• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় জাতীয় ফুটবল দলত অসমৰ বিনীত ৰায়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 3:51 pm
vinit-rai-
144
VIEWS
Share on FacebookShare on Twitter

অসমৰ ফুটবল প্ৰেমীৰ বাবে এক সুখবৰ। অনাগত হিৰো ইণ্টাৰনেশ্যনেল কাপৰ বাবে ভাৰতীয় ছিনিয়ৰ ফুটবল দলৰ প্ৰস্তুতি শিবিৰলৈ আমণ্ট্ৰণ লাভ কৰিছে অসমৰ আন এজন প্ৰতিভাশালী ফুটবলাৰ বিনীত ৰায় ।

হিৰো ইণ্টাৰনেশ্যনেল কাপত অংশ ল’বলগীয়া ভাৰতীয় দলত মিডফিল্ডাৰৰ গুৰু দায়িত্ব বহন কৰিব এইগৰাকী অসমৰ ফুটবলাৰে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ঘোষণা কৰা ৩০ জনীয়া ভাৰতীয় দলত বিনীত ৰায়ে স্থান লাভ কৰিবলৈ ব্যৰ্থ হৈছিল। কিন্তু ভাৰতীয় ফুটবল দলৰ অভিজ্ঞ মিডফিল্ডাৰ ধনপাল গণেশ অসুস্থ হোৱাত এই সুযোগ লাভ কৰে বিনীতে।

স্মৰ্তব্য যে বিনীতৰ উপৰি অসমৰ আন দুগৰাকী ফুটবলাৰ ক্ৰমে হলিচৰণ নাৰ্জাৰী আৰু এলেন দেউৰীয়ে পূৰ্বতে ভাৰতীয় দলত স্থান লাভ কৰাৰ লগতে বৰ্তমান দুয়োজন খেলুৱৈয়ে মুম্বাইত প্ৰস্তুতি শিবিৰত ব্যস্ত আছে।

উল্লেখ্য যে মুম্বাইত ১ জুনৰ পৰা অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত হিৰো ইণ্টাৰনেশ্যনেল কাপত ভাৰতৰ সৈতে অংশগ্ৰহণ কৰিব দক্ষিণ আফ্ৰিকা, নিউজিলেণ্ড আৰু চাইনিজ টাইপে।

Recent News

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

আমবাৰী আৰু দীঘলীপুখুৰী অঞ্চলত গছ কটা আৰু তথাকথিত “স্থানান্তৰ” প্ৰক্ৰিয়াৰ বিৰুদ্ধে সচেতন নাগৰিকৰ সংবাদমেল

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

উৰিষ্যাত বিবাহ অনুষ্ঠানৰ পৰা অপহৰণ কৰি দলবদ্ধ ধৰ্ষ*ণ দুগৰাকী কিশোৰী! গ্ৰেপ্তাৰ চাৰিজন অভিযুক্ত

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd