• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সৈনিক স্কুলৰ বেচৰকাৰীকৰণৰ প্ৰতিবাদত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ কংগ্ৰেছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 11, 2024 9:46 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰ লিখি সৈনিক স্কুলসমূহক ৰাজনীতিৰ মাজলৈ টানি নানিবলৈ অনুৰোধ জনায়। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই এখন পত্ৰযোগে কয় যে সৈনিক স্কুল ৰাজনৈতিক সম্পৰ্ক থকা সংগঠনৰ হাতত যাতে গতাই দিয়া নহয়। তেওঁ কয় যে এনে পদক্ষেপে সৈনিক বিদ্যালয়সমূহৰ স্বাধীনতা আৰু স্বায়ত্তশাসনক ক্ষতিগ্ৰস্ত কৰে।

খাৰ্গেই লগতে কয় যে ভৱিষ্যতৰ প্ৰতিৰক্ষা কৰ্মীসকলৰ বাবে সৈনিক স্কুলসমূহ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান। গতিকে তেওঁলোকক কোনো ধৰণে ৰাজনীতিলৈ টানি অনাটো উচিত নহয়।

কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ পত্ৰযোগে লিখিছে, সৈনিক স্কুলসমূহৰ বেচৰকাৰীকৰণ কৰা হৈছে। য’ত সৈনিক স্কুলসমূহ কোনোবা নহয় কোনোবা প্ৰকাৰে ৰাজনীতিৰ সৈতে জড়িত লোকৰ হাতত গতাই দিয়া হৈছে।

Apply Now

লগতে পঢ়কঃ IPL 2024: অথলে গ’ল ৰিয়ানৰ বিস্ফোৰক ইনিংছ; ৰুদ্ধশ্বাস মেচত গুজৰাটৰ জয়ৰ নায়ক ৰছিদ

তেওঁ লগতে কয় যে প্ৰায়বোৰ সৈনিক স্কুল বিজেপি আৰু আৰএছএছৰ সৈতে জড়িত লোকৰ হাতত গতাই দিবলৈ চুক্তি কৰা হৈছে। সেইবাবেই সৈনিক স্কুলসমূহ বেচৰকাৰীকৰণৰ প্ৰতিবাদ কৰিছে কংগ্ৰেছে।

কেন্দ্ৰীয় চৰকাৰে হিন্দুত্ববাদী সংগঠনৰ হাতত সৈনিক স্কুলসমূহ গতাই দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰি দিছে। কিছুদিন ধৰি বিৰোধীয়ে এনে অভিযোগেই উত্থাপন কৰি আহিছে। বিশেষকৈ চিপিআইএমে এই অভিযোগক লৈ সৰৱ হৈছে।

লগতে পঢ়কঃ ইংৰাজৰ লগত হাত কোনে মিলাইছিল? নৰেন্দ্ৰ মোদীক তুলাধুনা দিলে ৰাহুল গান্ধীয়ে

দেশৰ মুঠ ৩৩খন সৈনিক স্কুল আছে। অষ্টম শ্ৰেণী উত্তীৰ্ণ ল’ৰা-ছোৱালীয়ে এই স্কুলসমূহত নামভৰ্তি কৰিব পাৰে। কেন্দ্ৰই এই স্কুলসমূহৰ সংখ্যা ১০০খনলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। সেয়ে সেইবোৰ বেচৰকাৰীকৰণ কৰিব পাৰে। কিন্তু বিৰোধীয়ে অভিযোগ কৰিলেও কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত এতিয়ালৈকে কোনো মন্তব্য দিয়া নাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

বিদেশী অনুদান নিয়ন্ত্ৰণ বিধেয়কক লৈ সৰৱ আমেৰিকা! ‘আমেৰিকায়ো নিয়ন্ত্ৰণ কৰে’, ভাৰতৰ কঠোৰ উত্তৰ

August 8, 2026 9:24 am
অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

অসম ৰাজ্যিক অভিলেখাগাৰত ইয়েলৰ গৱেষক পণ্ডিতৰ অসমীয়াত লিখা বিদায়ী টোকাই জয় কৰিলে অন্তৰ

August 8, 2026 8:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

সাৱধান! দেশত ৩২খন ভুৱা বিশ্ববিদ্যালয়ৰ তালিকা প্ৰকাশ কৰিলে কেন্দ্ৰই

August 8, 2026 10:27 am
অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

অৰুণাচল প্ৰদেশক লৈ ভাৰতৰ ডাঙৰ পদক্ষেপ! মানচিত্ৰত ২৭ টা স্থান চিহ্নিত, চীনলৈ ডাঙৰ বাৰ্তা

August 8, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd