• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ছত্তীশগড়ত শ্ৰমিকভৰ্তি বাছৰ দুৰ্ঘটনা! ১২ জন নিহত,আহত বহুতো

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2024 11:09 am
495
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে নিশা ছত্তীশগড়ত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। শ্ৰমিকৰে ভৰ্তি এখন বাছ নিয়ন্ত্ৰণ হেৰুৱাই পোনে পোনে খাৱৈত বাগৰি পৰে। এই পৰ্যন্ত প্ৰাপ্ত তথ্য মতে ১২ জন লোকৰ মৃত্যু হৈছে। ১৪ জন লোকক উদ্ধাৰ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মঙলবাৰে নিশা প্ৰায় ৮:৩০ বজাত ছত্তীশগড় জিলাৰ দুৰ্গ কুমহাৰী অঞ্চলত সংঘটিত হয় এই ঘটনা।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে নিশা শ্ৰমিক ভৰ্তি বাছখন কুমহাৰী অঞ্চলত উপস্থিত হোৱাৰ লগে লগে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ ৪০ ফুট দ খাৱৈত বাগৰি পৰে। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়৷আৰক্ষীৰ দাবী যে আটাইকেইজন শ্ৰমিকে এটা ব্যক্তিগত কোম্পানীত কাম কৰে।

আৰক্ষীয়ে জনোৱা মতে, এই পৰ্যন্ত মৃত্যুৰ সংখ্যা ১২ জন। গুৰুতৰভাৱে আহত ১৪ জন লোকক উদ্ধাৰ কৰা হৈছে। আহতসকলৰ ভিতৰত ১২জনক ছত্তীশগড় ইএমএছত ভৰ্তি কৰা হৈছে আৰু বাকী দুজন স্থানীয় ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।বৰ্তমান চিকিৎসালয়খনৰ চিকিৎসকে আহতসকলৰ শাৰীৰিক অৱস্থা গুৰুতৰ নহয় বুলি জানিবলৈ দিয়ে।

মঙলবাৰে নিশা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেৱ ছাইয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰি নিজৰ এক্স হেণ্ডেলত লিখিছে, “দুৰ্গাৰ কুমহাৰী অঞ্চলত শ্ৰমিকৰে ভৰ্তি বাছৰ দুৰ্ঘটনাৰ কথা শুনি মই স্তম্ভিত হৈছো। ১২ জন লোকৰ মৃত্যুৰ খবৰ পাইছোঁ। মৃতকৰ আত্মাই চিৰশান্তি লাভ কৰক। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ভুক্তভোগী পৰিয়ালৰ বাবে। আহতসকলৰ যত্নৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তেওঁলোকৰো আশু আৰোগ্য কামনা কৰিলোঁ।”

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd