• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কৰ্মফল ভুগিছে কেজৰিৱালে! একালৰ গুৰু আন্না হাজাৰেই দোষাৰোপ কৰিলে কেজৰিৱালক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2024 7:04 pm
Anna Hazare Arvind Kejriwal
5.5k
VIEWS
Share on FacebookShare on Twitter

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰক লৈ উত্তপ্ত হৈ আছে দেশৰ ৰাজনীতি। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীলৈ সমৰ্থন আগবঢ়াই শাসকীয় বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে। প্ৰতিবাদত নামি পৰিছে আম আদমী পাৰ্টী।

পিছে কেজৰিৱালৰ একালৰ গুৰু আন্না হাজাৰেৰ মুখত শুনা গ’ল সম্পূৰ্ণ এক বিপৰীত ভাষ্য। একপ্ৰকাৰে আন্না হাজাৰেই কেজৰিৱালৰ গ্ৰেপ্তাৰক সমৰ্থনহে জনালে। আন্না হাজাৰেৰ মতে, নিজ কৰ্মৰ বাবে গ্ৰেপ্তাৰ হৈছে কেজৰিৱাল।

আন্না হাজাৰেই কয়, “মই অতি দুখী যে পূৰ্বে মোৰ লগত কাম কৰা অৰবিন্দ কেজৰিৱালৰ দৰে এজন ব্যক্তিয়ে আগতে সুৰাৰ বিৰুদ্ধে মাত মাতিছিল আৰু আজি তেওঁ সুৰা নীতি প্ৰস্তুত কৰিছে।” অধিক টকাৰ বাবে কেজৰিৱালে সুৰা নীতি প্ৰস্তুত কৰা বুলি ক্ষোভ প্ৰকাশ কৰে আন্না হাজাৰেই।

প্ৰবীণ সমাজ কৰ্মীগৰাকীয়ে লগতে কয় যে নিজ কৰ্মৰ বাবেই কেজৰিৱাল গ্ৰেপ্তাৰ হ’ল। যদি তেওঁ একো কৰাই নাছিল তেন্তে তেওঁক গ্ৰেপ্তাৰ কৰাৰ কোনো প্ৰশ্নই নাছিল বুলি আন্না হাজাৰেই লগতে মন্তব্য কৰে। এতিয়া যি হয় সেয়া আইন অনুসৰি হ’ব লাগে বুলিও তেওঁ দোহাৰে।

উল্লেখ্য যে, ২০১১ চনত দুৰ্নীতি বিৰোধী তথা লোকপাল আন্দোলনৰ প্ৰধান হোতা আছিল আন্না হাজাৰে। এই আন্দোলনৰ অন্যতম অংশ আছিল কেজৰিৱাল। আন্না হাজাৰেৰ এই আন্দোলনৰ পৰাই উত্থান ঘটিছিল আম আদমী পাৰ্টীৰ।

Recent News

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

চীনৰ ৬০,০০০ মেগাৱাটৰ মেডগ’ জলবিদ্যুৎ প্ৰকল্পৰ অসমৰ প্ৰতি ভাবুকি! হ্ৰাস পাব ভূ-গৰ্ভৰ জলস্তৰ, কৃষিভূমি হৈ পৰিব খৰাং

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd