• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী আইনক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ দেৱব্ৰত শইকীয়া

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 13, 2024 10:42 am
507
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই উচ্চতম ন্যায়ালয়ত অন্তৱৰ্তীকালীন আবেদন (আই এ) দাখিল কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিছে। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা নাগৰিকত্ব সংশোধনী আইন (CAA) কাৰ্যকৰী কৰাৰ বাবে স্থাপন কৰা নিয়মাৱলীক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে কংগ্ৰেছ নেতাগৰাকী।

নিয়মৰ লগতে শইকীয়াই নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯কো প্ৰত্যাহ্বান জনাইছে।

নিয়মৰ সন্দৰ্ভত শইকীয়াই ব্যাখ্যা আগবঢ়াইছে যে আইনখনৰ নিয়ম আৰু মূল আইন, দুয়োটাই ধৰ্ম আৰু দেশৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন সৃষ্টি কৰে, যিটো ভাৰতীয় শয়ৰা বানো ভি ইউনিয়ন (২০১৭)ত উল্লেখ কৰা “প্ৰকাশ স্বেচ্ছাচাৰীতা” পৰীক্ষা পূৰণ কৰাত ব্যৰ্থ হৈছে। 

শইকীয়াই ন্যায়ালয়ত যুক্তি দিয়ে যে এই আইন শ্ৰেণীবিভাজনমূলক, অযুক্তিকৰ, বৈষম্যমূলক, অস্বচ্ছ, আৰু পক্ষপাতিত্বমূলক। ই সংবিধানৰ  মৌলিক নীতিৰ ভংগ কৰে। 

তদুপৰি এই বিধিসমূহে নাগৰিকত্বৰ মৰ্যাদা নিৰ্বিশেষে সকলো ব্যক্তিৰ সমতাৰ নিশ্চয়তা প্ৰদান কৰা সংবিধানৰ ১৪ অনুচ্ছেদ উলংঘা কৰা বুলি জোৰ দিয়ে শইকীয়াই।

তেওঁ কয়, “বিধিসমূহে সংবিধানৰ ১৪ নং অনুচ্ছেদ উলংঘা কৰে, যিয়ে সকলো ব্যক্তিৰ বাবে সমতাৰ নিশ্চয়তা প্ৰদান কৰে। ধৰ্মীয় ৰেখাৰে জনসাধাৰণৰ মাজত পাৰ্থক্য স্থাপন কৰাটো সংবিধান উলংঘা কৰা হ’ব।”

তদুপৰি নাগৰিকত্ব সংশোধনী আইনৰ নিয়মাৱলীয়ে অসম চুক্তিৰ ৬ নং দফা উলংঘা কৰা বুলি দৃঢ়তাৰে কয় শইকীয়াই। তেওঁ যুক্তি আগবঢ়ায় যে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ পূৰ্বে আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ পৰা ভাৰতলৈ অহা অমুছলমান অবৈধ প্ৰব্ৰজনকাৰীক নাগৰিকত্ব প্ৰদান কৰি এই আইনখনে ১৯৮৫ চনৰ অসম চুক্তিৰ চৰ্তসমূহৰ পোনপটীয়া বিৰোধিতা কৰে। তেওঁ উদ্বেগ প্ৰকাশ কৰে যে এনে আইনে অসম ৰাজ্যৰ সুক্ষ্ম জাতিগত আৰু আৰ্থ-সামাজিক তন্ত্ৰ বিপদত পেলাব পাৰে ।

Recent News

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

হিন্দী ভাষাক লৈ চলি থকা বিতৰ্কৰ মাজতে মাতৃভাষা সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ ডাঙৰ মন্তব্য!

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

ৰাষ্ট্ৰীয় নিৰাপত্তাত হস্তক্ষেপ নকৰে আদালতে! দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে তুৰ্কীৰ এটা কোম্পানীৰ আবেদন

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

কংগ্ৰেছৰ লগত মিত্ৰতা অসম্ভৱ, ২০২৬ আমি অকলেই যুঁজিম : আম আদমি পাৰ্টী

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd