• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ বিজেপি নেতা নায়ব সিং ছাইনীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2024 6:37 pm
Haryana Chief Minister Nayab Singh Saini
538
VIEWS
Share on FacebookShare on Twitter

মনোহৰ লাল খট্টৰ চৰকাৰৰ প্দত্যাগৰ পিছত হাৰিয়ানাৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কিছু সময় পূৰ্বে শপত গ্ৰহণ কৰে বিজেপি নেতা নায়ব সিং ছাইনীয়ে।

অ’বিচি সম্প্ৰদায়ৰ নেতা নায়ব সিং ছাইনীয়ে সন্ধিয়া প্ৰায় ৫ বজাত ৰাজভৱনত বিদায়ী মুখ্যমন্ত্ৰীৰ উপস্থিতিত শপত গ্ৰহণ কৰে।

শপত গ্ৰহণৰ বাবে মঞ্চলৈ উঠাৰ পূৰ্বে ছাইনীয়ে মনোহৰ লাল খট্টৰ আৰু হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তত্ৰেয়ৰ আশীৰ্বাদ লয়।

ইফালে নতুন চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে বিজেপি নেতা কনোৱাৰ পাল গুজ্জাৰ, জয় প্ৰকাশ দলাল, বানৱাৰী লাল আৰু মুল চান্দ শৰ্মাই।

বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে নিৰ্দলীয় বিধায়ক ৰঞ্জিত সিং চৌটালায়ো।

উল্লেখ্য যে মিত্ৰজোঁটৰ অৱসান ঘটাই আজি পুৱাৰ ভাগত হাৰিয়ানাত ভংগ হৈছিল বিজেপি আৰু জননায়ক জনতা পাৰ্টিৰ সন্মিলিত চৰকাৰ।

মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে ৰাজভৱনত ৰাজ্যপাল বন্দৰু দত্তত্ৰেয়ক পদত্যাগ পত্ৰ দাখিল কৰে।

ইয়াৰ পিছতে খট্টৰ আৰু দলটোৰ হাৰিয়ানাৰ প্ৰভাৰী বিপ্লৱ দেৱৰ উপস্থিতিত সৰ্বসন্মতিক্ৰমে বিজেপিৰ বিধানসভা দলৰ নেতা নিৰ্বাচিত হয় নায়ব সিং ছাইনী।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd