• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ষমা বিচৰাৰ পাছতো ৰামদেৱৰ ওপৰত ক্ষুব্ধ উচ্চতম ন্যায়ালয়; চৰকাৰকো কৰিলে ককৰ্থনা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 3, 2024 8:23 am
2.1k
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ৰ ওচৰত ক্ষমা খুজিলেও ৰামদেৱ আৰু পতঞ্জলিৰ পৰিচালন সঞ্চালক বালকৃষ্ণ শীৰ্ষ আদালতৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

কৰ’না ভাইৰাছৰ সময়ত তেওঁলোকে যিদৰে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল তাৰ বাবে দেশৰ শীর্ষ ন্যায়ালয়ৰ তীব্র সমালোচনাৰ সন্মুখীন হ’ল বাবা ৰামদেৱ৷

আদালতে কয়, কেৱল উচ্চতম ন্যায়ালয়তেই নহয়, দেশৰ সকলো জনসাধাৰণৰ ওচৰত ক্ষমা খোজা উচিত। ন্য়ায়াধীশসকলে কয় যে আমি এই ক্ষমাপ্ৰাৰ্থনাতে সন্তুষ্ট নহয়।

লগতে পঢ়কঃ IPL 2024: আই পি এলত পুনৰ বিৰাট বিপৰ্যয়; চিন্নাস্বামীত LSGৰ মায়ংকৰ দুৰ্ধৰ্ষ বলিঙত বিধ্বস্ত RCB

মঙলবাৰৰ দিনটোতে আদালতত হাতযোৰ কৰি ক্ষমা খোজে ৰামদেৱৰ অধিবক্তাই। একেদিনাই উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকো এই বিষয়ত সমালোচনাৰে থকাসৰকা কৰে।

আদালতে কয়, চৰকাৰে এনেধৰণৰ বিজ্ঞাপনৰ দেখি কেনেকৈ চকু মুদি থাকিব পাৰে? এই গোচৰৰ পৰৱৰ্তী শুনানি অহা ১০ এপ্ৰিলত হ’ব। সেইদিনাও ৰামদেৱ আৰু বালকৃষ্ণক আদালতত উপস্থিত থাকিবলৈ কোৱা হৈছে। 

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক দলৰ নতুন মাছৰ প্ৰজাতি আৱিষ্কাৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

কেন্দ্ৰৰ অনুৰোধত কাৰ্বি আংলঙৰ সৌৰ প্ৰকল্প বাতিল এছিয়ান ডেভেলপমেণ্ট বেংকৰ

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

বিশ্ব মঞ্চ কঁপালে থাইলেণ্ডৰ যুৱতীয়ে! ২০২৫ চনৰ মিছ ৱৰ্ল্ড খিতাপ জয় অ’পাল সুচাটা চুৱাংশ্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd