনৰ কোৱালিবেৰা আৰক্ষী থানাই যেতিয়া অঞ্চলটোত অভিযান চলাই আছিল তেতিয়া মাওবাদীয়ে নিৰাপত্তাৰক্ষীলৈ গুলীচালনা কৰে। সেনাৰ প্ৰত্যুত্বৰত তিনিজন মাওবাদীৰ মৃত্যু হয়।

Apply Now

সূত্ৰই জনোৱা মতে, ছত্তীশগড় জিলাৰ ভোমৰা, হুৰটাৰাই আৰু মিচেবেৰা গাঁৱত মাওবাদীৰ দলে আত্মগোপন কৰি আছিল। সেই খবৰৰ ভিত্তিত দেওবাৰে পুৱাৰে পৰা যৌথ বাহিনীয়ে অভিযান আৰম্ভ কৰে। তেতিয়াই মাওবাদীকেইটা তাৰ পৰা পলাবলৈ চেষ্টা কৰিছিল। সেই সময়তে সেনা বাহিনীৰ লগত মাওবাদীৰ বন্দুকৰ যুদ্ধ আৰম্ভ হৈছিল। সেই যুঁজত তিনিজন মাওবাদীয়ে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ উপৰিও সেনাই মাওবাদীয়ে ব্যৱহাৰ কৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে।

শেহতীয়াকৈ সমাপ্ত হোৱা বিধানসভা নিৰ্বাচনৰ পিছৰে পৰা মাওবাদীৰ আক্ৰমণৰ ফলত ছত্তীশগড়ৰ বনাঞ্চল অশান্ত হৈ পৰিছে। মাত্ৰ যোৱা সপ্তাহত মাওবাদীয়ে চুকমাৰ এখন গাঁৱত দুজন গাঁৱৰ লোকক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।  আৰক্ষীৰ তথ্যদাতাৰ সন্দেহত হত্যা কৰা হৈছিল দুয়োকে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

দুৰ্গা পূজা চাবলৈ গৈ আক্ৰমণৰ বলি ছাত্ৰৰ মৃত্যু : সংকটজনক অৱস্থাত চিকিৎসাধীন বন্ধু

October 20, 2026 4:04 pm
১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd