• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নামাজ পঢ়াই হ’ল অপৰাধ! গুজৰাট বিশ্ববিদ্যালয়ৰ ৭ বিদেশী ছাত্ৰক হোষ্টেল এৰিবলৈ নিৰ্দেশ কৰ্তৃপক্ষৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 9, 2024 2:38 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধৰ্মনিৰপেক্ষ দেশ ভাৰতবৰ্ষত সংঘটিত হৈছে এক আজৱ কাণ্ড৷ ঘটনাৰ অভিকেন্দ্ৰ নৰেন্দ্ৰ মোদীৰ গৃহৰাজ্য গুজৰাট৷শেহতীয়াকৈ ৰাজ্যখনৰ অগ্ৰণী শিক্ষানুষ্ঠান গুজৰাট বিশ্ববিদ্যালয়ে আফগানিস্তানৰ ৬ গৰাকী আৰু পূব আফ্ৰিকাৰ এগৰাকী ছাত্ৰক হোষ্টেল খালী কৰিবলৈ নিৰ্দেশ দিয়ে। দেওবাৰে (৭ এপ্ৰিল) শিক্ষানুষ্ঠানখনৰ এজন বিষয়াই সংবাদ সংস্থা পিটিআইক এই তথ্য প্ৰদান কৰে৷

প্ৰতিবেদন অনুসৰি প্ৰশাসনে এই নিৰ্দেশৰ কাৰণ হিচাপে ছাত্ৰকেইজন নিৰ্ধাৰিত সময়তকৈ অধিক সময় হোষ্টেলৰ কোঠাত থকাৰ বিষয়টো চিহ্নিত কৰিছে৷উল্লেখ্য যে, আফগান ছাত্ৰকেইজনে নামাজ আগবঢ়োৱাক লৈ হোৱা বিতৰ্কৰ কেইসপ্তাহমান পাছতে বিশ্ববিদ্যালয়খনৰ এই নিৰ্দেশ পোহৰলৈ আহে৷

Apply Now

মন কৰিবলগীয়া যে বিশ্ববিদ্যালয় কেম্পাছত কোনো মছজিদ নথকাৰ বাবে ১৬ মাৰ্চত ৰমজানৰ সময়ত বিদেশী ছাত্ৰ-ছাত্ৰীৰ বাবে নিৰ্ধাৰিত হোষ্টেলত ছাত্ৰ-ছাত্ৰীসকল সমবেত হোৱা বুলি ভাইবছ অৱ ইণ্ডিয়াৰ বাতৰিত প্ৰকাশ পায়। তাৰ পাছত বিশ্ববিদ্যালয়ৰ এটা ৰমজানত সমবেত হোৱা শিক্ষাৰ্থীৰ কোঠাত আক্ৰমণ কৰি তেওঁলোকৰ সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰে।

এই ঘটনাৰ পাছত শ্ৰীলংকা আৰু তাজিকিস্তানৰ দুই ছাত্ৰক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।১৬ মাৰ্চৰ আক্ৰমণৰ কেইদিনমান পাছতে আফগান আৰু গাম্বিয়াৰ এটা প্ৰতিনিধি দলে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰে। পিটিআইৰ প্ৰতিবেদন অনুসৰি দলটোৱে উপাচাৰ্যৰ সৈতেও নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত বৈঠকত মিলিত হয়।বিশ্ববিদ্যালয়ৰ উপাচাৰ্য নীৰজা গুপ্তাই সংবাদ সংস্থাটোক জনোৱা মতে, আফগানিস্তানৰ ছয়জন ছাত্ৰ আৰু পূব আফ্ৰিকাৰ এজন ছাত্ৰক নিৰ্ধাৰিত সময়তকৈ অধিক সময় থকাৰ বাবে হোষ্টেলৰ কোঠা খালী কৰিবলৈ কোৱা হৈছে।কিছু বাকী থকা প্ৰশাসনিক কামৰ বাবে এইসকল শিক্ষাৰ্থীয়ে পঢ়া-শুনা সমাপ্ত কৰি প্ৰাক্তন ছাত্ৰ হিচাপে হোষ্টেলত থকা বুলিও কয়।লগতে উপাচাৰ্যগৰাকীয়ে কয় যে গুজৰাট বিশ্ববিদ্যালয়ত ৩০০ৰো অধিক আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd