• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰকাশ ৰাজেও পিন্ধিব নেকি গেৰুৱা বসন! নিজেই দিলে উত্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2024 8:49 pm
Prakash Raj
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাষ চাপি আহিছে লোকসভা নিৰ্বাচন। নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত শাসকীয় বিজেপি দললৈ ঢাপলি মেলিছে বিপক্ষৰ শিবিৰৰ নামী-দামী নেতাৰ লগতে সততে বিজেপি তথা মোদী বিৰোধী স্থিতি গ্ৰহণ কৰি অহা বহু ব্যক্তিয়ে।

তাৰ মাজতে চৰ্চালৈ আহিছে জনপ্ৰিয় অভিনেতা প্ৰকাশ ৰাজৰ নাম। বিগত সময়ছোৱাত নৰেন্দ্ৰ মোদী তথা শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে সততে সমালোচনাত মুখৰ হৈ থকা লোকসকলৰ ভিতৰত অন্যতম জনপ্ৰিয় অভিনেতাগৰাকী।

Apply Now

মোদী চৰকাৰৰ জনবিৰোধী নীতিক কঠোৰভাৱে সমালোচনা কৰি আহিছে প্ৰকাশ ৰাজে। যাৰ বাবে অভিনেতাগৰাকী বিজেপি দলৰ লগতে দলটোৰ সমৰ্থকসকলৰো মৌখিক আক্ৰমণৰ চিকাৰ হৈ আহিছে।  

কিন্তু বিগত সময়ছোৱাত ইগৰাকীৰ পিছত সিগৰাকীকৈ নেতাৰ বিজেপি গমনৰ মাজতে আজি প্ৰকাশ ৰাজেও লোকসভা নিৰ্বাচনৰ পূৰ্বে গেৰুৱা বসন পিন্ধিবলৈ সাজু হোৱা বুলি সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ সূত্ৰপাত হয়।

সামাজিক মাধ্যমত চলা এনে চৰ্চা সন্দৰ্ভত অৱশেষত নিজেই স্পষ্টীকৰণ দিলে অভিনেতাগৰাকীয়ে। বিজেপি গমন সন্দৰ্ভত প্ৰকাশ পোৱা সকলো চৰ্চা অস্বীকাৰ কৰিছে প্ৰকাশ ৰাজে। এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীৰ টুইট শ্বেয়াৰ কৰি তেওঁ নিজা স্থিত প্ৰকাশ কৰে।

এটা টুইটাৰ একাউণ্টৰ পৰা প্ৰকাশ ৰাজৰ বিজেপিত যোগদান সন্দৰ্ভত দিয়া হৈছিল খবৰ। টুইটটোত লিখা হৈছিল, “আজি বিয়লি ৩ বজাত বিশিষ্ট অভিনেতা প্ৰকাশ ৰাজে বিজেপিত যোগদান কৰিব।” এই টুইটটো মুহূৰ্তৰ ভিতৰতে ভাইৰেল হৈ পৰে।

 বিশেষ টুইটটো ৰিপোষ্ট কৰি বিজেপিক কটাক্ষ কৰে প্ৰকাশ ৰাজে আৰু কয়, “মই অনুমান কৰিছোঁ যে তেওঁলোকে চেষ্টা কৰিছে। তেওঁলোক মোক কিনিবলৈ যে মতাদৰ্শগতভাৱে যথেষ্ট ধনী নহয়, সেয়া নিশ্চয় উপলব্ধি কৰিছে। আপোনালোকে কি ভাবে বন্ধুসকল?”

 

I guess they tried 😂😂😂 must have realised they were not rich enough (ideologically) to buy me.. 😝😝😝.. what do you think friends #justasking pic.twitter.com/CCwz5J6pOU

— Prakash Raj (@prakashraaj) April 4, 2024

উল্লেখ্য যে, নিজৰ বিজেপি বিৰোধী স্থিতি স্পষ্ট কৰি প্ৰকাশ ৰাজে ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনত বেংগালুৰু চেণ্ট্ৰেলৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। কিন্তু সেই নিৰ্বাচনত পৰাস্ত হৈছিল অভিনেতাগৰাকী। অৱশ্যে ইয়াৰ পিছত আনুষ্ঠানিকভাৱে ৰাজনীতিত নমা নাই প্ৰকাশ ৰাজ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd