• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ ৫ খন লোকসভা আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব ১৫ গৰাকী কোটিপতিয়ে

by
April 17, 2024 7:12 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯ এপ্ৰিলত অসমৰ ৫টা লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৩৫ গৰাকী প্ৰাৰ্থীৰ ভিতৰত পোন্ধৰজন ‘কোটিপতি’ সন্নিৱিষ্ট হৈ আছে৷ ১৯ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৫টা লোকসভা সমষ্টি হ’ল যোৰহাট, কাজিৰঙা, ডিব্ৰুগড়, শোণিতপুৰ আৰু লখিমপুৰ।বিজেপিৰ পাঁচজন প্ৰাৰ্থী, কংগ্ৰেছৰ তিনিজন, আম আদমী পাৰ্টিৰ দুজন,তৃণমূল কংগ্ৰেছৰ এজন আৰু ভাৰতীয় গণ পৰিষদ (বিজিপি) আৰু তিনিজন নিৰ্দলীয়ৰ সম্পত্তি এক কোটি টকাৰো অধিক বুলি প্ৰাৰ্থীয়ে দাখিল কৰা শপতনামাত প্ৰকাশ পাইছে।

আনহাতে, আপৰ প্ৰাৰ্থীৰ গড় সম্পত্তি ছয় কোটি টকা, তাৰ পাছতে বিজেপিৰ প্ৰাৰ্থীৰ সম্পত্তি চাৰি কোটিৰো অধিক, কংগ্ৰেছৰ তিনি কোটি, এআইটিচি আৰু বিজিপিৰ এক কোটিকৈ টকাৰ সম্পত্তি আছে। বহুকেইটা ইন্ধন কেন্দ্ৰৰ মালিক নিৰ্দলীয় প্ৰাৰ্থী দিলুৱাৰা বেগম চৌধুৰীৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৭.৫৮ কোটি টকাৰো অধিক, য’ত ৪.৬৫ কোটি টকা স্থাৱৰ আৰু ১২.৯২ কোটি টকা অস্থাৱৰ সম্পত্তি হিচাপে আছে। তেওঁৰ পাছতে আছে আপৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধনোৱাৰ,তেওঁৰ ৯.৩২ কোটিৰো অধিক সম্পত্তি আছে, ইয়াৰে ২.৮৫ কোটি টকা স্থাৱৰ আৰু ৬.৪৬ কোটি টকা অস্থাৱৰ সম্পত্তি।

অষ্টম স্থানত আছে আপ শোণিতপুৰৰ প্ৰাৰ্থী ঋষিৰাজ কৌন্দিন্য৷কৌন্দিন্যৰ মুঠ সম্পত্তিৰ মূল্য ২.৯১ কোটি টকা, য’ত ১.৩৪ কোটি টকা স্থাৱৰ আৰু ১.৫৬ কোটি টকা অস্থাৱৰ সম্পত্তি হিচাপে আছে। বিজেপিৰ আটাইতকৈ ধনী প্ৰাৰ্থী শোণিতপুৰ লোকসভাৰ প্ৰাৰ্থী তথা বিধায়ক ৰঞ্জিত দত্ত, দত্তৰ মুঠ সম্পত্তিৰ মূল্য ৮.৯৭ কোটি টকা, ইয়াৰে ৫.৫২ কোটি টকা স্থাৱৰ আৰু ৩.৪৫ কোটি টকা অস্থাৱৰ। কেন্দ্রীয় জাহাজ আৰু জলপথ মন্ত্রী তথা ডিব্রুগড় লোকসভা আসনৰ বিজেপি প্রার্থী সর্বানন্দ সোণোৱাল বিজেপিৰ দ্বিতীয় ধনী প্রার্থী, সোণোৱালৰ মুঠ সম্পত্তিৰ মূল্য ৪.৭৫ কোটি টকা, য’ত ১.৬৪ কোটি টকা স্থাৱৰ আৰু ৩.১১ কোটি টকা অস্থাৱৰ সম্পত্তি আছে৷

Apply Now

যোৰহাটৰ সাংসদ তপন গগৈৰ মুঠ সম্পত্তিৰ মূল্য ৩.২২ কোটি টকা,গগৈৰ স্থাৱৰ হিচাপে ৩ কোটি টকা আৰু অস্থাৱৰ সম্পত্তি ২২.৫০ লাখ টকা আছে। বিজেপিৰ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই মুঠ ২.৪২ কোটি টকাৰ মুঠ সম্পত্তিৰে নৱম স্থানত আছে, ইয়াৰে ১.০৫ কোটি টকা স্থাৱৰ আৰু ১.৩৬ কোটি টকা অস্থাৱৰ সম্পত্তি, আনহাতে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা দুই কোটি টকাৰ সম্পত্তিৰে দ্বাদশ স্থানত আছে,তাছাৰ স্থাৱৰ সম্পত্তি হিচাপে ১.৪৫ কোটি আৰু অস্থাৱৰ সম্পত্তি হিচাপে ৫৫ লাখ টকা আছে।

সৰ্বাধিক ধনী কংগ্ৰেছ প্ৰাৰ্থী লখিমপুৰ লোকসভা সমষ্টিৰ উদয় শংকৰ হাজৰিকা৷হাজৰিকাৰ মুঠ সম্পত্তি ৬.৮২ কোটি টকা৷ ইয়াৰে ৩.৩৯ কোটি টকা স্থাৱৰ আৰু ৩.৪২ কোটি টকা অস্থাৱৰ সম্পত্তি হিচাপে আছে।ইয়াৰ পাছত আছে যোৰহাট লোকসভাৰ প্ৰাৰ্থী গৌৰৱ গগৈ,গগৈৰ সম্পত্তিৰ মূল্য ৪.৯০ কোটি,ইয়াৰ ২.৬৫ কোটি টকা স্থাৱৰ আৰু ২.২৫ কোটি টকা অস্থাৱৰ সম্পত্তি হিচাপে আছে। শোণিতপুৰ লোকসভা সমষ্টিৰ এগৰাকী কংগ্ৰেছ প্ৰতিদ্বন্দ্বী প্ৰেমলাল গঞ্জুৱেও ১.১০ কোটি টকাৰে তালিকাত স্থান লাভ কৰিছে, য’ত ২৬.৬২ লাখ টকা স্থাৱৰ হিচাপে আৰু ৮৩.৫০ লাখ টকা অস্থাৱৰ সম্পত্তি হিচাপে আছে। শোণিতপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী প্ৰদীপ ভাণ্ডাৰী আৰু কাজিৰঙাৰ আব্দুল হকৰ সম্পত্তিৰ পৰিমাণ ২ কোটিৰো অধিক, আনহাতে কাজিৰঙাৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ঘনকান্ত চুতীয়া আৰু ভাৰতীয় গণ পৰিষদৰ শৈলেন চন্দ্ৰ মালাকাৰৰ ১ কোটিৰো অধিক সম্পত্তি আছে। কাজিৰঙাৰ কংগ্ৰেছ প্ৰাৰ্থী ৰ’জলিনা তিৰ্কীৰ ৪৪ লাখ টকা আৰু ডিব্ৰুগড়ৰ পৰা বিৰোধী মিত্ৰজোঁট সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ সম্পত্তি ৩৪ লাখ টকা। এক লাখ টকাতকৈ কম সম্পত্তি থকা প্ৰাৰ্থীসকল হ’ল কাজিৰঙা লোকসভা সমষ্টিৰ দুজন প্ৰতিদ্বন্দ্বী অসম জন মৰ্চাৰ চেলিম আহমেদৰ সম্পত্তি ৮৫ হাজাৰ টকা আৰু ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া (আথৱালে)ৰ ছালেহ আহমেদ মজুমদাৰৰ ৫০ হাজাৰ টকা। সৰ্বনিম্ন ঘোষিত সম্পত্তি থকা প্ৰাৰ্থীজন হৈছে SUCI(C)ৰ লখিমপুৰৰ প্ৰাৰ্থী পল্লব পেগু, যাৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৮,১৬৯ টকা।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd