• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

স্বাধীনতাৰ ৭৬ বছৰ পাছত প্ৰথমবাৰৰ বাবে মিৰ্জাপুৰৰ গাঁৱত লাগিল পানীৰ টেপ !

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
April 21, 2024 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পানীৰ অভাৱত ভোগা গাঁওবাসীয়ে লাভ কৰিলে পানীৰ টেপ৷ স্বাধীনতাৰ ৭৬ বছৰৰ পাছত উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ গাঁওবাসীয়ে লাভ কৰিলে সংযোগ। ইয়াৰ পূৰ্বে স্থানীয় লোকসকল পানীৰ বাবে কুঁৱাৰ ওপৰত নিৰ্ভৰ কৰিছিল। ২০২৩ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে লাহুৰীয়া দহা গাঁৱলৈ নলৰ পানী আহিছিল। দিব্যা মিট্টল সেইসময়ত জিলা দণ্ডাধীশ আছিল।

লাহুৰীয়া দহা এখন পাহাৰৰ ওপৰত এখন ধুনীয়া গাঁও। মিৰ্জাপুৰ সদৰৰ পৰা দূৰত্ব ৪৯ কিলোমিটাৰ। গাঁৱখনত মাত্ৰ ১২০০ জন লোকহে বাস কৰে। ৭৬ বছৰ আগৰে পৰা তেওঁলোকে ওচৰৰ কুঁৱাৰ পানী ব্যৱহাৰ কৰিছিল।য’ত গৰমত পানী শুকাই গৈছিল। তেতিয়া স্থানীয় লোকে পানীৰ টেংকাৰ ক্ৰয় কৰিছিল। গাঁওখনৰ বাসিন্দা কুশলেন্দ্ৰ গুপ্তাই কয় যে, ইয়াৰ পূৰ্বে আয়ৰ এক বৃহৎ অংশ পানী ক্ৰয়ৰ বাবে ব্যয় কৰা হৈছিল। আনকি ১০ বছৰ আগতেও ইয়ালৈ পানী অনাৰ ব্যৱস্থা কৰা হৈছিল। কিন্তু পৰিকল্পনাৰ অভাৱত বন্ধ হৈ গ’ল। এই গাঁওখন জল জীৱন প্ৰকল্পৰ অংশও নাছিল।

গাঁওখনৰ আন এজন বাসিন্দা জীৱনলাল যাদৱে কয় যে তেওঁ আগতে ভৈয়ামত গাখীৰ বিক্ৰী কৰিছিল। তাৰ পাছত তাৰ পৰা পানী আনিছিল। যোৱা ২০-২৫ বছৰে গাঁওখনলৈ পানীৰ টেংকাৰ আহিছিল। আগতে বহুত খৰছ কৰি তাৰ পৰা পানী কিনিছিল। পানীক লৈ বাসিন্দাসকলৰ মাজত সঘনাই কাজিয়া চলিছিল। জীৱনলালে কয় যে পূৰ্বৰ প্ৰকল্পটোত ৪ কোটি ৮৭ লাখ টকা খৰচ হৈছিল। কিন্তু পানী নাহিল। ইয়াৰ পাছত তেওঁলোকে জিলা দণ্ডাধীশৰ ওচৰত আবেদন জনায়। প্ৰশাসনৰ লগত কথা পাতি পৰিকল্পনা গৃহীত কৰে।বৰ্তমানৰ প্ৰকল্পৰ বাবে ১০ কোটি টকা আবণ্টন দিয়া হৈছে। বেনাৰস হিন্দু বিশ্ববিদ্যালয় আৰু কেন্দ্ৰৰ জলজীৱন প্ৰকল্পৰ বিশেষজ্ঞসকলে গাঁওখন পৰিদৰ্শন কৰে।তাৰ পাছতে চৰকাৰে এই পৰিকল্পনা গৃহীত কৰে। ইয়াৰ পাছত কাম আৰম্ভ হয়। ২০২৩ চনৰ ৩১ আগষ্টত গাঁওখনলৈ পানী আহে।বৰ্তমান জলজীৱন প্ৰকল্পৰ অধীনত যোগানৰ কাম চলি আছে।

Apply Now
নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd