• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য প্ৰদানৰ সময়সীমা বৃদ্ধিৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ ভাৰতীয় ষ্টেট বেংকৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 4, 2024 8:02 pm
Electoral Bonds Supreme Court SBI
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসাংবিধানিক’ নিৰ্বাচনী বণ্ডৰ বিষয়ে নিৰ্বাচন আয়োগক তথ্য প্ৰদানৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া সময়সীমা বৃদ্ধি কৰিবৰ বাবে অনুৰোধ জনাইছে ভাৰতীয় ষ্টেট বেংকে।

প্ৰকাশিত খবৰ অনুসৰি, ষ্টেট বেংকে নিৰ্বাচন আয়োগক তথ্য প্ৰদানৰ বাবে অহা ৩০ জুনলৈ সময়সীমা বৃদ্ধি কৰিবলৈ উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে।

Apply Now

উল্লেখ্য যে, যোৱা মাহত উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানত নিৰ্বাচনী বণ্ড বাতিল কৰিছিল। শীৰ্ষ আদালতে লগতে এছ বি আইক ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক নিৰ্বাচনী বণ্ড সম্পৰ্কীয় তথ্য প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল।

শুনানিত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ডে নাগৰিকৰ তথ্যৰ অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰিছিল। লগতে এই বিতৰ্কিত আঁচনিখনক অসাংবিধানিক আখ্যা দিছিল শীৰ্ষ আদালতে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am
একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

October 20, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd