• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

চাকৰি আশা দি পঠাইছিল যুদ্ধলৈ : ৰুছ-ইউক্ৰেনৰ যুদ্ধত মৃত্যু ভাৰতীয় যুৱকৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 7, 2024 5:08 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেইদিনমান আগতে পোহৰলৈ আহিছিল এটা চাঞ্চল্যকৰ তথ্য ।  যুদ্ধোন্মাদ ৰাছিয়াত থকা বিদেশী নাগৰিক সকলক ৰাছিয়াৰ হৈ যুদ্ধ কৰিবলৈ বাধ্য কৰাইছে ৰাছিয়াৰ চৰকাৰে। বিভিন্ন দেশৰ পৰা গৈ ৰাছিয়াত থকা নাগৰিক সকল অনিচ্ছুক হৈও ৰাছিয়াৰ চৰকাৰৰ নিৰ্দেশ অনুসৰি যুদ্ধত নামিবলৈ বাধ্য হৈ পৰিছে।

ৰাছিয়াত যুদ্ধ কৰিবলৈ বাধ্য হোৱা ৭ জন ভাৰতীয়ই চৰকাৰৰ সহায় বিচাৰিছে। তেওঁলোকে চলিত সপ্তাহত দুটাকৈ ভিডিঅ’ মুকলি কৰিছে, ভিডিঅ’ৰ যোগে তেওঁলোকে তেওঁলোকক ৰাছিয়াৰ পৰা স্বদেশলৈ ঘূৰাই আনিবলৈ ভাৰত চৰকাৰৰ সহায় বিচাৰিছে। জানিব পৰা মতে, তেওঁলোক ৰাছিয়া-ইউক্ৰেইন সীমান্তত আৱদ্ধ হৈ আছে। 

Apply Now

ইয়াৰ পিছতে এতিয়া পোহৰলৈ আহিছে আন এটা খবৰ। ৰাছিয়াৰ হৈ ইউক্ৰেইনৰ বিৰুদ্ধে যুঁজি থকা অৱস্থাত শ্বহীদ হ’ল এজন ভাৰতীয় যুৱক। 

জানিব পৰা মতে মিছা প্ৰলোভন দি যুৱকজনক ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰোৱা হৈছিল। যুৱকজনৰ মৃত্যুৰ খবৰ মস্কোত থকা ভাৰতীয় দূতাবাসেও নিশ্চিত কৰিছে।

জানিব পৰা মতে মৃত যুৱকজনৰ নাম মহম্মদ আছফান। তেওঁৰ ঘৰ হায়দৰাবাদত। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ভাৰতীয় যুৱকজনৰ ৰাছিয়াত মৃত্যু হোৱাটো নিশ্চিত কৰাৰ বিপৰীতে তেওঁৰ মৃত্যু কেনেকৈ হৈছিল বা ৰাছিয়াত যুৱকজনে কি কৰি আছিল সেই সম্পৰ্কে কোনো তথ্য পোৱা নাই। 

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে , “তেওঁৰ পৰিয়াল আৰু ৰাছিয়াৰ কৰ্তৃপক্ষৰ সৈতে আমি যোগাযোগত আছো। তেওঁৰ মৃতদেহ ভাৰতলৈ অনাৰ প্ৰয়াস কৰা হৈছে।”

প্ৰসংগক্ৰমে, কেৱল আছফানেই নহয়, কমেও ২৪ জন ভাৰতীয় যুৱকক চাকৰি আৰু অন্যান্য প্ৰৰোচনাৰে ৰাছিয়ালৈ লৈ যোৱা হৈছে আৰু তাত সেনাবাহিনীত যোগদান কৰিবলৈ বাধ্য হৈছে। 

We have learnt about the tragic death of an Indian national Shri Mohammed Asfan. We are in touch with the family and Russian authorities. Mission will make efforts to send his mortal remains to India.@MEAIndia

— India in Russia (@IndEmbMoscow) March 6, 2024

২১ ফেব্ৰুৱাৰীত এম আই এমৰ মুৰব্বী আছাউদ্দিন ৱাইচিয়ে প্ৰথমে এই তথ্য প্ৰকাশ কৰিছিল। তেওঁ কয় যে তেলেংগানা, গুজৰাট, কৰ্ণাটক, জম্মু-কাশ্মীৰ আৰু উত্তৰ প্ৰদেশৰ বহু যুৱকক প্ৰলোভিত কৰি বলপূৰ্বকভাৱে যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁ এই সন্দৰ্ভত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰলৈও এখন পত্ৰ লিখিছিল। পিছত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও জনাইছে যে কমেও ২০ জন ভাৰতীয় ৰাছিয়াত আবদ্ধ হৈ আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

‘হাত কাটি দিয়া হ’ব’, সিন্ধুৰ পানী বন্ধ কৰিলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ভাবুকি পাকিস্তানৰ

June 30, 2026 12:13 pm
গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

গুৱাহাটীত ভূমিস্খলনৰ ভয়াৱহ শংকা! কামৰূপ মহানগৰ জিলাৰ ৩৬৬ টা স্থানত বিশেষ সতৰ্কতা জাৰি কৰিলে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই

June 30, 2026 12:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

পাহাৰীয়া ‘হোম ষ্টে’ত চাঞ্চল্যকৰ ঘটনা! উদ্ধাৰ যুৱতীৰ মৃতদেহ, অচেতন অৱস্থাত উদ্ধাৰ ‘প্ৰেমিক’

June 30, 2026 1:23 pm
ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

ৰোমাঞ্চকৰ মেচত নেডাৰলেণ্ডছৰ বিদায়! পেনাল্টি শ্বুটআউটত ৩-২ ব্যৱধানত জয়লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত মৰক্কো

June 30, 2026 1:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd