• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চিকিৎসকৰ অনুপস্থিতিত কম্পাউণ্ডাৰে কৰিলে অস্ত্ৰোপচাৰ; বিহাৰত প্ৰাণ গ’ল ২৮বছৰীয়া তৰুণীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 21, 2024 5:02 pm
1.2k
VIEWS
Share on FacebookShare on Twitter

বিহাৰত সংঘটিত হৈছে এক আচৰিত ঘটনা৷ বিহাৰৰ সমষ্টিপুৰ জিলাৰ মুছৰিঘৰাৰী নামৰ এখন সৰু চহৰৰ তিনিমহলীয়া ঘৰৰ দ্বিতীয় মহলাত অৱস্থিত ব্যক্তিগত ‘অনিশা হেল্থকেয়াৰ’ কেন্দ্ৰত এই কাণ্ড সংঘটিত হৈছে। আঠাইশ বছৰীয়া ববিতা দেবীৰ কেন্দ্ৰটোতেই বন্ধ্যাকৰণৰ অস্ত্ৰোপচাৰ কৰাৰ কথা আছিল।

অভিযোগ অনুসৰি, তেওঁলোকক প্ৰথমে কোৱা হৈছিল যে চিকিৎসক নাই। তাৰ পাছত এজন কম্পাউণ্ডাৰে গোটেই প্ৰক্ৰিয়াটো আৰম্ভ কৰে। তাৰপাছত চেলাইন দিয়া হয়। দুঘণ্টামান পাছত ৰাতিপুৱা প্ৰায় ১১ বজাত অস্ত্ৰোপচাৰৰ প্ৰস্তুতি আৰম্ভ হ’ল। কিন্তু মাত্ৰ এঘণ্টাৰ পাছতই হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷পৰৱৰ্তী সময়ত জৰুৰীকালীন ভিত্তিত এখন এম্বুলেন্স মাতি ববিতাক দহ কিলোমিটাৰ দূৰৈৰ মোহনপুৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ডাক্তৰে পৰীক্ষা কৰি ববিতাক মৃত বুলি ঘোষণা কৰে।

উল্লেখ্য যে, জন্ম নিয়ন্ত্ৰণ পদ্ধতিৰ প্ৰতি সজাগতাৰ অভাৱৰ বাবে পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ডৰ বহু দুৰ্গম অঞ্চলত বন্ধ্যাকৰণৰ ক্ষেত্ৰত এনে ঘটনা দেখা যায়। প্ৰায়ে চৰকাৰে শিবিৰৰ আয়োজন কৰে। কিন্তু বেছিভাগ ক্ষেত্ৰতে পৰ্যাপ্ত স্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসকৰ অভাৱৰ সুবিধা বিভিন্ন ব্যক্তিগত ক্লিনিকে গ্ৰহণ কৰে। বেছিভাগৰে অনুজ্ঞাপত্ৰ আছে নে নাই সেয়া জানিব পৰা হোৱা নাই, যিটো আৰক্ষীৰ তদন্তৰ পাছত ওলাই পৰিব।

বিহাৰৰ ৰাজধানী পাটনাৰ পৰা আশী কিলোমিটাৰ দূৰত্বত এই ঘটনাই অঞ্চলটোত উত্তেজনা বিয়পাই দিয়ে। ইতিমধ্যে পৰিয়ালটোৱে কেন্দ্ৰটোৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে। স্থানীয় আৰক্ষীয়ে আশ্বাস দিছে যে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে কেন্দ্ৰটোৰ লোকসকল পলাতক হৈ আছে।

Recent News

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

কলিয়াবৰত অস্ত্ৰসহ গ্ৰেপ্তাৰ ডকাইতৰ দল : ডকাইতি কৰি ঘূৰি অহাৰ সময়তে কৰায়ত্ত কৰে আৰক্ষীয়ে

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

চেম্পিয়নছ লীগ জয়ৰ উদযাপনৰ সময়ত যুদ্ধক্ষেত্ৰত পৰিণত হ’ল পেৰিছ! কমেও ৫০০ লোক গ্ৰেপ্তাৰ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

বানৰ চিন্তা নাই, ক্ষমতা, ধন আৰু মাটিৰ লোভত মত্ত বিজেপি : গৌৰৱ গগৈ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

অসম-অৰুণাচল সীমান্তত নদীৰ বাঢ়নি পানীত আবদ্ধ হৈ পৰা ১৪ জন লোকক উদ্ধাৰ বায়ুসেনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd