• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ইডিৰ মুখঠেকেচাঃ উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে ডি কে শিৱকুমাৰৰ বিৰুদ্ধে থকা ধন সৰবৰাহৰ গোচৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 5, 2024 9:29 pm
DK Shivakumar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক বৃ্হৎ সকাহ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। আজি শীৰ্ষ আদালতে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে থকা ২০১৮ চনৰ ধন সৰবৰাহৰ গোচৰ খাৰিজ কৰে।

কৰ ফাঁকি আৰু কোটি কোটি মূল্যৰ হাৱালা লেনদেনৰ অভিযোগৰ সৈতে জড়িত আছিল এই গোচৰ। গত ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত এই গোচৰৰ সন্দৰ্ভত এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে গ্ৰেপ্তাৰ কৰিছিল কংগ্ৰেছ নেতাগৰাকীক।

Apply Now

অৱশ্যে পৰৱৰ্তী মাহতে দিল্লী উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰিছিল। শিৱকুমাৰে উত্থাপিত অভিযোগ অস্বীকাৰ কৰি বিজেপিয়ে তেওঁৰ বিৰুদ্ধে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে এনে অভিযোগ অনা বুলি দাবী কৰিছিল।

কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে ইডিৰ তদন্তৰ পিছত ২০১৭ চনত আয়কৰ বিভাগে শিৱকুমাৰ আৰু তেওঁৰ সহযোগীসকলৰ চৌহদত অভিযান চলাইছিল। তাৰ পিছত বিষয়াসকলে এই অভিযানত প্ৰায় ৩০০ কোটি টকা নগদ ধন উদ্ধাৰ হোৱা বুলি কৈছিল।

শিৱকুমাৰে আয়কৰ বিভাগৰ এই দাবীক প্ৰত্যুত্তৰ দি এই নগদ ধন বিজেপিৰ সৈতে জড়িত বুলি দাবী কৰিছিল। শিৱকুমাৰে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কৰি বিজেপিয়ে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

মৃত্যুদণ্ডৰ পৰা হাত সাৰিব নোৱাৰিব ৯/১১ আক্ৰমণৰ মাষ্টাৰমাইণ্ড খালিদ শ্বেইখ মহম্মদে! সৰ্বোচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অভিযুক্তৰ আবেদন

October 20, 2026 8:00 am
একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

একাধিক ঔষধ প্ৰতিৰোধী বীজাণুৰ বিৰুদ্ধে কাৰ্যকৰী ‘ম’ন’চেফ’: মাত্ৰ এটা পালিতেই সংক্ৰমণ নিৰ্মূলৰ দাবী

October 20, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

মানকাচৰ সীমান্তত ১৩ জন বাংলাদেশী নাগৰিক আটক…

October 20, 2026 10:40 am
এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

এছিয়ান পেৰা গেমছত ভাৰতৰ জয়যাত্ৰা অব্যাহত! ১২টালৈ বৃদ্ধি পালে দেশৰ পদকৰ সংখ্যা

October 20, 2026 9:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd