• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্বাচনী বণ্ডৰ তথ্য দাখিল কৰাটো সম্ভৱ নহয় – সৰ্বোচ্চ ন্যায়ালয়ক জনালে এছ বি আই-এ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 6, 2024 3:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা সময়সীমাৰ ভিতৰত ভাৰতীয় ষ্টেট বেংকে  নিৰ্বাচনী আয়োগক দাখিল কৰিব নোৱাৰে নিৰ্বাচনী বণ্ডৰ তথ্য।  এই কথা উচ্চতম ন্যায়ালয়ক জনাইছে ভাৰতীয় ষ্টেট বেংকে।  ইয়াৰ উপৰিও এছ বি আইয়ে অধিক সময়ৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী বণ্ডৰ জৰিয়তে কৰ্পৰেট সংস্থাৰ পৰা কোটি কোটি টকা লাভ কৰিছে। এই বণ্ডসমূহ ক্ৰয় কৰি এছ বি আইৰ জৰিয়তে দলসমূহক টকা দিয়া হৈছে। বণ্ডৰ যোগে লাভ কৰা এই টকা অবৈধ বু্লি ঘোষণা কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে অহা ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচনী বণ্ড সম্পৰ্কীয় সকলো তথ্য নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

Apply Now

এছ বি আইৰ মতে, এতিয়ালৈকে সকলো তথ্য সংগ্ৰহ কৰা সম্ভৱ হোৱা নাই। এই সময়সীমা বৃদ্ধি কৰিবলৈ দেশৰ শীর্ষ আদালতক অনুৰোধ জনাইছে বেংক কর্তৃপক্ষই৷ ৩০ জুনলৈ এছ বি আইক সময় দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছে।

চলিত বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত উচ্চতম ন্যায়ালয়ে নিৰ্বাচনী বণ্ড আঁচনিখনক ‘অসাংবিধানিক’ বুলি ৰায় দিয়ে। উচ্চতম ন্যায়ালয়ে এই আঁচনি বাতিলৰ সপক্ষে ৰায় দিয়ে। এডিআৰ, চিপিআই(এম), কংগ্ৰেছ নেতা জয়া ঠাকুৰ, স্পন্দন বিশ্বকে ধৰি কেইবাটাও সংগঠন, ৰাজনৈতিক দল আৰু ব্যক্তিয়ে ৰাজহুৱা স্বাৰ্থৰ গোচৰ (ADR & Anr. V. Union of India & Ors., Writ Petition (Civil) No. 880 of… ২০১৭) দাখিল কৰা হৈছে। নিৰ্বাচনী বণ্ডৰ স্বচ্ছতাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত ৫ জনীয়া বিচাৰপীঠে ভাৰতীয় ষ্টেট বেংকক ২০১৯ চনৰ ১২ এপ্ৰিলৰ পৰা ক্ৰয় কৰা সকলো নিৰ্বাচনী বণ্ডৰ সবিশেষ ৬ মাৰ্চৰ ভিতৰত নিৰ্বাচন আয়োগক দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

প্ৰসংগক্ৰমে এডিআৰৰ তথ্য অনুসৰি ২০১৭-১৮ চনৰ পৰা ২০২২-২৩ চনলৈকে নিৰ্বাচনী বণ্ড আঁচনিৰ জৰিয়তে বিজেপিয়ে ৬,৫৬৬.১২ কোটি টকাৰ অনুদান লাভ কৰিছে। যিটো হৈছে বণ্ডৰ পৰা বিভিন্ন ৰাজনৈতিক দলে পোৱা অনুদানৰ ৫৪.৭৭ শতাংশ। এই তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছ। এই দুই দলে লাভ কৰা টকাৰ পৰিমাণ ক্ৰমে ১,১২৩ কোটি আৰু ১,০৯২ কোটি আৰু এই দুয়োটা দলে লাভ কৰা অনুদানৰ ক্ৰমে ৯.৩৭ শতাংশ আৰু ৯.১১ শতাংশ। তথ্য মতে, নিৰ্বাচনী বণ্ড আঁচনিৰ পৰা এটকাও পোৱা নাই চিপিআইএম।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd